![]()
গুৱাহাটীৰ ৰাজপথত মাটিৰ চাকি ক্ৰয় মুখ্যমন্ত্ৰীৰ৷ আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ কামাখ্যা গে’টত ক্ৰয় কৰে মাটিৰ চাকি ৷

দীপান্বিতাৰ প্ৰাক্-মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীয়ে মাটিৰ চাকি ক্ৰয় কৰি সকলোকে থলুৱা সামগ্ৰী ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।

© 2020 Assam Times Post. | Powered By Webx