![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজভৱনত পুনৰ ৬জনৰ দেহত ধৰা পৰিল কোভিড -১৯পজিটিভ। ইয়াৰে ৪জন চি আৰ পি এফৰ জোৱান, এজন চিকিৎসক এগৰাকী যুৱতীৰ দেহতো ক’ৰোনাৰ অৱস্থিতি।
দুজন কৰ্মচাৰীৰ দেহত ক’ৰোনা ধৰা পৰাৰ পাছতে শনিবাৰে ৰাজভৱন কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছিল জিলা প্ৰশাসনে।বৰ্তমানে এক ভয়ংকৰ গতি ধাৰণ কৰিছে গুৱাহাটী মহানগৰী।যোৱা ২৪ ঘন্টাত ৫৯৮ গৰাকী মহানগৰীত চিনাক্ত হৈছে ক’ভিড-১৯ পজিটিভ ৷












