ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

অভি- নীল হত্যাকাণ্ডৰ শুনানি :৪৮ অভিযুক্তৰ জামিন বিচাৰি পুনৰ আবেদন,জামিন আবেদনৰ ৰায় এদিনলৈ স্থগিত

ASSAM TIMES POST by ASSAM TIMES POST
June 16, 2020
Reading Time: 1 min read
A A
0
অভি- নীল হত্যাকাণ্ডৰ শুনানি :৪৮ অভিযুক্তৰ জামিন বিচাৰি পুনৰ আবেদন,জামিন আবেদনৰ ৰায় এদিনলৈ স্থগিত

0 1 e1574345654996 6 1 2 2 14 6 | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ

Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা

নগাঁও: দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত চলি আছে। সম্প্ৰতি সাক্ষীৰ শুনানী প্ৰক্ৰিয়া চলি থকাৰ মাজতে আজি অভি-নীলী হত্যাকাণ্ডৰ মুঠ ৪৮ গৰাকী অভিযুক্তৰ জামিন বিচাৰি সংশ্লিষ্ট আদালতত আবেদন কৰাৰ পিছত এক শুনানী গ্ৰহণ কৰা হয়।

আদালতে দুয়ো পক্ষৰ অধিবক্তাৰ বক্তব্য শুনে যদিও জামিন আবেদন ৰায়টো কাইলৈকে স্থগিত কৰা হৈছে বুলি জানিব পৰা গৈছে। মহামাৰী কৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত ভাৰচোৱেল ক’ৰ্ট চলি থকাৰ বাবে আজি অভিযুক্ত পক্ষৰ অধিবক্তা মানস শৰনীয়াই ভি ডি অ’ কনফাৰেন্স যোগে তেওঁ আদালতত যুক্তি প্ৰদৰ্শন কৰাৰ বিপৰীতে গোচৰীয়া পক্ষৰ হৈ অধিবক্তা জে কামাৰ তেওঁৰ দুজন সহযোগীৰ সৈতে নগাঁৱৰ চৰকাৰী অধিবক্তা বিভা ফুকনৰ নেতৃত্বৰ অধিবক্তা দলে আদালতত যুক্তি প্ৰদৰ্শন কৰে।

দুয়ো পক্ষৰ যুক্তি শুনাৰ পিছত কাইলৈ জিলা আৰু সত্ৰ ন্যায়াধীশে জামিন আবেদন সন্দৰ্ভত কি সিদ্ধান্ত গ্ৰহণ কৰে, সেয়া লক্ষ্যনীয় হ’ব। উল্লেখ্য যে পুৰ্বেও অভিযুক্ত সকলৰ জামিন বিচাৰি বহুবাৰ আবেদন কৰিছিল যদিও আদালতে সেই জামিন আবেদনসমুহ নাকচ কৰিছিল।

উল্লেখ্য যে বিগত ২০১৮ চনৰ ৮ জুনত কাৰ্বিআংল জিলাৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত পানীজুৰিত গুৱাহাটীৰ দুই যুৱক ক্ৰমে অভিজিৎ নাথ আৰু নিলোৎপল দাসক একাংশ দুস্কৃতিকাৰীয়ে অতি নৃশংস ভাৱে হত্যা কৰিছিল।

এই ঘটনা সন্দৰ্ভত ডকমকা আৰক্ষী থানাত ৰুজু হোৱা ৩৩/২০১৮ নম্বৰৰ গোচৰৰ ভিত্তিত অভিযুক্ত সকলক উক্ত বৰ্ষৰ ১৮ ছেপ্টেম্বৰত নগাঁও আদালতত হাজিৰ কৰোৱা হৈছিল আৰু তেতিয়াৰে পৰা মুঠ অভিযুক্তৰ ৪৮ জনৰ ভিতৰত ৪৭ জন নগাঁও কেন্দ্ৰীয় কাৰাগাৰত আৰু এজন নাবালক হোৱাৰ বাবে যোৰহাট শিশু গৃহতে আছে।

Tags: Featured2
Share4Tweet3Send

Related Posts

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

by News Desk
April 23, 2026
50
Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ
Assam

Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ

by News Desk
April 22, 2026
50
Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা
Assam

Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা

by News Desk
April 20, 2026
50
Abhi Neel murder case I অৱশেষত ৮ বছৰৰ অপেক্ষাৰ অন্ত, অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও আদালতৰ

by Staff Reporter
April 20, 2026
50
Runikhata Forest Office : চিৰাঙৰ ৰুণীখাতাত উত্তেজনা, বন বিভাগৰ কাৰ্যালয়ত আক্ৰমণ প্ৰতিবাদকাৰীৰ
Assam

Runikhata Forest Office : চিৰাঙৰ ৰুণীখাতাত উত্তেজনা, বন বিভাগৰ কাৰ্যালয়ত আক্ৰমণ প্ৰতিবাদকাৰীৰ

by News Desk
April 17, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
ADVERTISEMENT
Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব
National-International

April 24, 2026
50
US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব

Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎
NORTHEAST

Gujarat blast : গুজৰাটৰ ৰাসায়নিক কাৰখানাত ভয়ানক বিস্ফোৰণ, অগ্নিদগ্ধ ১৫
National-International

Gujarat blast : গুজৰাটৰ ৰাসায়নিক কাৰখানাত ভয়ানক বিস্ফোৰণ, অগ্নিদগ্ধ ১৫

April 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

April 24, 2026
US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব

US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব

April 24, 2026
Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎

Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎

April 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT