ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফুত মটৰ চালক, শ্ৰমিক আৰু নিৰ্মাণ শ্ৰমিক সকলৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন

ASSAM TIMES POST by ASSAM TIMES POST
May 1, 2020
Reading Time: 1 min read
A A
0
ডিফুত মটৰ চালক, শ্ৰমিক আৰু নিৰ্মাণ শ্ৰমিক সকলৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন

0 1 e1574345654996 6 1 2 2 14 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

ডিফু: ক’ভিড 19 ৰ বাবে দেশজুৰি চলি থকা ৪০ দিনীয়া লকডাউনৰ পৰিপ্ৰেক্ষিতত আজি আন্তৰ্জাতিক শ্ৰমিক দিৱসটি পাহাৰীয়া জিলা কাৰবি আংলঙৰ সদৰ চহৰ ডিফুত বৰ্ণাঢ্য কাৰিযসূচীৰ বিপৰীতে আনুষ্টুপীয়া নিয়ম ফাঁকি পালন কৰি উদযাপন কৰা হয় ৷

আজি পুৱাৰ ভাগত ডিফু দৈনিক বজাৰত থকা ডিটিচি বিল্ডিঙৰ ওপৰ মহলাত কাৰবি আংলং মটৰ পৰিবহন আৰু চালক সন্থা আৰু কাৰবি আংলং গৃহ নিৰ্মাণ আৰু অনান্য শ্ৰমিক সন্থাই পৃথক পৃথককৈ নিজ পতাকা উত্তোলন কৰে ৷ ইয়াৰ পিছত উপস্থিত শ্ৰমিক আৰু চালক সকলে সামাজিক দুৰত্ব বজাই ৰাখি শ্বহীদ তৰ্পণ কৰে ৷

MOTOR | ASSAM TIMES POSTMOTOR 2 | ASSAM TIMES POST

পতাকা উত্তোলন কৰি সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত কাৰবি আংলং মটৰ শ্ৰমিক আৰু চালক সন্থাৰ সভাপতি আব্দুল নুৰে কয়যে কৰ’না বিপত্তিৰ সময়ত মটৰ শ্ৰমিক সকল সকলো দিশৰ পৰা বঞ্চিত হৈ আছে গতিকে চৰকাৰে তেওঁলোকৰ প্ৰতি সহানুভূতি জনাই পৰ্যাপ্ত সাহায্য প্ৰদান কৰিব লাগে ৷ সাধাৰণ সম্পাদক কৃষ্ণ ভট্টৰায়ে কয় যে, মটৰ শ্ৰমিক সকলক চৰকাৰে সামাজিক সুৰক্ষা আইনৰ আওতাত সাঙুৰি নোলোৱাৰ বাবে সমস্যাৰ সৃষ্টি হৈছে ৷

শ্ৰমিকৰ বিভিন্ন দাবী সজোৰে উত্থাপন কৰিবলৈ আজিৰ শ্ৰমিক দিৱসৰ সুযোগটো কৰ’না ভাইৰাছৰ সংক্ৰমনৰ বাবে হেৰুৱাবলগীয়া হ’ল৷ অসংগঠিত মটৰ শ্ৰমিক সকল্ বহু কষ্ট স্বীকাৰ কৰি অত্যাৱশ্যকীঁয় সামগ্ৰী দূৰ-দূৰণিৰ ঠাইলৈ কঢ়িয়াই লৈ যায় যদিও লকডাউনৰ বাবে সেইসকলৰ দূৰাৱস্থা হৈছে ৷

সেয়ে তেওঁলোকৰ সুৰক্ষাৰ প্ৰতি সদয় হব লাগে বুলি দাবী জনায় ৷ ইয়াৰোপৰি অসমত কৰ’না যুঁজখনক সঠিক দিশ প্ৰদান কৰা দুই বলিষ্ঠ নেতা ক্ৰমে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু স্বাস্থ্য মন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাকো প্ৰশংসা কৰে ৷

আনহাতে সদৌ কাৰবি আংলং গৃহ আৰু অনান্য নিৰ্মাণ শ্ৰমিক সন্থাৰ সাধাৰণ সম্পাদক আছমত আলীয়ে কয়যে, লকডাউনৰ ফলত শ্ৰমিক সকলৰ অপূৰণীয় ক্ষতি সাধন হৈছে চৰকাৰে এই দিশটো গণ্য কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷ আনহাতে দেশ-বিদেশত আৱদ্ধ হৈ থকা শ্ৰমিক সকলক মানৱতাৰ খাতিৰত উদ্ধাৰ কৰি আনিব লাগে ৷

আজিৰ পতাকা উত্তোলন কাৰ্যসূচীক নিৰ্মান শ্ৰমিক সন্থাৰ উপসভাপতি প্ৰতিৰাজা বৰভূঞা, মটৰ শ্ৰমিক চালক সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য ক্ৰমে দিপেন থাপা, দিলবাহাৰ আলী, মাঞ্জা ইনফৰমেছন চেণ্টাৰৰ প্ৰভাৰী হৰি থাউচেন, কাৰ্যালয় সম্পাদক ছাইদুল ইছলাম আৰু নৱ কুমাৰ বৰা উপস্থিত আছিল ৷

Tags: featured3
Share4Tweet3Send

Related Posts

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

by Staff Reporter
July 22, 2026
50
Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours
Assam

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

by Staff Reporter
July 21, 2026
50
Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

by News Desk
July 20, 2026
50
Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন
KARBI ANGLONG

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

by Staff Reporter
July 20, 2026
50
Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

by Staff Reporter
July 19, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
Assam

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

by Staff Reporter
July 19, 2026
50
ADVERTISEMENT
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

July 22, 2026
50
Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ
National-International

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

July 21, 2026
50
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ
National-International

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

July 22, 2026
Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

July 21, 2026
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

July 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx