ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

অৱশেষত আইনৰ কাষ চাপিল বৰ্ণালী কলিতা: দাখিল কৰিলে এজাহাৰ-

Staff Reporter by Staff Reporter
June 2, 2020
Reading Time: 1 min read
A A
0
অৱশেষত আইনৰ কাষ চাপিল বৰ্ণালী কলিতা: দাখিল কৰিলে এজাহাৰ-

য’ত একাংশ নৱপ্ৰজন্মই নতুনৰ সৃষ্টি কৰি আজুৰিছে প্ৰশংসা তাতেই আকৌ একাংশৰ দুষ্কৰ্মই বৰ্তমান লাজত পেলাইছে জনসাধাৰণক। কিছুদিন পূৰ্বৰে পৰা ফেচবুকত চলি থকা আৰ্টিষ্টক ব্লেকলিষ্ট কৰা প্ৰক্ৰিয়াটোক লৈ চচিয়েল মিডিয়াত খলকনিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল। বহুতো শিল্পীয়ে ইয়াৰ প্ৰতিবাদো আৰম্ভ কৰি তুলিছিল; অসমীয়া শিল্পী সমাজৰ পৰাই এগৰাকী জনপ্ৰিয় কন্ঠশিল্পীয়ে অৱশেষত হাতত ল’বলগীয়া হ’ল আইনী ব্যৱস্থা; নিৰুপায় হৈ কাষ চাপিবলগীয়া হ’ল আইনৰ। হয়, আপোনালোকে ঠিকেই শুনিছে; একাংশ ফেচবুক পেজৰ এডমিন সকলে দিয়া মানসিক অশান্তিৰ পৰা অভ্যস্ত হৈ কন্ঠশিল্পী বৰ্ণালী কলিতাই আইনী ব্যৱস্থা হাতত ল’লে। তিনিচুকীয়া আৰক্ষী অধীক্ষকৰ ওচৰত কণ্ঠশিল্পী গৰাকীয়ে দাখিল কৰিছে এজাহাৰ । উল্লেখ্য যে, নিজৰ ফেচবুক পেজৰ পৰা বিহুৰ সময়ছোৱাত বৰ্ণালী কলিতাই দুই-এদিনৰ বাবে লাইভ হৈ অনুৰাগীৰ কাষ চাপিছিল যদিও পৰৱৰ্তী সময়ত কিছু ব্যক্তিগত কাৰণত তেওঁ আনৰ ফেচবুক পেজৰ পৰা লাইভ আহিবলৈ অমান্ত হয়।

RELATED POSTS

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

15537661085683r0npbvytc | ASSAM TIMES POST

বৰ্ণালী কলিতাক প্ৰায় ৫৭ খন ফেচবুক পেজৰ পৰা লাইভ আহিবলৈ অনুৰোধ কৰিছিল। কিন্তু কালক্ৰমত, এই আটাইবোৰ কথাৰ প্ৰসংগ তুলি একাংশ ফেচবুক পেজৰ এডমিন সকলে All Assam Admin Group নামৰ এটা Whatsaap গ্ৰুপয়ে বৰ্ণালী কলিতাৰ মেমে প্ৰস্তুত কৰি ভাইৰেল কৰা কথা পোহৰলৈ আহে। আচলতে, বেয়াৰ মাজতো যে ভাল থাকে ইয়াৰ প্ৰমাণ সদায় সৰু বৰ কথাত পাব পৰা যায়। বৰ্ণালী কলিতাৰ কিছু শুভাকাংক্ষীৰ তৎপৰতাত কন্ঠশিল্পী গৰাকী এই আটাইবোৰ তথ্য পাবলৈ সক্ষয় হয় আৰু আইনৰ কাষ চাপে।

100935012 251351962635547 6547559073729850427 n | ASSAM TIMES POST

বহুতো জনপ্ৰিয় গীতৰ গৰাকী বৰ্ণালী কেৱল অসমীয়াই নহয় ভিন্ন ভাষাৰ প্ৰায় ১০ হাজাৰ গীতটো কন্ঠদান কৰি অনুৰাগীৰ দীঘলীয়া শাৰী প্ৰস্তুত কৰি তুলিছিল। তেওঁৰ গীতসমূহ আজিও তেওঁৰ অনুৰাগীৰ বাবে আপোন। টিক-টক ভিডিঅ’ প্ৰস্তুতিত প্ৰায়ে সক্ৰিয় হৈ থকা বৰ্ণালীৰ ভিডিঅ’ সমূহত অসমীয়া অভিনেতা-অভিনেত্ৰীও কমেন্ট কৰা দেখিবলৈ পোৱা যায়। ভূপেন হাজৰিকা, দ্বীপেন বৰুৱা, জুবিন গাৰ্গকে আদি কৰি মন্টুমণি, নীল আকাশলৈ অসমীয়া সংগীত ক্ষেত্ৰখনৰ প্ৰায় প্ৰত্যেকজন কন্ঠশিল্পীৰ সৈতে কন্ঠদান কৰা বৰ্ণালীয়ে বলীউডতো নিজৰ উজ্বলাবলৈ সক্ষম হৈছে। অনু মালিক, শান, ইছমাইল দৰবাৰ, যাৱেদ আলিৰ লগতো কাম কৰিছে কন্ঠশিল্পী গৰাকীয়ে। তেওঁৰ এই কষ্ট ও সংগ্ৰামক নস্যাৎ কৰি তেওঁৰ বিৰুদ্ধে এনেবোৰ কাম কৰিবলৈ ক’ত সাহস পালে সেয়াই এক প্ৰশ্ন উত্থাপন কৰিছ এতিয়া বৰ্ণালী কলিতাই।

SOURCE:http://rupaliparda.com/archives/15827

Share4Tweet3Send

Related Posts

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assam

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

by Staff Reporter
June 3, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

by News Desk
June 2, 2026
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

by Staff Reporter
June 1, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

by News Desk
May 27, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

by News Desk
May 26, 2026
50
Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

by News Desk
May 25, 2026
50
ADVERTISEMENT
K Annamalai : দ্ৰাবিড় ভূমিত বিজেপি ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন : তামিলনাডুত বিজেপিৰ পোষ্টাৰ বয়ৰ পদত্যাগ
National-International

K Annamalai : দ্ৰাবিড় ভূমিত বিজেপি ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন : তামিলনাডুত বিজেপিৰ পোষ্টাৰ বয়ৰ পদত্যাগ

June 3, 2026
50
Child Killed : বিয়াৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই প্ৰেমিকাৰ এবছৰীয়া পুত্ৰক প্ৰহাৰ কৰি হত্যা
National-International

Child Killed : বিয়াৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই প্ৰেমিকাৰ এবছৰীয়া পুত্ৰক প্ৰহাৰ কৰি হত্যা

June 3, 2026
50
Iran US war : কুৱেইট-বাহৰেইনত থকা আমেৰিকান ঘাটিত ইৰাণৰ ক্ষেপণাস্ত্ৰ নিক্ষেপৰ দাবী, আমেৰিকাৰ অস্বীকাৰ
National-International

Iran US war : কুৱেইট-বাহৰেইনত থকা আমেৰিকান ঘাটিত ইৰাণৰ ক্ষেপণাস্ত্ৰ নিক্ষেপৰ দাবী, আমেৰিকাৰ অস্বীকাৰ

June 3, 2026
50
Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assam

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

June 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

K Annamalai : দ্ৰাবিড় ভূমিত বিজেপি ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন : তামিলনাডুত বিজেপিৰ পোষ্টাৰ বয়ৰ পদত্যাগ

K Annamalai : দ্ৰাবিড় ভূমিত বিজেপি ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন : তামিলনাডুত বিজেপিৰ পোষ্টাৰ বয়ৰ পদত্যাগ

June 3, 2026
Child Killed : বিয়াৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই প্ৰেমিকাৰ এবছৰীয়া পুত্ৰক প্ৰহাৰ কৰি হত্যা

Child Killed : বিয়াৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই প্ৰেমিকাৰ এবছৰীয়া পুত্ৰক প্ৰহাৰ কৰি হত্যা

June 3, 2026
Iran US war : কুৱেইট-বাহৰেইনত থকা আমেৰিকান ঘাটিত ইৰাণৰ ক্ষেপণাস্ত্ৰ নিক্ষেপৰ দাবী, আমেৰিকাৰ অস্বীকাৰ

Iran US war : কুৱেইট-বাহৰেইনত থকা আমেৰিকান ঘাটিত ইৰাণৰ ক্ষেপণাস্ত্ৰ নিক্ষেপৰ দাবী, আমেৰিকাৰ অস্বীকাৰ

June 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx