ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কাৰ্বি আংলংৰ চাৰি ঠাইত কোৱাৰেণ্টাইন চেণ্টাৰ স্থাপনৰ প্ৰস্তুতি

ASSAM TIMES POST by ASSAM TIMES POST
March 27, 2020
Reading Time: 1 min read
A A
0
কাৰ্বি আংলংৰ চাৰি ঠাইত কোৱাৰেণ্টাইন চেণ্টাৰ স্থাপনৰ প্ৰস্তুতি

0 1 e1574345654996 6 1 2 2 3 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

ডিফু : অসমত এতিয়ালৈ কৰ’না ভাইৰাছত কোনো লোক আক্ৰান্ত নহ’লেও সম্ভৱপৰ যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ আগতীয়া ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে। পাহাৰীয়া জিলা কাৰ্বি আংলংৰ সৰিয়হজান ছাই ক্ৰীড়া খেলপথাৰতো স্থাপন কৰা হব কোৱাৰেণ্টাইন কেন্দ্ৰ।

সেই উদ্দেশ্যে বোকাজান মহকুমাৰ অতিৰিক্ত সহকাৰী আয়ুক্ত দিলীপ টেৰাঙে সৰিয়হজান ছাই ক্ৰীড়া খেলপথাৰখন পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত তেখেতে তাত দুটা হোষ্টেল বিল্ডিঙ প্ৰত্যক্ষ কৰে। প্ৰতিটো বিল্ডিঙতে ১১তাকৈ কোঠা, ৫ তাকৈ লেটিন আৰু ৫ তাকৈ বাথৰুম আছে। বিল্ডিঙ দুটাৰ কাৰেণ্টৰ ব্যৱস্থাৰ লগতে পানীৰ ব্যৱস্থাও সম্পূৰ্ণ হৈ থকা প্ৰত্যক্ষ কৰে।

PHOTO KAMRUL 16 | ASSAM TIMES POST
জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়াই কোৱাৰেণ্টাইন কেন্দ্ৰ সমূহ পৰিদশন কৰাৰ মূহুত্ব :

সকলো সুবিধাৰে পৰিপূৰ্ণ হৈ থকা ছাই ক্ৰীড়া খেলপথাৰৰ এই বিল্ডিঙ দুটাক বোকাজান মহকুমাত কোৱাৰেণ্টাইন কেন্দ্ৰ ৰূপে অধিগ্ৰহণ কৰিবলৈ সহকাৰী আয়ুক্তগৰাকীয়ে আজি জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়াক এক পত্ৰ যোগে বিল্ডিঙ দুটাৰ সবিশেষ জনায়।

উক্ত পত্ৰ লাভ কৰাৰ পাছতেই জিলা উপায়ুক্তগৰাকীয়ে দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ ৰ অধীনত ৰেফাৰেন্স নম্বৰ KA/DDMA/01/2020/157 আৰু KA/DDMA/01/2020/167 যোগেদি বোকাজান মহকুমাৰ অন্তৰ্গত সৰিয়হজান ছাই ক্ৰীড়া খেলপথাৰ হোষ্টেলৰ দুটা বিল্ডিঙ, নামবৰ নদী চাহ বাগিছা চিকিৎসালয়, দেওপানী পৰ্যটন ভৱনৰ লগতে হাওৰাঘাট মহকুমাৰ অন্তৰ্গত বকলীয়াৰ বাহনী আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছোৱালী হোষ্টেল বিল্ডিঙটো পৰৱৰ্তী নিৰ্দেশনা নহালৈকে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ তথা সকলো প্ৰয়োজনীয় সুবিধাৰ ব্যৱস্থা কৰি অধিগ্ৰহণ কৰিবলৈ বোকাজান আৰু হাওৰাঘাট মহকুমা প্ৰশাসনক এক নিৰ্দেশনা জাৰি কৰে।

উল্লেখ্য যে কৰ’নাত আক্ৰান্ত লোকসকলক পৃথকভাৱে ৰাখি চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিবলৈ প্ৰতিখন ৰাজ্য চৰকাৰলৈ আহ্বান জনাইছিল কেন্দ্ৰ চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়ে। ইয়াৰ পিছতে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ লগতে কাৰ্বি আংলং জিলা প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰিছে।

Tags: Featured2
Share5Tweet3Send

Related Posts

Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours
Assam

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

by Staff Reporter
July 21, 2026
50
Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

by News Desk
July 20, 2026
50
Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন
KARBI ANGLONG

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

by Staff Reporter
July 20, 2026
50
Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

by Staff Reporter
July 19, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
Assam

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

by Staff Reporter
July 19, 2026
50
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

by News Desk
July 18, 2026
50
ADVERTISEMENT
Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ
National-International

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

July 21, 2026
50
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ
National-International

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Rare pangolin rescued in Diphu

July 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

July 21, 2026
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

July 21, 2026
Rare pangolin rescued in Diphu

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx