ষ্টাফ ৰিপ’ৰ্টাৰ:
অসম সাহিত্য সভা প্ৰাক্তন সভাপতি ডঃ পৰমানন্দ ৰাজবংশীয়ে মঙলবাৰে আনুষ্ঠানিক ভাৱে যোগদান কৰিব অসম গণ পৰিষদত।আমবাৰী দলৰ মুখ্য কাৰ্যালয়ত আনুষ্ঠানিক ভাৱে যোগদান কৰিব প্ৰাক্তন সভাপতি গৰাকীয়ে।
উল্লেখ বহু সময়ত সাহিত্য সভা প্ৰাক্তন গৰাকী ৰাজনৈতিক দলত যোগদান কৰিব বুলি সৰৱ চৰ্চা চলি আছিল।সকলো জল্পনা কল্পনা অৱসান ঘটাই মঙলবাৰে হাতী পিঠিত উঠিব ৰাজবংশীয়ে।
গুৰুত্বপূৰ্ণ কথা এই যে ২০২১ৰ বিধানসভা নিৰ্বাচনত অগপ দলৰ পৰা প্ৰতিদ্বন্দিতাও কৰিব প্ৰাক্তন সভাপতি গৰাকীয়ে।












