ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মণিপুৰত সন্ত্ৰাসবাদীৰ এম্বুছ:শ্বহীদ হোৱা প্ৰণয় কলিতাৰ নশ্বৰদেহ আহি পালেহি জন্মভূমি

বৰঝাৰ বিমানবন্দৰত জনোৱা হয় শ্ৰদ্ধাঞ্জলী

ASSAM TIMES POST by ASSAM TIMES POST
July 31, 2020
Reading Time: 1 min read
A A
0
মণিপুৰত সন্ত্ৰাসবাদীৰ এম্বুছ:শ্বহীদ হোৱা প্ৰণয় কলিতাৰ নশ্বৰদেহ আহি পালেহি জন্মভূমি

logo new 2 12 | ASSAM TIMES POST

RELATED POSTS

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

নিউজ ডেক্স:

মণিপুৰৰ এম্বুছত ৩ ছহীদৰ মাজত আছিল বজালীৰ প্ৰণয় কলিতা।অৱশেষত মাতৃভূমি আহি পালেহি মণিপুৰত শ্বহীদ হোৱা পাঠশালাৰ প্ৰণয় কলিতাৰ নশ্বৰ দেহ। এয়াৰ এছিয়াৰ বিশেষ বিমানেৰে মণিপুৰৰ পৰা বৰঝাৰ বিমান বন্দৰ লৈ অনা হয় প্ৰণয় কলিতাৰ নশ্বৰ দেহ।বৰঝাৰ বিমানবন্দৰত জনোৱা হয় শ্ৰদ্ধাঞ্জলী।

113893865 154838476210659 3790285956801558286 n | ASSAM TIMES POST

বিমান বন্দৰত আৰক্ষী আয়ুক্ত মুন্ন প্ৰসাদ গুপ্তা, CISF কামাণ্ডেণ্ট লালমোহন ঠাকুৰৰ লগতে বিমানবন্দৰ কৰ্তৃপক্ষ আৰু আৰক্ষীৰ লোকে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে। পিছত এম্বুলেন্সেৰে বীৰ শ্বহীদ গৰাকীৰ নশ্বৰদেহ নিজগৃহ পাঠশালালৈ লৈ যোৱা হয়।অসম সন্তান প্ৰণয় কলিতাই ২০০১চনত অসম ৰাইফলছত যোগদান কৰিছিল। তেওঁ ইহ সংসাৰত দুই কন্যাসহ পত্নীক এৰি থৈ গৈছে। 

114870870 154838452877328 3745717559021877653 n | ASSAM TIMES POST

বিমানবন্দৰতে সামৰিক মৰ্যাদা দিয়া হয় শ্বহীদ গৰাকীক। উল্লেখ্য যে, মণিপুৰত বুধবাৰে নিশা অসম ৰাইফলছৰ জোৱানৰ ওপৰত উগ্ৰপন্থীয়ে চলাইছিল ভয়ংকৰ আক্ৰমণ। মণিপুৰৰ চণ্ডেলত ম্যানমাৰ বৰ্ডাৰৰ সমীপত অসম ৰাইফলছৰ জোৱানৰ ওপৰত এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল।

Tags: Featured
Share4Tweet3Send

Related Posts

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

by News Desk
June 4, 2026
50
Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assam

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

by Staff Reporter
June 3, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

by News Desk
June 2, 2026
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

by Staff Reporter
June 1, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

by News Desk
May 27, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

by News Desk
May 26, 2026
50
ADVERTISEMENT
Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে
National-International

Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

June 5, 2026
50
Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে
National-International

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

June 5, 2026
50
Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব
National-International

Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব

June 5, 2026
50
Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত
NORTHEAST

Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত

June 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

June 5, 2026
Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

June 5, 2026
Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব

Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব

June 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx