ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ক’ৰোনা ভেকচিন : এইবাৰ ১০ হাজাৰ লোকৰ ওপৰত পৰীক্ষা চলাব অক্সফোর্ড বিশ্ববিদ্যালয়ে

ASSAM TIMES POST by ASSAM TIMES POST
May 24, 2020
Reading Time: 1 min read
A A
0
ক’ৰোনা ভেকচিন : এইবাৰ ১০ হাজাৰ লোকৰ ওপৰত পৰীক্ষা চলাব অক্সফোর্ড বিশ্ববিদ্যালয়ে

0 1 e1574345654996 6 1 2 2 14 10 2 | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

CJP protest : সোণম ৱাংচুকৰ ঠাইত অনশনত বহাৰ পিছতেই অভিজিত দীপকেৰ মুখত চিয়াঁহী নিক্ষেপ মহিলাৰ

নিউজ ডেস্ক:

ছেপ্টেম্বৰৰ ভিতৰতেই কোভিড-১৯ৰ প্রতিষেধক সৃষ্টিৰ লক্ষ্যত আগুৱাইছে অক্সফোর্ড বিশ্ববিদ্যালয়ৰ জেনাৰ ইনষ্টিটিউট। তেওঁলোকৰ দ্বাৰা তৈয়াৰী সম্ভাব্য প্রতিষেধকটি পৰীক্ষাৰ প্রথম ধাপ পাৰ কৰিছে। প্রাণীৰ পিছত মানুহৰ দেহত ইয়াৰ পৰীক্ষা আৰম্ভ হৈছিল এপ্রিলত।

এই পর্যন্ত ১০০০জনৰ ওপৰত প্রতিষেধক প্রয়োগ কৰা হৈছে। ফলাফল বিশ্লেষণ চলিছে। এইবাৰ এই পৰীক্ষাটি প্রচুৰ সংখ্যক মানুহ আৰু বয়স্কসকলৰ ওপৰত চলাব বিচাৰে অক্সফোর্ড বিশ্ববিদ্যালয়ে। তীব্ৰ গতিত তাৰ প্রস্তুতিও চলাইছে সমান্তৰালভাবে।

প্রতিষেধক পৰীক্ষাৰ বাবে তেওঁলোকে ব্রিটেইনৰ বিভিন্ন অংশৰ পৰা ১০,২৬০ ব্যক্তিক বাছি লৈছে সহযোগী সংস্থাসমূহৰ জৰিয়তে। তেওঁলোকৰ ভিতৰত ৫৬ৰ পৰা ৬৯ বছৰৰ লোকেই অধিক। কিছু সংখ্যকৰ বয়স ৭০ৰ বেছি আৰু ৫ৰ পৰা ১২ বছৰ বয়সীয়াও কিছু আছে। প্রবীণ, বৃদ্ধ আৰু শিশুসকলৰ ভিতৰত প্রতিৰোধ ক্ষমতা গঢ়ি উঠাৰ ক্ষেত্রত কেনেকুৱা কি তাৰতম্য হয় তাক লক্ষ্য কৰা হ’ব।

তৃতীয় পর্যায়ত হ’ব ১৮-ঊর্ধ্বসকলৰ ওপৰত পৰীক্ষা। দ্বিতীয় আৰু তৃতীয় পর্যায়ত সাবালকসকলৰ এটি অংশকো দিয়া হ’ব প্ৰমাণ-পত্র পোৱা কোনো প্রতিষেধক। ওপৰৰ অংশই পাব জেনাৰ ইনষ্টিটিউটৰ তৈয়াৰী প্রতিষেধক ChAdOx1। উভয় দলৰ মাজত ফলাফলৰ কি পাৰ্থক্য হৈছে, চোৱা হ’ব।

উল্লেখযোগ্য যে জেনাৰ ইনষ্টিটিউটে এই প্রতিষেধকটি তৈযাৰ কৰিছে অ্যাডেনোভাইৰাছৰ পৰা। যাৰ কাৰণে চিম্পাঞ্জীবোৰৰ সাধাৰণ চর্দি হৈয়ে থাকে। এই ভাইৰাছৰ জিনক এনেভাবে সলনি কৰা হৈছে, যাতে মানুহৰ দেহত সোমালেও কোনো কাৰণতেই ই সংখ্যাত বাঢ়িব নোৱাৰে। ইয়াৰ অলপ উপস্থিতিতেই দেহত অ্যান্টিবডি সৃষ্টি হ’ব, যিয়ে নোভেল কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধ কৰাৰ শক্তি যোগাব বুলি আশা কৰা হৈছে।

Tags: Featured2
Share4Tweet3Send

Related Posts

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া
National-International

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

by News Desk
July 18, 2026
50
Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে
National-International

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

by News Desk
July 18, 2026
50
CJP protest : সোণম ৱাংচুকৰ ঠাইত অনশনত বহাৰ পিছতেই অভিজিত দীপকেৰ মুখত চিয়াঁহী নিক্ষেপ মহিলাৰ
National-International

CJP protest : সোণম ৱাংচুকৰ ঠাইত অনশনত বহাৰ পিছতেই অভিজিত দীপকেৰ মুখত চিয়াঁহী নিক্ষেপ মহিলাৰ

by News Desk
July 18, 2026
50
Extramarital affair : চালকৰ লগত প্ৰেম, ২০ লাখৰ বীমা পলিচিৰ বাবে স্বামীক হত্যা
National-International

Extramarital affair : চালকৰ লগত প্ৰেম, ২০ লাখৰ বীমা পলিচিৰ বাবে স্বামীক হত্যা

by News Desk
July 18, 2026
50
Vikram 1 Launched I ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-১ৰ সফল উৎক্ষেপণ
National-International

Vikram 1 Launched I ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-১ৰ সফল উৎক্ষেপণ

by Staff Reporter
July 18, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk I দীঘলীয়া উপবাসৰ সময়ত জলশূন্যতাত দুৰ্বল ৱাংচুক, এইবাৰ অনশনত পইঁতাচোৰা পাৰ্টীৰ প্ৰতিষ্ঠাপক  

by Staff Reporter
July 18, 2026
50
ADVERTISEMENT
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
50
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
50
Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া
National-International

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

July 18, 2026
50
Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে
National-International

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

July 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

July 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx