ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

পাঁচ ৰাজ্যলৈ গ’ল ক’ৰোনাৰ ঔষধ ৰেমডেচিভিৰ

News Desk by News Desk
June 25, 2020
Reading Time: 1 min read
A A
0
পাঁচ ৰাজ্যলৈ গ’ল ক’ৰোনাৰ ঔষধ ৰেমডেচিভিৰ

0 1 e1574345654996 6 1 2 2 4 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Bengal violence : ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন জোৱান চন্দ্ৰনাথ তৃণমূলৰ দিনৰ পৰাই শুভেন্দুৰ সংগী আছিল, ছবছৰ পূৰ্বে ব্যক্তিগত সহায়ক হৈছিল

ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি

Tamil Nadu Election । বিজয়ে চৰকাৰ গঠন কৰিব বিচাৰিলেও সংখ্যাগৰিষ্ঠতাত সন্তুষ্ট নহয় ৰাজ্যপাল, তামিলনাডুত অচলাৱস্থা অব্যাহত

নিউজ ডেস্ক :

কোভিড ৰোগীসকলক দ্রুতভাৱে আৰোগ্য কৰি তুলিবলৈ সফল ‘ৰেমডেচিভিৰ’ৰ জেনেৰিক ঔষধ ‘কোভিফৰ’ বজাৰলৈ আহিল। হায়দৰাবাদৰ ঔষধ প্রস্তুতকাৰক কোম্পানী ‘হেটেৰো’ৱে উৎপাদন কৰা এই ঔষধ প্রাথমিক পর্যায়ত পঠিওৱা হৈছে মহাৰাষ্ট্র, দিল্লীসহ পাঁচখন ৰাজ্যৰ কোভিড ৰোগীসকলৰ চিকিৎসাত।

ৰেমডেচিভিৰৰ জেনেৰিক ঔষধ ভাৰতত প্ৰস্তুত আৰু বজাৰলৈ অনাৰ বাবে চৰকাৰী অনুমোদন লাভ কৰিছে হেটেৰোৱে।প্রথম পর্যায়ত কোভিফৰৰ ২০ হাজাৰ চিচি মহাৰাষ্ট্র, দিল্লীৰ উপৰি পঠিওৱা হৈছে গুজৰাট, তামিলনাডু আৰু তেলঙ্গানালৈ।

হেটেৰোৱে জনোৱা মতে, প্রাথমিকভাবে ঔষধবিধৰ ১০০ মিলিগ্রামৰ চিচি বনোৱা হৈছে। যাৰ দাম পৰিব ৫ হাজাৰ ৪০০ টকা। বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশ অনুযায়ী, শিশু আৰু প্রবীণ কোভিড ৰোগীক প্রথম দিনা এই ঔষধ ২০০ মিলিগ্রামকৈ খুৱাব লাগিব। অৰ্থাৎ, দুই চিচি। তাৰ পিছত দ্বিতীয় দিনাৰ পৰা পাঁচ দিনলৈ দৈনিক ১০০ মিলিগ্রাম (এটি চিচি)কৈ ঔষধ খুৱাব লাগিব। এই নিয়ম শিশু আৰু প্রবীণ দুই ধৰণৰ কোভিড ৰোগীৰ ক্ষেত্রতেই প্রযোজ্য।

ফলত মুঠ ৬ দিনত ৰোগীসকলক কোভিফৰ খুৱাব লাগিব মুঠ ৭০০ মিলিগ্রামকৈ। ৬ দিনত ঔষধৰ বাবদ খৰচ পৰিব ৩৭ হাজাৰ ৮০০ টকা। ঔষধ কোম্পানীটোৰ সূত্র মতে, পৰবর্তী পর্যায়ত কোভিফৰ পঠিওৱা হ’ব কলকাতা, ইন্দোৰ, ভূপাল, পাটনা, ভূবনেশ্বৰ, ৰাচী, বিজয়ৱাড়া, কোচি, ত্রিবান্দ্রম, গোৱাৰ দৰে চহৰসমূহলৈ।

Tags: Featured2
Share4Tweet3Send

Related Posts

Bengal violence : ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন জোৱান চন্দ্ৰনাথ তৃণমূলৰ দিনৰ পৰাই শুভেন্দুৰ সংগী আছিল, ছবছৰ পূৰ্বে ব্যক্তিগত সহায়ক হৈছিল
National-International

by News Desk
May 7, 2026
50
ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি
National-International

ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি

by News Desk
May 7, 2026
50
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?
National-International

Tamil Nadu Election । বিজয়ে চৰকাৰ গঠন কৰিব বিচাৰিলেও সংখ্যাগৰিষ্ঠতাত সন্তুষ্ট নহয় ৰাজ্যপাল, তামিলনাডুত অচলাৱস্থা অব্যাহত

by Staff Reporter
May 7, 2026
50
Empowering Voters: ECI Introduces Mobile Deposit Facility and Streamlines Canvassing Norms
National-International

Election Commission of India I নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াৰ মুখ্য ন্যায়াধীশ বাতিল সম্পৰ্কীয় গোচৰত কেন্দ্ৰৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

by Staff Reporter
May 7, 2026
50
‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত

‎জল জীৱন মিছনৰ কেলেংকাৰীত ৰাজস্থানৰ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মহেশ যোশীক গ্ৰেপ্তাৰ

ADVERTISEMENT
Bengal violence : ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন জোৱান চন্দ্ৰনাথ তৃণমূলৰ দিনৰ পৰাই শুভেন্দুৰ সংগী আছিল, ছবছৰ পূৰ্বে ব্যক্তিগত সহায়ক হৈছিল
National-International

Bengal violence : ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন জোৱান চন্দ্ৰনাথ তৃণমূলৰ দিনৰ পৰাই শুভেন্দুৰ সংগী আছিল, ছবছৰ পূৰ্বে ব্যক্তিগত সহায়ক হৈছিল

May 7, 2026
50
ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি
National-International

ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি

May 7, 2026
50
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?
National-International

Tamil Nadu Election । বিজয়ে চৰকাৰ গঠন কৰিব বিচাৰিলেও সংখ্যাগৰিষ্ঠতাত সন্তুষ্ট নহয় ৰাজ্যপাল, তামিলনাডুত অচলাৱস্থা অব্যাহত

May 7, 2026
50
Empowering Voters: ECI Introduces Mobile Deposit Facility and Streamlines Canvassing Norms
National-International

Election Commission of India I নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াৰ মুখ্য ন্যায়াধীশ বাতিল সম্পৰ্কীয় গোচৰত কেন্দ্ৰৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

May 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bengal violence : ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন জোৱান চন্দ্ৰনাথ তৃণমূলৰ দিনৰ পৰাই শুভেন্দুৰ সংগী আছিল, ছবছৰ পূৰ্বে ব্যক্তিগত সহায়ক হৈছিল

Bengal violence : ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন জোৱান চন্দ্ৰনাথ তৃণমূলৰ দিনৰ পৰাই শুভেন্দুৰ সংগী আছিল, ছবছৰ পূৰ্বে ব্যক্তিগত সহায়ক হৈছিল

May 7, 2026
ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি

ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি

May 7, 2026
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?

Tamil Nadu Election । বিজয়ে চৰকাৰ গঠন কৰিব বিচাৰিলেও সংখ্যাগৰিষ্ঠতাত সন্তুষ্ট নহয় ৰাজ্যপাল, তামিলনাডুত অচলাৱস্থা অব্যাহত

May 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT