ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কেৱল তিনিটা শ্ৰেণীৰ অনুষ্ঠিত হ’ব চূড়ান্ত পৰীক্ষাঃ বিনা পৰীক্ষাই উত্তীৰ্ণ কৰোৱা হ’ব এইবাৰ

কোচিং-কোচিং চেণ্টাৰ সমূহেও পালন কৰিব লাগিব এইসমূহ নিয়ম

ASSAM TIMES POST by ASSAM TIMES POST
October 17, 2020
Reading Time: 1 min read
A A
0
কেৱল তিনিটা শ্ৰেণীৰ অনুষ্ঠিত হ’ব চূড়ান্ত পৰীক্ষাঃ বিনা পৰীক্ষাই উত্তীৰ্ণ কৰোৱা হ’ব এইবাৰ

logo new 2 1 1 1 | ASSAM TIMES POST

RELATED POSTS

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

ষ্টাফ ৰিপ’ৰ্টাৰ:

ক’ৰনা পৰিস্থিতিৰ মাজতে অহা ২ নৱেম্বৰ পৰা ৰাজ্যত পুনৰ আৰম্ভ শিক্ষানুষ্ঠানৰ নিয়মীয়া পাঠদান।ক’ভিড প্ৰৰ্টকল মানি চলি চৰকাৰে সুদীৰ্ঘ ৮ মাহৰ পাছত মুকলি কৰিব বিদ্যালয়-মহাবিদ্যালয় সমূহ।এই কথা আনুষ্ঠানিক ভাৱে ঘোষণা কৰিলে ৰাজ্য শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।

1 5 | ASSAM TIMES POSTকাৰিকৰী শিক্ষা পলিটেকনিক, ইঞ্জিনীয়াৰিং প্ৰতিষ্ঠানসমূহত আৰম্ভ হ’ব নিয়মীয়া পাঠদান।
কিন্তু হোষ্টেল সমূহ ১ ডিচেম্বৰ পৰাহে কৰিব পাৰিব মুকলি।নিয়মীয়া পাঠদান আৰম্ভ হলেও অনলাইন শিক্ষা ব্যৱস্থা বাহাল থাকিব। জনতা ভৱনত সম্বোধন কৰা সংবাদমেলত মন্ত্ৰী শৰ্মাই কয়।

মহাবিদ্যালয় সমূহতো আৰম্ভ হ’ব নিয়মীয়া পাঠদান।অৱশ্যে ক’ভিড প্ৰৰ্টকল মানি এটা শ্রেণীকোঠাত সৰ্বাধিক ২৫ জন ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিব পাৰিব।একেদৰে সপ্তাহত সোম আৰু বৃহস্পতিবাৰে দুটা দিন স্নাতক প্ৰথম ষাণ্মাসিকৰ পাঠদান হ’ব।মঙল, বুধ আৰু শুকুৰবাৰে তৃতীয় ষাণ্মাসিক আৰু মঙল, বুধ, শুকুৰ, শনিবাৰে স্নাতক পঞ্চম ষাণ্মাসিকৰ পাঠদান কৰিব পাৰিব।হোষ্টেল সমূহ বন্ধ থাকিব।উক্ত সময়ছোৱাত কোনো ছাত্ৰ- ছাত্ৰীয়ে নিজৰ ঘৰৰ ওচৰৰ মহাবিদ্যালয়ত ক্লাছ কৰিব বিচাৰে তেন্তে অস্থায়ী ভাৱে একমাহ কৰিব পাৰিব- মন্ত্ৰী শৰ্মাই কয়।

ইফালে প্ৰথমমানৰ পৰা পঞ্চমমান শ্ৰেণীলৈ বিদ্যালয় সমূহৰ শ্রেণী বন্ধ থাকিব।অৱশ্যে মধ্যাহ্ন ভোজন আনিবলৈ বিদ্যালয়লৈ যাব পাৰিব ছাত্ৰ ছাত্ৰী।ব্যক্তিগত খণ্ড বিদ্যালয় সমূহেও এই নিয়ম পালন কৰাটো বাধ্যতামূলক বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই কয়-ষষ্ঠমান শ্রেণী পৰা সকলো বিদ্যালয়ত পাঠদান আৰম্ভ হব।

প্ৰতিদিনে দুটা ভাগত বিভক্ত কৰি শ্রেণী সমূহ আৰম্ভ কৰিব।পুৱা ৮.৩০ বজা পৰা দুপৰীয়া ১২.৩০লৈ আৰু দুপৰীয়া ১.৩০ বজা পৰা আবেলি ৪.৩০লৈ।৫০% ছাত্ৰ-ছাত্ৰীক শ্রেণীলৈ মাতিব লাগিব।ছাত্ৰ-ছাত্ৰী শ্রেণীত উপস্থিত থকাটো বাধ্যতামূলক নহব।

গুৰুত্বপূৰ্ণ কথা এই যে আগন্তক বর্ষত কেৱল অষ্টম, দশম আৰু দ্বাদশশ্রেণী পৰীক্ষাসমূহে অনুষ্ঠিত হব।অন্য শ্রেণী ছাত্ৰ-ছাত্ৰী সকলৰ পৰীক্ষা অনুষ্ঠিত নহব।পূৰ্ব শ্লে’বাছ হ্ৰাস পাব”।

বিদ্যালয়সমূহৰ পৰা ইতিমধ্যে কভিড কেয়াৰ চেণ্টাৰ সমূহ প্ৰত্যাহাৰ কৰা হৈছে।ব্যক্তিগত খণ্ড বিদ্যালয়, টিউচন, কোচিং চেণ্টাৰ সমূহে এই সমূহ নিয়ম পালন কৰাটো বাধ্যতামূলক।

ইফালে প্ৰথমমান পৰা পঞ্চমমান শ্রেণীলৈ ক্লাছ সমূহ মুকলি কৰা সন্দৰ্ভত অহা ডিচেম্বৰত সিদ্ধান্ত গ্ৰহণ কৰিব চৰকাৰে।চেনিটাইজ ব্যৱস্থা চলি থাকিব বিদ্যালয়ত বুলিও মন্ত্ৰী শৰ্মাই কয়।

তাপৰ্যপূৰ্ণ কথা বিশ্ববিদ্যালয় সমূহ মুকলি কৰাক লৈ ৰাজ্য চৰকাৰে প্ৰদান কৰা নাই কোনো নিৰ্দেশনা।বিশ্ববিদ্যালয় সমূহে কেতিয়া পৰা, কি কি নিয়ম মানি বিশ্ববিদ্যালয় মুকলি কৰিব সেইয়া তেওঁলোকে নিজে সিদ্ধান্ত লব।

Tags: Featured
Share4Tweet3Send

Related Posts

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

by News Desk
June 4, 2026
50
Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assam

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

by Staff Reporter
June 3, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

by News Desk
June 2, 2026
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

by Staff Reporter
June 1, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

by News Desk
May 27, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

by News Desk
May 26, 2026
50
ADVERTISEMENT
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

June 4, 2026
50
Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী
DIPHU

Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী

June 4, 2026
50
Bihar fire : ৰোগীক পেলাই থৈ পলায়ন চিকিৎসক-কৰ্মচাৰীৰ, বিহাৰৰ অগ্নিকাণ্ডত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য
National-International

Bihar fire : ৰোগীক পেলাই থৈ পলায়ন চিকিৎসক-কৰ্মচাৰীৰ, বিহাৰৰ অগ্নিকাণ্ডত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

June 4, 2026
50
Delhi hotel fire : মৰ্মান্তিক ! দিল্লীৰ অগ্নিকাণ্ডত চিকিৎসাৰ বাবে যোৱা এটা পৰিয়ালৰ ৮ জনৰে মৃত্যু
National-International

Delhi hotel fire : মৰ্মান্তিক ! দিল্লীৰ অগ্নিকাণ্ডত চিকিৎসাৰ বাবে যোৱা এটা পৰিয়ালৰ ৮ জনৰে মৃত্যু

June 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

June 4, 2026
Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী

Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী

June 4, 2026
Bihar fire : ৰোগীক পেলাই থৈ পলায়ন চিকিৎসক-কৰ্মচাৰীৰ, বিহাৰৰ অগ্নিকাণ্ডত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

Bihar fire : ৰোগীক পেলাই থৈ পলায়ন চিকিৎসক-কৰ্মচাৰীৰ, বিহাৰৰ অগ্নিকাণ্ডত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

June 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx