![]()
নিউজ ডেস্ক:
ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে অসম বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰ।সোণাই সমষ্টিৰ বিধায়ক লস্কৰ।উল্লেখ্য যে স্বাৱ টেষ্টৰ পৰীক্ষাৰ ফলাফলত আহিছে ক’ৰোনা পজিটিভ।বিধায়ক গৰাকীক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত।

© 2020 Assam Times Post. | Powered By Webx