![]()
নিউজ ডেক্স:
গুৱাহাটী বিমান বন্দৰ লীজত দিয়াৰ বাবে অনুমোদন প্ৰদান কেন্দ্ৰীয় কেবিনেটৰ। গুৱাহাটীকে ধৰি মুঠ ৬টা বিমান বন্দৰ ব্যক্তিগতকৰণ কৰাত অনুমোদন প্ৰদান।
এই বিমান বন্দৰ কেইটা ক্ৰমে- লক্ষ্ণৌ, আহমেদাবাদ, জয়পুৰ মংগালুৰু, তিৰুবন্থাপুৰাম আৰু গুৱাহাটী বিমান বন্দৰ।আদানি গ্ৰুপৰ হাতলৈ এই বিমান বন্দৰ কেইটা দিয়াৰ সিদ্ধান্ত গ্ৰহণ।
অপাৰেশ্যন, মেনেজমেন্ট আৰু ডেভল’পমেন্ট এই আটাইকেইটা বিষয় চোৱাচিতাৰ দায়িত্ব ব্যক্তিগত কোম্পানীৰ।২০১৯চনৰ ফেব্ৰুৱাৰীত এই বিমান বন্দৰ কেইটা ব্যক্তিগতকৰণ কৰাৰ সিদ্ধান্ত লৈছিল কেন্দ্ৰীয় চৰকাৰে।












