ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ক’ৰোনাৰ উপসৰ্গ, সংক্ৰমণ আৰু নিৰাময়ৰ কিছু কথা

ASSAM TIMES POST by ASSAM TIMES POST
June 15, 2020
Reading Time: 1 min read
A A
0
ক’ৰোনাৰ উপসৰ্গ, সংক্ৰমণ আৰু নিৰাময়ৰ কিছু কথা

0 1 e1574345654996 6 1 2 2 14 6 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

CJP protest : সোণম ৱাংচুকৰ ঠাইত অনশনত বহাৰ পিছতেই অভিজিত দীপকেৰ মুখত চিয়াঁহী নিক্ষেপ মহিলাৰ

বিশেষ প্ৰতিবেদন:

হঠাৎ আপোনাৰ জ্বৰ উঠিছে নেকি? কিম্বা চর্দি আৰু সৰু-সুৰা কাহ হৈছে নেকি? অথবা পূৰ্বৰ পৰাই শ্বাসকষ্ট আছিল, আৰু সেইটো এতিয়া বৃদ্ধি পাইছে? কিছু কিছু লক্ষণ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ সৈতে মিলি গ’লে কেনেদৰে বুজিব যে, আপুনি প্ৰকৃততেই ক’ৰোনা ভাইৰাছ সংক্রমিত নে ! আপোনাৰ বতৰুৱা জ্বৰ অথবা সাধাৰণ চর্দি-কাহ হৈছে? নাইবা ক’ৰোনা সংক্রমণ প্রমাণিত হ’লে তেতিয়াই বা আপুনি কি কৰিব? হস্পিটেলৰ পৰা দূৰৈৰ কোনো স্থানত থাকিলে সেই সময় আপোনাৰ প্ৰকৃততে কৰণীয়ই বা কি? চিন্তিত হ’ব, নে যথাযথ জ্ঞান প্রয়োগ কৰি সঠিক ব্যৱস্থা গ্ৰহণ কৰিব?

PROTECTION | ASSAM TIMES POST

জ্বৰ, চর্দি, কাহ হ’লে প্রথমেই আতঙ্কিত নহৈ সাবধানতা অবলম্বন কৰক। ক’ৰোনা ভাইৰাছ সংক্রমণৰ উপৰি ইনফ্লুয়েঞ্জা, টনচিলাইটিছ, ফেৰেঞ্জাইটিছ ইত্যাদি কাৰণতো জ্বৰ-চর্দি-কাহ দেখা দিব পাৰে। এজমা, ব্রঙ্কাইটিছ, হৃৎপিণ্ড বিকলৰ দৰে কাৰণতো শ্বাসকষ্টই দেখা দিব পাৰে। আনকি ক’ৰোনা ভাইৰাছ সংক্রমণ মানেই মৃত্যু অৱধাৰিত- বিষয়টো কিন্তু তেনেকুৱাও নহয়।

শতকৰা ৮০-৮৫ ভাগ ক্ষেত্রত ক’ৰোনা ভাইৰাছৰ মৃদু সংক্রমণ হয়, যিটো সহজতে ভালো হৈ যায়। প্রায় ১০-১৫% ক্ষেত্রত ই মজলীয়াৰ পৰা তীব্র আকাৰ ধাৰণ কৰিব পাৰে। এনে ক্ষেত্রত অক্সিজেন আৰু ভেন্টিলেটৰৰ প্রয়োজন হৈ থাকে। শুকান কাহ, জ্বৰ, হাঁচি, নাকেৰে চর্দি পৰা, ডিঙিত বিষ, ডায়েৰিয়া, মুখৰ স্বাদ নষ্ট হৈ যোৱা, গোন্ধ নোপোৱা, মূৰৰ বিষৰ দৰে উপসর্গসমূহ দেখা দিলে প্রথম কৰণীয় হ’ল পৃথক কৈ থাকিবলৈ আৰম্ভ কৰা। কাৰণ হ’ব পাৰে এইটো ক’ৰোনা নহয়।কিন্তু যদি ক’ৰোনা হয়, তেতিয়াহ’লে আপোনাৰ অজানিতেই হয়তো আপুনি আপোনাৰ প্রিয়জন-পৰিজনক সংক্রমিত কৰি পেলাব পাৰে।কিন্তু চিন্তাৰ কোনো কাৰণ নাই।  বিশ্রাম লৈয়েই ৮০ শতাংশৰ অধিক লোক পৃথিবীজুৰি সুস্থ হৈ উঠিছে ক’ৰোনা ভাইৰাছৰ পৰা।

৮১ শতাংশ ক’ৰোনা ৰোগী ঘৰত থকাৰ ব্যৱস্থা লৈয়ে সুস্থ হ’ব পাৰে (চেন্টাৰ ফৰ ডিজিজ কন্ট্রোল এণ্ড প্রিভেনছন-চিডিচি, ২০ মে’, ২০২০)। প্রথমতেই মনত ৰাখিব লাগিব ক’ৰোনা ভাইৰাছ সংক্রমণৰ কোনো সুনির্দিষ্ট চিকিৎসা এতিয়াও সৃষ্টি হোৱা নাই।

Tags: Featured2
Share5Tweet3Send

Related Posts

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া
National-International

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

by News Desk
July 18, 2026
50
Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে
National-International

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

by News Desk
July 18, 2026
50
CJP protest : সোণম ৱাংচুকৰ ঠাইত অনশনত বহাৰ পিছতেই অভিজিত দীপকেৰ মুখত চিয়াঁহী নিক্ষেপ মহিলাৰ
National-International

CJP protest : সোণম ৱাংচুকৰ ঠাইত অনশনত বহাৰ পিছতেই অভিজিত দীপকেৰ মুখত চিয়াঁহী নিক্ষেপ মহিলাৰ

by News Desk
July 18, 2026
50
Extramarital affair : চালকৰ লগত প্ৰেম, ২০ লাখৰ বীমা পলিচিৰ বাবে স্বামীক হত্যা
National-International

Extramarital affair : চালকৰ লগত প্ৰেম, ২০ লাখৰ বীমা পলিচিৰ বাবে স্বামীক হত্যা

by News Desk
July 18, 2026
50
Vikram 1 Launched I ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-১ৰ সফল উৎক্ষেপণ
National-International

Vikram 1 Launched I ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-১ৰ সফল উৎক্ষেপণ

by Staff Reporter
July 18, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk I দীঘলীয়া উপবাসৰ সময়ত জলশূন্যতাত দুৰ্বল ৱাংচুক, এইবাৰ অনশনত পইঁতাচোৰা পাৰ্টীৰ প্ৰতিষ্ঠাপক  

by Staff Reporter
July 18, 2026
50
ADVERTISEMENT
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
50
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
50
Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া
National-International

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

July 18, 2026
50
Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে
National-International

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

July 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

July 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx