ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ৱৰ্লড হাৰ্ট ডেৰ চিন্তা : ২০৩০ চনত বছৰি আঢ়ৈ কোটিকৈ মৃত্যু হ’ব পাৰে হৃদৰোগত!

ASSAM TIMES POST by ASSAM TIMES POST
September 30, 2020
Reading Time: 1 min read
A A
0
ৱৰ্লড হাৰ্ট ডেৰ চিন্তা : ২০৩০ চনত বছৰি আঢ়ৈ কোটিকৈ মৃত্যু হ’ব পাৰে হৃদৰোগত!

WhatsApp Image 2020 09 24 at 11.31.23 AM 1 | ASSAM TIMES POST
স্বাস্থ্য প্ৰতিবেদনঃ

RELATED POSTS

‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক

বিশ্বজুৰি পালন কৰা হৈছে ‘ৱর্ল্ড হার্ট ডে’। বিশেষজ্ঞসকলৰ মতে, এনে ধৰণৰ দিৱস পালন কৰি সাধাৰণ মানুহক হৃদৰোগৰ বিষয়ে সচেতন কৰাই মুখ্য উদ্দেশ্য।

ক’ৰোনাৰ ভয়ত কেইবা মাহ ধৰি মানুহে অন্যান্য অসুখক লৈ অৱহেলা কৰাৰ ফলত হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুৰ ঘটনা বাঢ়িছে। বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ বিশেষসকলৰ সমীক্ষাই জনাইছে, ২০৩০ চনত বছৰি প্রায় আঢ়ৈ কোটি মানুহ হৃদৰোগত আক্রান্ত হৈ অকালতে মৃত্যু হ’ব পাৰে। এওঁলোকৰ বেছিভাগেই ভাৰতীয়।

‘লেন্সেট’ জার্নালত প্রকাশিত গৱেষণা-পত্রত জনোৱা হৈছে, ২০১৬ চনত আমাৰ দেশত ২১ লাখ মানুহে হৃদৰোগত প্রাণ হেৰুৱাইছে। অথচ হৃদৰোগৰ যাৱতীয় চিকিৎসা বৰ্তমান বিজ্ঞানীসকলৰ হাতৰ মুঠিত। কিন্তু তাৰ বাবে সঠিক সময়ত চিকিৎসকসকৰ ওচৰলৈ যাব লাগিব।

সমগ্ৰ দেশতে হৃদৰোগৰ প্রবণতা বাঢ়িছে। ইয়াৰ অন্যতম কাৰণ অনিয়ন্ত্রিত ডায়েবেটিছ, অতিৰিক্ত ওজনৰ বোজা। কিন্তু জীৱনযাত্রাৰ কাৰণে হৃদৰোগ কার্ডিঅভাছকিউলাৰ ডিজিজত ভুগিছে বিশ্বৰ নানা দেশৰ মানুহ। মানুহক এই বিষয়ে সচেতন কৰিবলৈ ‘ৱর্ল্ড হার্ট ফেডাৰেচন’ আৰু ‘ৱর্ল্ড হেল্থ অৰ্গেনাইজেচন’ৰ যৌথ উদ্যোগত ১৯৯৯ চনত ‘ৱর্ল্ড হার্ট ডে’ পালনৰ সিদ্ধান্ত লোৱা হয়।

‘ৱর্ল্ড হার্ট ফেডাৰেচন’ৰ তদানীন্তন সভাপতি এন্টনি বায়েছ ডি লুনাৰ উদ্যোগত প্রতি বছৰে ছেপ্টেম্বৰ মাহৰ শেষৰটো দেওবাৰে এই দিৱস পালন আৰম্ভ হয়। ২০০০ চনৰ ২৪ ছেপ্টেম্বৰত প্রথম ‘হার্ট ডে’ পালন কৰা হয়। ইয়াৰ পিছত ২০১২ চনৰ পৰা ২৯ছেপ্টেম্বৰ দিনটো বাছি লোৱা হৈছে।

এই বছৰৰ ‘হার্ট ডে’ৰ থিম ‘ইউজ টু বিট’। অর্থাৎ হৃদযন্ত্রক স্পন্দিত হ’বলৈ দিয়ক। নিয়ম মতে খোজকঢ়া আৰু শৰীৰচর্চাত হৃদস্পন্দন স্বাভাৱিক হৈ থাকিব। ওজন সঠিক ৰাখি মন ভালে ৰাখিলে হার্ট ভালে থাকে।

হৃদৰোগ প্রতিৰোধৰ কিছু নিয়ম :

1 15130 | ASSAM TIMES POST

১ . চিগাৰেটৰ পৰা দূৰৈত থাকক।

২ . বেছি নিমখ খালে হৃদপিণ্ডৰ সুস্বাস্থ্য বিঘ্নিত কৰে। দিনে ২.৫ গ্রামৰ বেছি নিমখ নাখাব।

৩ . চেনি আৰু কৃত্রিম মিঠাই নাখাব। পৰবর্তে সতেজ ফল, মাছ আৰু মুৰ্গী খাওক। পর্যাপ্ত পানী অৱশ্যেই খাব লাগিব। এলপিজি-ৰ যত্ন লওক। এল মানে লিপিড, পি- প্রেছাৰ আৰু জি– গ্লুকোজ। এইবোৰ নিয়ন্ত্রণত নাৰাখিলেই বিপদ।

৪ . ফাস্ট ফুড, সংৰক্ষিত খাদ্যৰ সলনি সতেজ শাক-পাচলি, দাইল, গম, চাউল, ওটছ নিৰ্দিষ্ট পৰিমাণত খাব লাগিব। মাছ আৰু মুৰ্গী জাতীয় মাংস, কম তেলত ৰান্ধি খাব পাৰে।

৫ . সপ্তাহত ৫ দিন প্ৰায় ৩০ মিনিট শৰীৰচর্চা কৰিবই লাগিব।

Tags: featured3
Share4Tweet3Send

Related Posts

‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক
KARBI ANGLONG

‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক

by News Desk
May 2, 2026
50
Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ
KARBI ANGLONG

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

by News Desk
April 21, 2026
50
খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক
KARBI ANGLONG

খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক

by Staff Reporter
April 18, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক
KARBI ANGLONG

Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক

by News Desk
April 11, 2026
50
Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন
KARBI ANGLONG

Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন

by News Desk
April 3, 2026
50
ADVERTISEMENT
Bengal violence : ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন জোৱান চন্দ্ৰনাথ তৃণমূলৰ দিনৰ পৰাই শুভেন্দুৰ সংগী আছিল, ছবছৰ পূৰ্বে ব্যক্তিগত সহায়ক হৈছিল
National-International

Bengal violence : ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন জোৱান চন্দ্ৰনাথ তৃণমূলৰ দিনৰ পৰাই শুভেন্দুৰ সংগী আছিল, ছবছৰ পূৰ্বে ব্যক্তিগত সহায়ক হৈছিল

May 7, 2026
50
ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি
National-International

ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি

May 7, 2026
50
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?
National-International

Tamil Nadu Election । বিজয়ে চৰকাৰ গঠন কৰিব বিচাৰিলেও সংখ্যাগৰিষ্ঠতাত সন্তুষ্ট নহয় ৰাজ্যপাল, তামিলনাডুত অচলাৱস্থা অব্যাহত

May 7, 2026
50
পশ্চিম বংগত শাসক সলনিৰ লগে লগে সুৰ সলালে বাংলাদেশে, মমতাক তীব্ৰ আক্ৰমণ বিএনপিৰ
National-International

Bengal violence I ৰাজনৈতিক প্ৰতিহিংসাৰ বলি চন্দ্ৰনাথ, তৃণমূলক সকীয়নি ক্ষুব্ধ বিজেপি

May 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bengal violence : ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন জোৱান চন্দ্ৰনাথ তৃণমূলৰ দিনৰ পৰাই শুভেন্দুৰ সংগী আছিল, ছবছৰ পূৰ্বে ব্যক্তিগত সহায়ক হৈছিল

Bengal violence : ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন জোৱান চন্দ্ৰনাথ তৃণমূলৰ দিনৰ পৰাই শুভেন্দুৰ সংগী আছিল, ছবছৰ পূৰ্বে ব্যক্তিগত সহায়ক হৈছিল

May 7, 2026
ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি

ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি

May 7, 2026
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?

Tamil Nadu Election । বিজয়ে চৰকাৰ গঠন কৰিব বিচাৰিলেও সংখ্যাগৰিষ্ঠতাত সন্তুষ্ট নহয় ৰাজ্যপাল, তামিলনাডুত অচলাৱস্থা অব্যাহত

May 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx