![]()
নিউজ ডেস্কঃ
কভিড” ৰ সামাজিক সংক্ৰমণৰ আগ্ৰাসনত গুৱাহাটী মহানগৰী। আকৌ এসপ্তাহলৈ বঢ়োৱা হৈছে মহানগৰীত “লক-ডাউন”। কিন্তু, আজি আকৌ ৪৬৮ গৰাকী ৰোগীয়ে চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ তেওঁলোকক দুবাৰকৈ পৰীক্ষণৰ পিছত ফলাফল ঋণাত্মক পোৱা গৈছে। টুইট যোগে এই কথা সদৰী কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৰ্তমানলৈ ৰাজ্যত ক’ৰোণা মুক্তৰ সংখ্যা হৈছে ১০৮৯৪ জন। আনহাতে, ৰাজ্যত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৫১৩৮গৰাকী।












