ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

এইবাৰ সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ গোচৰ বান্ধৱী ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে

News Desk by News Desk
June 22, 2020
Reading Time: 1 min read
A A
0
এইবাৰ সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ গোচৰ বান্ধৱী ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে

0 1 e1574345654996 6 1 2 2 4 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

নিউজ ডেস্ক :

এসপ্তাহ পূৰ্বেই নিজৰ ঘৰৰ পৰা ফাঁচি লগাই ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃতদেহ। শনিবাৰে সেই ঘটনাৰ বাবে এইবাৰ গোচৰ ৰুজু হ’ল সুশান্তৰ বান্ধৱী ৰিয়া চক্রৱর্তীৰ বিৰুদ্ধে। তেওঁৰ বিৰুদ্ধে আত্মহত্যাত প্রৰোচনাৰ গোচৰ ৰুজু হৈছে।

প্রকাশ্যে সুশান্ত বা ৰিয়াই কোনোৱে কোনোদিন সম্পর্কৰ কথা কোৱা নাই। কিন্তু জনা গৈছে লকডাউনত ৰিয়া আছিল সুশান্তৰ ঘৰতেই। এক সর্বভাৰতীয় সংবাদ মাধ্যমৰ প্রতিবেদন অনুযায়ী, বিহাৰত ৰিয়াৰ বিৰুদ্ধে আত্মহত্যাৰ প্রৰোচনা কৰাৰ গোচৰ ৰুজু হৈছে।

মোজাফফৰপুৰৰ পাতাহি এলেকাৰ বাসিন্দা কুন্দন কুমাৰে মুখ্য ন্যায়িক দণ্ডাধীশ মুকেশ কুমাৰৰ ওচৰত এইমর্মে গোচৰ ৰুজু কৰিছে। অহা ২৪ জুনত ইয়াৰ শুনানি বুলিও জানিব পৰা গৈছে।

কুন্দন কুমাৰে দাবী কৰিছে, ৰিয়াই সুশান্তক মানসিক আৰু আর্থিক দিশৰ পৰা ব্যৱহাৰ কৰিছিল। কুন্দন কুমাৰৰ অধিবক্তা কমলেশে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, ‘মোৰ ক্লয়েন্ট সুশান্ত সিং ৰাজপুতৰ বিৰাট ডাঙৰ অনুৰাগী। তেওঁৰ আত্মহত্যাৰ খবৰ পোৱাৰ পৰা প্ৰচণ্ড আঘাত পাইছে তেওঁ। আইপিচি ৩০৬ (আত্মহত্যাৰ প্রৰোচনা) আৰু আইপিচি ৪২০ (প্রতাৰণা) ধাৰাত গোচৰ তৰিছে তেওঁ।’

সম্প্রতি অভিনেত্রী ৰিয়া চক্রবর্তীৰ ভাষ্য ৰেকর্ড কৰিছে মুম্বাই আৰক্ষীয়ে। মুঠ ১৫জনৰ ভাষ্য ৰেকর্ড কৰা হৈছে। জেৰাৰ সময়ত তেওঁ জনায়, কাজিয়া হৈছিল তেওঁলোকৰ মাজত। ইয়াৰ পিছতেই সুশান্তৰ ঘৰ এৰে তেওঁ।

উল্লেখ্য, আত্মহত্যাৰ দিনা নিশা শেষ ফোনটা ৰিয়াকেই কৰিছিল অভিনেতা সুশান্ত সিং ৰাজপুতে। অৱশ্যে ফোন ধৰা নাছিল ৰিয়াই। জেৰাত ৰিয়াই জনাইছে, নৱেম্বৰত বিয়াৰ কথা আছিল তেওঁলোকৰ। তেওঁলোকে একেলগে এটা সম্পত্তি বিচৰা কামো আৰম্ভ কৰিছিল।

Tags: Featured
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

by News Desk
April 20, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
50
ADVERTISEMENT
Extramarital affair : চালকৰ লগত প্ৰেম, ২০ লাখৰ বীমা পলিচিৰ বাবে স্বামীক হত্যা
National-International

Extramarital affair : চালকৰ লগত প্ৰেম, ২০ লাখৰ বীমা পলিচিৰ বাবে স্বামীক হত্যা

July 18, 2026
50
Vikram 1 Launched I ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-১ৰ সফল উৎক্ষেপণ
National-International

Vikram 1 Launched I ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-১ৰ সফল উৎক্ষেপণ

July 18, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk I দীঘলীয়া উপবাসৰ সময়ত জলশূন্যতাত দুৰ্বল ৱাংচুক, এইবাৰ অনশনত পইঁতাচোৰা পাৰ্টীৰ প্ৰতিষ্ঠাপক  

July 18, 2026
50
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
National-International

Terrorist arrested । গুজৰাটত গ্ৰেপ্তাৰ জৈছ সন্ত্ৰাসবাদী সংগঠনৰ ৫ সদস্য, টাইম বোমা আৰু বিস্ফোৰক প্ৰস্তুত কৰাত পাকৈত

July 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Extramarital affair : চালকৰ লগত প্ৰেম, ২০ লাখৰ বীমা পলিচিৰ বাবে স্বামীক হত্যা

Extramarital affair : চালকৰ লগত প্ৰেম, ২০ লাখৰ বীমা পলিচিৰ বাবে স্বামীক হত্যা

July 18, 2026
Vikram 1 Launched I ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-১ৰ সফল উৎক্ষেপণ

Vikram 1 Launched I ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-১ৰ সফল উৎক্ষেপণ

July 18, 2026
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Sonam Wangshuk I দীঘলীয়া উপবাসৰ সময়ত জলশূন্যতাত দুৰ্বল ৱাংচুক, এইবাৰ অনশনত পইঁতাচোৰা পাৰ্টীৰ প্ৰতিষ্ঠাপক  

July 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx