![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
আজিৰ পৰা পুনৰ আৰম্ভ গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ হ্ৰাস হোৱাৰ বাবে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এই সিদ্ধান্ত।
ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ লক্ষ্য ৰাখি ফেৰীত অকল যাত্ৰীহে অহা যোৱা কৰিব পাৰিব ।প্ৰতিজন যাত্ৰীয়ে পৰিধান কৰিব লাগিব মাস্ক লগতে মানিব লাগিব সামাজিক ব্যৱধান ।যোৱা ২২ জুনৰ ৰ পৰা বন্ধ হৈ আছিল গুৱাহাটী ফেৰী সেৱা ।












