ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কইনা সাঁজেৰে দীপলিনাৰ “মধুলগন”-

Staff Reporter by Staff Reporter
March 19, 2020
Reading Time: 1 min read
A A
0
কইনা সাঁজেৰে দীপলিনাৰ “মধুলগন”-

বিগত বহু দিনৰ পৰা চচিয়েল মিডিয়া ও “টিক-টক” ত এটা গীত মুক্তিৰ পূৰ্বেই জনপ্ৰিয় হৈ পৰা দেখিবলৈ পোৱা গৈছে। গীতটিৰ বিভিন্ন ফটো তথা ভিডিঅ’ ভাইৰেলো হৈ পৰিছে বহুল ৰূপত। এই গীতটিৰ নাম হৈছে “মধুলগন”। নামটো শুনিয়ে ছাগে আপুনি ধৰিব পাৰিছে গীতটিত কোনে কন্ঠদান কৰিছে। হয়, আপুনি ঠিকেই ধৰিছে; গীতটিত কন্ঠদান কৰিছে অভিনেত্ৰী ও গায়িকা দীপলিনা ডেকাই। তেওঁৰ শেহতীয়াকৈ নিৰ্মিত এই গীতটিক লৈ উৎসাহিত তেওঁৰ অনুৰাগী। দীপলিনাৰ প্ৰায় প্ৰত্যেকটো গীত জনপ্ৰিয় হৈ পৰাৰ উপৰিও তেওঁক লৈ থকা বিভিন্ন জনৰ কমেন্টো হয় উল্লেখনীয়। ইঞ্জিনিয়াৰিং এৰি সাংস্কৃতিক ক্ষেত্ৰখনত নামি পৰা পিছতো দীপিলিনাই কেতিয়াও পিছ হুঁহকিবলগীয়া হোৱা নাই।

RELATED POSTS

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

90056075 739509993246803 426550880251150336 o | ASSAM TIMES POST

আজি অৰ্থাৎ ১৯ মাৰ্চত মুক্তিপাবলগীয়া এই গীতটিত কথা দিছে প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাই। লগতে গীতটিত পৰিচালনা কৰিছে পল্লৱ দত্তই আৰু “মধুলগন” ৰ ভিডিঅ’ পৰিচালনা কৰিছে শচীন বৰুৱাই। ইয়াৰ উপৰিও গীতটিত অভিনয় কৰিছে দীপলিনাৰ লগতে প্ৰণৱ প্ৰিয়াংকুশে। উক্ত গীতটিক লৈ দৰ্শক উৎসাহিত হোৱাৰ আন কাৰণো অৱশ্যে নথকা নহয়; এই গীতটিত দীপলিনাক দেখিবলৈ পোৱা যাব কইনা সাঁজেৰে লগতে হোঁমৰ গুৰিত বহি থকা দীপলিনাৰ লুকটোৱে ইতিমধ্যে নৱ প্ৰজন্মৰ বহু যুৱকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। গীতটিৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰা হৈছে। কিছুদিন পূৰ্বে দীপিলনাই চুমিবলৈ সক্ষম হৈছিল আন এক সফলতা; তেওঁৰ “চুই দিয়ানা” শীৰ্ষক গীতটিয়ে ইউটিউবত লাভ কৰিছিল ১০ লাখতকৈও অধিক ভিউৱাৰচ।

89933483 201880057735787 2764878876755800606 n1 | ASSAM TIMES POST

১৯৯২ চনত জন্মগ্ৰহণ কৰা দীপলিনাই ২০১৫ চনত মুকলি কৰি দিছিল তেওঁৰ প্ৰথমটো গীত “নোৱাৰি নোৱাৰি”। এই গীতটিত যুঁটীয়াভাৱে কন্ঠদান কৰিছিল তৰুণ তন্ময়ে। এগৰাকী অভিনত্ৰী, এগৰাকী গায়িকা হোৱাৰ উপৰিও দীপলিনা এগৰাকী কথক ডেন্সাৰ। “বিন্দু” আলোচনী আৰু “শিল্পীৰ দাপোণ” কাকতৰ সৌজন্যত নাৰী দিৱসৰ দিনাই অসম ৰাজ্যিক সংগ্ৰহালয়, কনকলতা বৰুৱা প্ৰেক্ষাগৃহত এই গৰাকী শিল্পীক “কলাশ্ৰী” সন্মান প্ৰদান কৰা হৈছিল।

SOURCE:https://rupaliparda.com/archives/11671

Share6Tweet3Send

Related Posts

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

by News Desk
July 17, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

by Staff Reporter
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

by Staff Reporter
July 13, 2026
50
ADVERTISEMENT
Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া
National-International

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

July 18, 2026
50
Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে
National-International

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

July 18, 2026
50
CJP protest : সোণম ৱাংচুকৰ ঠাইত অনশনত বহাৰ পিছতেই অভিজিত দীপকেৰ মুখত চিয়াঁহী নিক্ষেপ মহিলাৰ
National-International

CJP protest : সোণম ৱাংচুকৰ ঠাইত অনশনত বহাৰ পিছতেই অভিজিত দীপকেৰ মুখত চিয়াঁহী নিক্ষেপ মহিলাৰ

July 18, 2026
50
Karbi Anglong Sports Association : কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
DIPHU

Karbi Anglong Sports Association : কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

July 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

July 18, 2026
Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

July 18, 2026
CJP protest : সোণম ৱাংচুকৰ ঠাইত অনশনত বহাৰ পিছতেই অভিজিত দীপকেৰ মুখত চিয়াঁহী নিক্ষেপ মহিলাৰ

CJP protest : সোণম ৱাংচুকৰ ঠাইত অনশনত বহাৰ পিছতেই অভিজিত দীপকেৰ মুখত চিয়াঁহী নিক্ষেপ মহিলাৰ

July 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx