ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কৃষক নেতা অখিল গগৈৰ আইনী যুঁজলৈ অসমবাসীৰ ৰাইজে এক সপ্তাহত কিমান টকা দিলে :

দুই নম্বৰী ব্যৱসায়ী,ঠিকাদাৰ, ৰাজনৈতিক নেতাৰ পৰা নহয়, অসমৰ দুখীয়া-নিচলাই সাহায্য দিছে অখিলৰ আইনী যুজঁলৈ- কৃষক মুক্তি সংগ্রাম সমিতি

ASSAM TIMES POST by ASSAM TIMES POST
August 20, 2020
Reading Time: 1 min read
A A
0
কৃষক নেতা অখিল গগৈৰ আইনী যুঁজলৈ অসমবাসীৰ ৰাইজে এক সপ্তাহত কিমান টকা দিলে :

logo new 2 12 | ASSAM TIMES POST

RELATED POSTS

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

ষ্টাফ ৰিপ’ৰ্টাৰ:

বিগত ৮ মাহ বন্দী হৈ থকা কৃষক নেতা অখিল গগৈৰ আইনী যুজঁলৈ ব্যাপক সঁহাৰি অসমবাসীৰ।বিগত এক সপ্তাহত গগৈৰ আইনী যুজঁলৈ অসমবাসীয়ে আগবঢ়ালে মুঠ ১১ লাখ ৩১ হাজাৰ ৩৬৬ টকা- এই কথা ৰাজহুৱা কৰিছে কৃষক মুক্তি সংগ্রাম সমিতিয়ে।

গগৈৰ আইনী যুঁজলৈ অসমবাসীৰ ৰাইজৰ সঁহাৰি ধন্যবাদ জনাই সংগঠনৰ সভাপতি ভাস্ক-ডি শইকীয়াই।তেওঁ কয় ‘দুই নম্বৰী ব্যৱসায়ী, ঠিকাদাৰ, ৰাজনৈতিক নেতাৰ ধন অহা নাই গগৈ আইনী যুঁজলৈ।ধন আহিছে অসমবাসীৰ দুখীয়া-নিচলা ৰাইজৰ পৰা।য’ত ১০টকা পৰা ১০০ টকা আগবঢ়োৱা ৰাইজৰ সংখ্যা বেছি।

গগৈক চৰকাৰে যিমানে ৰাষ্ট্ৰদ্ৰোহী সজাবলৈ চেষ্টা নকৰক কিয় ৰাইজৰ সঁহাৰিয়ে প্ৰমাণ কৰিছে অসমৰ ৰাইজৰ তেওঁ যে এগৰাকী বলিষ্ঠ নেতা- শইকীয়া লগতে কয়।

উল্লেখ দুগৰাকী শিল্পী মানস ৰবীন ২ লাখ, অনন্যা দত্তই ১০ হাজাৰ টকা আইনী যুজঁলৈ আগবঢ়োৱা বিপৰীতে বাকী কা’ বিৰোধী শিল্পী সকলৰ ফালৰ পৰা বৰ্তমানো আইনী সাহায্য লাভ কৰা নাই।

গুৱাহাটী গান্ধীবস্তি কৃষক মুক্তি মুখ্য কাৰ্যলয়ত সম্বোধন কৰা সংবাদমেল খনত অসমবাসীৰ ৰাইজক পুনৰ আহ্বান জনায় সংগঠনটোৱা কয়-গগৈ আইনী যুঁজখন অধিক জটিল হ’ব।এটা দিনৰ শুনানিত অধিবক্তাক প্ৰদান কৰিব লাগিব ৪-৫ লাখ টকা।সেই বাবে যিসকলে গগৈ মুক্তি হোৱাটো বিচাৰে তেওঁলোকে আইনী সাহায্য বাবে বৰঙণি এতিয়াও প্ৰদান কৰা আহ্বান জনায় সংগঠনটোৱা”।

গুৰুত্বপূৰ্ণ কথা এই যে অহা ২৮ আগষ্টত গুৱাহাটী উচ্চ ন্যায়ালয়ত গগৈৰ পক্ষ অধিবক্তাই আৱেদন দাখিল কৰিব-এই কথা জানিব দিয়ে সভাপতি শইকীয়াই।

Share4Tweet3Send

Related Posts

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

by News Desk
June 4, 2026
50
Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assam

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

by Staff Reporter
June 3, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

by News Desk
June 2, 2026
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

by Staff Reporter
June 1, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

by News Desk
May 27, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

by News Desk
May 26, 2026
50
ADVERTISEMENT
SC Halts Eviction in Sonapur’s Kosutuli, Demands Immediate Report from Assam Government
National-International

Supreme Court of India I নিম্ন পদত উচ্চ মেধাসম্পন্ন প্ৰাৰ্থী বিবেচনা কৰিব নোৱাৰি, উচ্চতম ন্যায়ালয়

June 5, 2026
50
Stelin on Congress I বিশ্বাসঘাটক কংগ্ৰেছে পিঠিত ছুৰী মাৰিলে, বিজয়ৰ সৈতে মিত্ৰতাক লৈ ‘ইণ্ডিয়া’ বৈঠক বৰ্জন ষ্টেলিনৰ
National-International

Stelin on Congress I বিশ্বাসঘাটক কংগ্ৰেছে পিঠিত ছুৰী মাৰিলে, বিজয়ৰ সৈতে মিত্ৰতাক লৈ ‘ইণ্ডিয়া’ বৈঠক বৰ্জন ষ্টেলিনৰ

June 5, 2026
50
Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ
National-International

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

June 4, 2026
50
Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু
National-International

Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

June 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

SC Halts Eviction in Sonapur’s Kosutuli, Demands Immediate Report from Assam Government

Supreme Court of India I নিম্ন পদত উচ্চ মেধাসম্পন্ন প্ৰাৰ্থী বিবেচনা কৰিব নোৱাৰি, উচ্চতম ন্যায়ালয়

June 5, 2026
Stelin on Congress I বিশ্বাসঘাটক কংগ্ৰেছে পিঠিত ছুৰী মাৰিলে, বিজয়ৰ সৈতে মিত্ৰতাক লৈ ‘ইণ্ডিয়া’ বৈঠক বৰ্জন ষ্টেলিনৰ

Stelin on Congress I বিশ্বাসঘাটক কংগ্ৰেছে পিঠিত ছুৰী মাৰিলে, বিজয়ৰ সৈতে মিত্ৰতাক লৈ ‘ইণ্ডিয়া’ বৈঠক বৰ্জন ষ্টেলিনৰ

June 5, 2026
Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

June 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx