অধিক সুচল হ’ল ডিব্ৰুগড়-তিনিচুকীয়াৰ পথ পৰিবহণ ব্যৱস্থা৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ৯৬.৮৪ কোটি টকাৰে নিৰ্মিত উৰণীয়া সেতু সংযুক্ত ডিব্ৰুগড় বাইপাছ ৰাইজৰ বাবে মুকলি কৰে।

© 2020 Assam Times Post. | Powered By Webx