নিউজ ডেস্কঃ
“কভিড” ৰ সামাজিক সংক্ৰমণৰ আগ্ৰাসনত গুৱাহাটী মহানগৰী। কিন্তু, আজি আকৌ ৭০১ গৰাকী ৰোগীয়ে চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ তেওঁলোকক দুবাৰকৈ পৰীক্ষণৰ পিছত ফলাফল ঋণাত্মক পোৱা গৈছে।
📌 Discharge Alert
7⃣0⃣1⃣ patients discharged today in Assam today~ some good news in these difficult times.
Kindly do take care post recovery.
😊Total Discharged Patients – 9848
😑Active Patients – 47149:50 PM/July 10/Day's total 701#AssamCovidCount pic.twitter.com/FZebNC9bIr
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) July 10, 2020
টুইট যোগে এই কথা সদৰী কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৰ্তমানলৈ ৰাজ্যত ক’ৰ’ণা মুক্তৰ সংখ্যা হৈছে ৯৮৪৮ জন। আনহাতে, ৰাজ্যত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৪৭১৪ গৰাকী।