ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

লক্ষ্য ২০২১, আছু-যুৱ ছাত্ৰ পৰিষদে গঠন কৰিলে “অসম পৰামৰ্শদাতা কমিটি”

ডক্টৰ নগেন শইকীয়াক আৰু ডক্টৰ পদ্মশ্ৰী অৰূপ কুমাৰ দত্তক উপদেষ্টা হিচাপে লৈ গঠিত সমিতিত আছে ১৬ জন সদস্য

ASSAM TIMES POST by ASSAM TIMES POST
August 19, 2020
Reading Time: 1 min read
A A
0
লক্ষ্য ২০২১, আছু-যুৱ ছাত্ৰ পৰিষদে গঠন কৰিলে “অসম পৰামৰ্শদাতা কমিটি”

logo new 2 12 | ASSAM TIMES POST

RELATED POSTS

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

নিউজ ডেক্স:

বিকল্প ৰাজনৈতিক দল গঠনত এখোজ আগবাঢ়িল সদৌ অসম ছাত্ৰ সন্থা ,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ।জাতীয় সংগঠন দুটাৰ প্ৰচেষ্টাত গঠন হ’ল ‘অসম পৰামৰ্শদাতা কমিটি’।

শিক্ষাবিদ ডক্টৰ নগেন শইকীয়া আৰু পদ্মশ্ৰী ডক্টৰ অৰূপ কুমাৰ দত্তক উপদেষ্টা হিচাপে লৈ গঠিত কমিটিত আছে ১৬ গৰাকীকৈ সদস্য।পানবজাৰৰ হোটেল প্ৰাগ কন্ত্রিনেলত সংগঠন দুটাই আজি যুটীয়া ভাৱে সম্বোধন কৰা সংবাদমেলত ঘোষণা কৰে এই কথা।

অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰা লক্ষ্যৰে শৈক্ষিক-সামাজিক- অৰ্থনৈতিক-ৰাজনৈতিক পৰিকল্পনা যুগুত কৰি সময়সাপেক্ষে পদক্ষেপ গ্ৰহণৰ উদ্দেশ্যে কমিটিখন গঠন কৰা হৈছে।জাতীয় সংগঠন দুটাৰ স্পষ্ট কথা অসম পৰামৰ্শদাতা কমিটিয়ে প্ৰয়োজনীয় পৰামৰ্শৰ প্ৰদানেৰে সময়োচিত পদক্ষেপ গ্ৰহণ কৰিব।

গুৰুত্বপূৰ্ণ কথা এই যে কমিটিৰ সদস্যসকল হৈছে-প্ৰাক্তন ৰাজ্যপাল ৰণজিৎ শেখৰ মুছাহাৰী, আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱা, প্ৰাক্তন অধ্যাপক ডক্টৰ কৃষ্ণ গোপাল ভট্টাচাৰ্য্য, প্ৰাক্তন সহকাৰী অধ্যাপক বসন্ত ডেকা, ধীৰেণ শইকীয়া, আলি হাইদৰ লস্কৰ, ৰাণা চাংমাই, আবু চাহিদ ৰফিকউদ্দিন আহমেদ, সঞ্জয় কুমাৰ তাঁতী, পৃথিৰাজ ৰাভা, সূৰ্য থাওছেন, হুছেইন আহমেদ লস্কৰ, প্ৰণৱজ্যোতি শইকীয়া,প্ৰদীপ কোঁচ।

ইয়াৰ উপৰিও আছু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ আৰু অসম জাতীয়তাবাদী যুৱ- ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই প্ৰাৰম্ভিক কামৰ সমন্বয়ক হিচাপে ৰখা হৈছে।

তাপৰ্যপূৰ্ণ কথা এই যে কমিটিয়ে আগন্তক দিনত যি সমূহ পৰামৰ্শ দিব সেই পৰামৰ্শৰে আগবাঢ়িব অসমৰ বিকল্প ৰাজনৈতিক শক্তি।

সংবাদমেলত উপস্থিত থাকে আছু সভাপতি দীপাংক নাথ, সম্পাদক লোৰিনজ্যোতি গগৈ, উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি ৰানাপ্ৰতাপ বৰুৱা, সাধাৰন সম্পাদক পলাশ চাংমাই।

Share4Tweet3Send

Related Posts

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

by News Desk
June 4, 2026
50
Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assam

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

by Staff Reporter
June 3, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

by News Desk
June 2, 2026
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

by Staff Reporter
June 1, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

by News Desk
May 27, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

by News Desk
May 26, 2026
50
ADVERTISEMENT
SC Halts Eviction in Sonapur’s Kosutuli, Demands Immediate Report from Assam Government
National-International

Supreme Court of India I নিম্ন পদত উচ্চ মেধাসম্পন্ন প্ৰাৰ্থী বিবেচনা কৰিব নোৱাৰি, উচ্চতম ন্যায়ালয়

June 5, 2026
50
Stelin on Congress I বিশ্বাসঘাটক কংগ্ৰেছে পিঠিত ছুৰী মাৰিলে, বিজয়ৰ সৈতে মিত্ৰতাক লৈ ‘ইণ্ডিয়া’ বৈঠক বৰ্জন ষ্টেলিনৰ
National-International

Stelin on Congress I বিশ্বাসঘাটক কংগ্ৰেছে পিঠিত ছুৰী মাৰিলে, বিজয়ৰ সৈতে মিত্ৰতাক লৈ ‘ইণ্ডিয়া’ বৈঠক বৰ্জন ষ্টেলিনৰ

June 5, 2026
50
Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ
National-International

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

June 4, 2026
50
Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু
National-International

Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

June 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

SC Halts Eviction in Sonapur’s Kosutuli, Demands Immediate Report from Assam Government

Supreme Court of India I নিম্ন পদত উচ্চ মেধাসম্পন্ন প্ৰাৰ্থী বিবেচনা কৰিব নোৱাৰি, উচ্চতম ন্যায়ালয়

June 5, 2026
Stelin on Congress I বিশ্বাসঘাটক কংগ্ৰেছে পিঠিত ছুৰী মাৰিলে, বিজয়ৰ সৈতে মিত্ৰতাক লৈ ‘ইণ্ডিয়া’ বৈঠক বৰ্জন ষ্টেলিনৰ

Stelin on Congress I বিশ্বাসঘাটক কংগ্ৰেছে পিঠিত ছুৰী মাৰিলে, বিজয়ৰ সৈতে মিত্ৰতাক লৈ ‘ইণ্ডিয়া’ বৈঠক বৰ্জন ষ্টেলিনৰ

June 5, 2026
Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

June 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx