ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

বয়সতকৈ উৰ্দ্ধত মিলিন্দ-অংকিতাৰ প্ৰেমঃ

Staff Reporter by Staff Reporter
March 20, 2020
Reading Time: 1 min read
A A
0
বয়সতকৈ উৰ্দ্ধত মিলিন্দ-অংকিতাৰ প্ৰেমঃ

ফেশ্বন জগত খনৰ এটা উল্লেখনীয় নাম হৈছে মিলিন্দ সুমন। মডেলিং তথা অভিনয়ৰ দ্বাৰাও এই গৰাকী শিল্পীয়ে দৰ্শকক আকৰ্ষিত কৰা দেখিবলৈ পোৱা গৈছিল। ৯০ দশকৰ হাৰ্টথ্ৰৱ ৰূপে পৰিগণিত হৈছিল মিলিন্দ সুমন। কিন্তু, সাংস্কৃতিক জগত খনৰ বাবে নহয়; চচিয়েল মিডিয়াত তেওঁ ট্ৰোল হৈছিল নিজৰ ব্যক্তিগত জীৱনৰ বাবেহে। আছলতে, এজন চেলিব্ৰটীৰ পাৰ্ছনেল আৰু প্ৰফেচনেল লাইফৰ ওপৰত ভিত্তি কৰিয়েই বাতৰি প্ৰস্তুত কৰা দেখিবলৈ পোৱা যায় আৰু এয়াই হৈছিল মিলিন্দৰ সৈতে। কোৱা হয়, বয়সে হেনো প্ৰেম নামানে। বয়স,ওজনৰ নিচিনা একোটা সমীকৰণৰ উৰ্দ্ধত থাকে প্ৰেম। এয়া প্ৰমাণ কৰিলে ৫৩ বছৰীয়া মিলিন্দে, যেতিয়া তেওঁ বিয়া কৰোৱালে এগৰাকী ২৮ বছৰীয়া যুৱতী অংকিতা কোঁৱৰক। চচিয়েল মিডিয়াত তেওঁলোকৰ প্ৰেমৰ সময়ছোৱাৰ পৰা ট্ৰোল হৈছিল তেওঁলোকৰ বিবাহ পৰ্যন্ত।

RELATED POSTS

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

CJP protest : সোণম ৱাংচুকৰ ঠাইত অনশনত বহাৰ পিছতেই অভিজিত দীপকেৰ মুখত চিয়াঁহী নিক্ষেপ মহিলাৰ

Milind | ASSAM TIMES POST

কিন্তু হাৰি যোৱা নাছিল এওঁলোক; সকলো সমালোচনাৰ কাঁইট ভাঙি বৰ্তমান সুখী জীৱন জ্ঞাপন কৰিছে এওঁলোকে। যাৰ সম্পূৰ্ণ নিদৰ্শন পোৱা যায় এওঁলোকৰ ফটোবোৰত। শেহতীয়াকৈ মিলিন্দ সুমনে ইনষ্টাগ্ৰামত পত্নীৰ এখন ক্ল’জআপ ফটো আপলোড কৰি কেপচন দিয়ে যে, “২০১৪…লৱ এট ফাৰ্ষ্ট চাইট” অৰ্থাৎ “প্ৰথম দেখাতেই প্ৰেম”। উক্ত ফটোখনত এতিয়া অনুৰাগীৰ যথেষ্ট কমেন্ট দেখিবলৈ পোৱা গৈছে; কোনোৱে যদি অংকিতাক কৈছে “মৰম লগা”, তাতেই আকৌ কোনোৱে কৈছে “সুন্দৰ”। উল্লেখ্য যে, মিলিন্দ-অংকিতাই ৪ বছৰ প্ৰেম কৰাৰ পিছত বিবাহ পাশত আবদ্ধ হয়।

View this post on Instagram

A post shared by Milind Usha Soman (@milindrunning)

22milind ankita wedding | ASSAM TIMES POST

যেতিয়া চচিয়েল মিডিয়াত তেওঁলোকক এবাৰ কোনোৱে ট্ৰোল কৰি কৈছিল যে, অংকিতাই মিলিন্দক “পাপাজী” সম্বোধন কৰাটো গ্ৰহণযোগ্য। তেতিয়া মিলিন্দে হাঁহি কৈছিল যে, “হয়, মোৰ পত্নীয়ে মাজে মাজে মোক “পাপা” বুলি মাতে ।” ইয়াৰ উপৰিও তেওঁ কয় যে, “অংকিতা আৰু মোৰ বয়সৰ ব্যৱধানটো হৈছে মোৰ মা আৰু মোৰ বয়সৰ ব্যৱধানৰ নিচিনাই। এয়া কি নাজানো; কিন্তু মই তেওঁক ভাল পাওঁ।”

SOURCE:https://rupaliparda.com/archives/11676

Share4Tweet3Send

Related Posts

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া
National-International

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

by News Desk
July 18, 2026
50
Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে
National-International

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

by News Desk
July 18, 2026
50
CJP protest : সোণম ৱাংচুকৰ ঠাইত অনশনত বহাৰ পিছতেই অভিজিত দীপকেৰ মুখত চিয়াঁহী নিক্ষেপ মহিলাৰ
National-International

CJP protest : সোণম ৱাংচুকৰ ঠাইত অনশনত বহাৰ পিছতেই অভিজিত দীপকেৰ মুখত চিয়াঁহী নিক্ষেপ মহিলাৰ

by News Desk
July 18, 2026
50
Extramarital affair : চালকৰ লগত প্ৰেম, ২০ লাখৰ বীমা পলিচিৰ বাবে স্বামীক হত্যা
National-International

Extramarital affair : চালকৰ লগত প্ৰেম, ২০ লাখৰ বীমা পলিচিৰ বাবে স্বামীক হত্যা

by News Desk
July 18, 2026
50
Vikram 1 Launched I ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-১ৰ সফল উৎক্ষেপণ
National-International

Vikram 1 Launched I ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-১ৰ সফল উৎক্ষেপণ

by Staff Reporter
July 18, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk I দীঘলীয়া উপবাসৰ সময়ত জলশূন্যতাত দুৰ্বল ৱাংচুক, এইবাৰ অনশনত পইঁতাচোৰা পাৰ্টীৰ প্ৰতিষ্ঠাপক  

by Staff Reporter
July 18, 2026
50
ADVERTISEMENT
Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া
National-International

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

July 18, 2026
50
Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে
National-International

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

July 18, 2026
50
CJP protest : সোণম ৱাংচুকৰ ঠাইত অনশনত বহাৰ পিছতেই অভিজিত দীপকেৰ মুখত চিয়াঁহী নিক্ষেপ মহিলাৰ
National-International

CJP protest : সোণম ৱাংচুকৰ ঠাইত অনশনত বহাৰ পিছতেই অভিজিত দীপকেৰ মুখত চিয়াঁহী নিক্ষেপ মহিলাৰ

July 18, 2026
50
Karbi Anglong Sports Association : কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
DIPHU

Karbi Anglong Sports Association : কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

July 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

July 18, 2026
Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

July 18, 2026
CJP protest : সোণম ৱাংচুকৰ ঠাইত অনশনত বহাৰ পিছতেই অভিজিত দীপকেৰ মুখত চিয়াঁহী নিক্ষেপ মহিলাৰ

CJP protest : সোণম ৱাংচুকৰ ঠাইত অনশনত বহাৰ পিছতেই অভিজিত দীপকেৰ মুখত চিয়াঁহী নিক্ষেপ মহিলাৰ

July 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx