ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মৰিগাঁও সদৰ থানাত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান : ঘোচ লৈ থাকোতেই গ্ৰেপ্তাৰ এএছআই পংকজ বৰা

ASSAM TIMES POST by ASSAM TIMES POST
October 19, 2020
Reading Time: 1 min read
A A
0
মৰিগাঁও সদৰ থানাত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান : ঘোচ লৈ থাকোতেই গ্ৰেপ্তাৰ এএছআই পংকজ বৰা

logo new 2 1 1 1 | ASSAM TIMES POST

RELATED POSTS

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

ষ্টাফ ৰিপ’ৰ্টাৰ:

দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ যেন এক চিহ্ন হৈ পৰিছে অসম আৰক্ষী৷ এছআই পৰীক্ষাৰ প্ৰশ্নকাকত-কাণ্ডৰ ন ন তথ্য উদ্ধাৰ হৈ থকাৰ সময়তে এইবাৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত গ্ৰেপ্তাৰ হ’ল মৰিগাঁও সদৰ থানাৰ সহকাৰী উপ-পৰিদৰ্শক পংকজ বৰা। থানাৰ ভিতৰত ঘোচ লৈ থাকোতেই দুৰ্নীতি নিবাৰক শাখাই বৰা কহাতে-লোটে ধৰা পেলায় আৰু গ্ৰেপ্তাৰ কৰে৷

7e1bb58e 9c9c 4c73 9865 596d347081b7 | ASSAM TIMES POSTজানিব পৰা মতে, আজি বিয়লি প্ৰায় ৪মান বজাত গুৱাহাটীৰ পৰা যোৱা দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে মৰিগাঁও সদৰ থানাত অভিযান চলায়৷ দলটোৰ অভিযানকালতে জনৈক জনিৰাম বৰদলৈ নামৰ এজন ব্যক্তিৰ পৰা এটা গোচৰ সন্দৰ্ভত সহকাৰী উপ-পৰিদৰ্শক পংকজ বৰাই ৪ হাজাৰ টকা ঘোচ লোৱা অৱস্থাত ধৰা পৰে৷ ঘোচ লোৱা ধৰা পৰাৰ পিছতে দলটোৱে বৰাক গ্ৰেপ্তাৰ কৰে।

ঘটনাৰ বিৱৰণী মতে, প্ৰায় এমাহ পূৰ্বে জনিৰাম বৰদলৈয়ে তেওঁৰ পত্নী নিৰুদ্দেশ হোৱাৰ এটি গোচৰ তৰে। এই গোচৰটোৰ বাবদ সহকাৰী উপ-পৰিদৰ্শক পংকজ বৰাই দিনা হাজিৰা কৰা তেওঁৰ পৰা ১০ হাজাৰ টকা দাবী কৰাৰ অভিযোগ উত্থাপন কৰে পংকজ বৰদলৈয়ে। কিবা প্ৰকাৰে যোগাৰ কৰি ইয়াৰে ৫ হাজাৰ টকা ব্যক্তিজনে আদায় দিয়ে যদিও গোচৰটোৰ অনুসন্ধানৰ কাম আৰম্ভ কৰাৰ পৰিৱৰ্তে এএছআই বৰাই বাকী ধন আদায় কৰাতহে গুৰুত্ব দিয়ে৷ যাৰ ফলত উপায়ন্তৰ হৈ জনিৰামে অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ ওচৰ চাপে।

তাৰ পৰিপ্ৰেক্ষিততে আজি পূৰ্ব পৰিকল্পনা মতে পুৱা ৯ বজাত দুৰ্নীতি নিবাৰক শাখাৰ এটা দল মৰিগাঁৱত উপস্থিত হয়। দিনটো অপেক্ষাৰ অন্তত দলটোৱে বিয়লি ৪ বজাত ধন লৈ থকা অৱস্থাতে মৰিগাঁও সদৰ থানাৰ ভিতৰতে এএছআই পংকজ বৰাক গ্ৰেপ্তাৰ কৰে। ঘোচখোৰ আৰক্ষী বিষয়াজনৰ পৰা দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে ঘোচ লোৱা ৪ হাজাৰ টকাৰ লগতে আন ২০ হাজাৰ টকা উদ্ধাৰ কৰে। কিন্তু বাকী ২০ হাজাৰ টকা সম্পৰ্কে সবিশেষ জানিব পৰা হোৱা নাই৷

Tags: Featured
Share4Tweet3Send

Related Posts

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

by News Desk
June 4, 2026
50
Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assam

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

by Staff Reporter
June 3, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

by News Desk
June 2, 2026
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

by Staff Reporter
June 1, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

by News Desk
May 27, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

by News Desk
May 26, 2026
50
ADVERTISEMENT
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

June 4, 2026
50
Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী
DIPHU

Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী

June 4, 2026
50
Bihar fire : ৰোগীক পেলাই থৈ পলায়ন চিকিৎসক-কৰ্মচাৰীৰ, বিহাৰৰ অগ্নিকাণ্ডত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য
National-International

Bihar fire : ৰোগীক পেলাই থৈ পলায়ন চিকিৎসক-কৰ্মচাৰীৰ, বিহাৰৰ অগ্নিকাণ্ডত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

June 4, 2026
50
Delhi hotel fire : মৰ্মান্তিক ! দিল্লীৰ অগ্নিকাণ্ডত চিকিৎসাৰ বাবে যোৱা এটা পৰিয়ালৰ ৮ জনৰে মৃত্যু
National-International

Delhi hotel fire : মৰ্মান্তিক ! দিল্লীৰ অগ্নিকাণ্ডত চিকিৎসাৰ বাবে যোৱা এটা পৰিয়ালৰ ৮ জনৰে মৃত্যু

June 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

June 4, 2026
Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী

Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী

June 4, 2026
Bihar fire : ৰোগীক পেলাই থৈ পলায়ন চিকিৎসক-কৰ্মচাৰীৰ, বিহাৰৰ অগ্নিকাণ্ডত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

Bihar fire : ৰোগীক পেলাই থৈ পলায়ন চিকিৎসক-কৰ্মচাৰীৰ, বিহাৰৰ অগ্নিকাণ্ডত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

June 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx