ষ্টাফ ৰিপ’ৰ্টাৰ:
নৱপ্ৰজন্মৰ হাৰ্টথ শিল্পী জুবিন গাৰ্গৰ আজি ৪৮ সংখ্যক জন্ম দিন।ৰাজ্যবাসীয়ে জন্ম দিনটোত প্রিয় শিল্পী গৰাকীক শুভেচ্ছাৰে উপচায় পেলাইছে।
বিভিন্ন ঠাইত শিল্পী গৰাকী ফ্রেণ্ড ক্লাৱৰ উদ্যোগত বৃক্ষ ৰোপন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আজি দিনটোত।ইফালে মঙলবাৰে প্ৰি জন্ম দিন মহানগৰী আয়ুচণ্ডা হাস্পতালত পালন কৰে শিল্পী জুবিনে।












