ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

পুনৰ ৰাজ্যত ক’ৰোনামুক্ত হৈছে ৯৩১গৰাকী ব্যক্তি :

ASSAM TIMES POST by ASSAM TIMES POST
October 17, 2020
Reading Time: 1 min read
A A
0
ৰাজ্যত পুনৰ আন ১০৭২ গৰাকী ক’ৰোণা মুক্তঃ

logo new 2 1 1 1 | ASSAM TIMES POST

RELATED POSTS

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

নিউজ ডেক্স:

ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ৯৩১ গৰাকী ব্যক্তি। বিগত ২৪ ঘন্টাত ৯৩১ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ  চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।

আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত ৩৪৭১৪  টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৭৬৭গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ আক্ৰান্তৰ হাৰ ২.২১ শতাংশ ৷

বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১,৯৯৭৪৯ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ২৮৬৩০গৰাকী চিকিত্‍সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ১,৭০২৬৩ গৰাকী ব্যক্তি।সুস্থৰ হাৰ ৮৫.২৩ শতাংশ ৷উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ৮৫৩ গৰাকীলৈ  বৃদ্ধি পালে।

121701950 10157994924488983 8423127811774057947 o | ASSAM TIMES POST

Tags: Featured2
Share4Tweet3Send

Related Posts

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

by News Desk
June 4, 2026
50
Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assam

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

by Staff Reporter
June 3, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

by News Desk
June 2, 2026
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

by Staff Reporter
June 1, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

by News Desk
May 27, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

by News Desk
May 26, 2026
50
ADVERTISEMENT
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

June 4, 2026
50
Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী
DIPHU

Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী

June 4, 2026
50
Bihar fire : ৰোগীক পেলাই থৈ পলায়ন চিকিৎসক-কৰ্মচাৰীৰ, বিহাৰৰ অগ্নিকাণ্ডত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য
National-International

Bihar fire : ৰোগীক পেলাই থৈ পলায়ন চিকিৎসক-কৰ্মচাৰীৰ, বিহাৰৰ অগ্নিকাণ্ডত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

June 4, 2026
50
Delhi hotel fire : মৰ্মান্তিক ! দিল্লীৰ অগ্নিকাণ্ডত চিকিৎসাৰ বাবে যোৱা এটা পৰিয়ালৰ ৮ জনৰে মৃত্যু
National-International

Delhi hotel fire : মৰ্মান্তিক ! দিল্লীৰ অগ্নিকাণ্ডত চিকিৎসাৰ বাবে যোৱা এটা পৰিয়ালৰ ৮ জনৰে মৃত্যু

June 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

June 4, 2026
Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী

Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী

June 4, 2026
Bihar fire : ৰোগীক পেলাই থৈ পলায়ন চিকিৎসক-কৰ্মচাৰীৰ, বিহাৰৰ অগ্নিকাণ্ডত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

Bihar fire : ৰোগীক পেলাই থৈ পলায়ন চিকিৎসক-কৰ্মচাৰীৰ, বিহাৰৰ অগ্নিকাণ্ডত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

June 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx