ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

World Heritage site : বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশে ৰংপুৰ-শিৱসাগৰ

নিউজ ডেস্কঃ

News Desk by News Desk
September 5, 2026
Reading Time: 1 min read
A A
0
World Heritage site : বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশে ৰংপুৰ-শিৱসাগৰ

RELATED POSTS

ASSAM POLICE RAID : ৰাজ্যজুৰি অসম আৰক্ষীৰ বৃহৎ অভিযান

Devashis Sarma retirement : নগাঁও জিলা আয়ুক্তৰ স্বেচ্ছামূলক অৱসৰে ৰাজনৈতিক মহলত সৃষ্টি কৰিছে ধুমুহা, কংগ্ৰেছৰ গুৰুতৰ অভিযোগ

Raijor Dal-Congress : কংগ্ৰেছ–ৰাইজৰ দলৰ মিত্ৰতা ভংগ, পৰস্পৰক লৈ তীব্ৰ অভিযোগ

New Logo Smal | ASSAM TIMES POST

চৰাইদেউ মৈদামৰ পিছত এইবাৰ আহোমৰ ৰাজত্বকালৰ ঐতিহাসিক ৰংপুৰ-শিৱসাগৰে (Rangpur-Sivasagar) বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশে আগবাঢ়িছে। ভাৰত চৰকাৰে ইতিমধ্যে ইয়াৰ বাবে ইউনেস্ক’ত আনুষ্ঠানিক মনোনয়ন দাখিল কৰিছে। এই সামাজিক মাধ্যমযোগে জনাইছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

ফেচবুকৰ এটা পোষ্টত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে উল্লেখ কৰি লিখিছে, “অসমৰ ইতিহাস আৰু ঐতিহ্যৰ বাবে আজিৰ দিনটো এক গৌৰৱৰ দিন৷ প্ৰায় ছশ বছৰ ধৰি ব্ৰহ্মপুত্ৰ উপত্যকাত নিৰৱধি শাসনভাৰ চলোৱা আহোম ৰাজবংশৰ ৰাজধানী ৰংপুৰ-শিৱসাগৰ এতিয়া বিশ্ব ঐতিহ্যৰ স্বীকৃতি লাভৰ দিশে এখোজ আগবাঢ়িছে। ১৯ জুন ২০২৬ত ভাৰতৰ তৰফৰ পৰা এই ঐতিহাসিক ক্ষেত্ৰক বিশ্ব ঐতিহ্যৰ মৰ্যাদাৰ বাবে আনুষ্ঠানিকভাৱে মনোনয়ন দাখিল কৰা হৈছে।”

ss | ASSAM TIMES POST
বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশে ৰংপুৰ-শিৱসাগৰ

তেওঁ লগতে লিখিছে, “ৰংঘৰ, কাৰেংঘৰ, দৌল, পুখুৰী আৰু আহোমসকলৰ অনন্য স্থাপত্য কাৰু-কৌশলৰ অমূল্য নিদৰ্শনেৰে সমৃদ্ধ এই ভূমি কেৱল অসমৰ নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ বাবেই গৌৰৱ।”

আনহাতে চৰাইদেউৰ মৈদামৰ প্ৰসংগ টানি আনি তেওঁ লিখিছে, “২০২৪ চনত চৰাইদেউৰ মৈদামে লাভ কৰা বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ পাছত ৰংপুৰ–শিৱসাগৰক লৈ এই পদক্ষেপে আহোম সভ্যতাৰ গৌৰৱগাথাক বিশ্বৰ সন্মুখত আৰু অধিক উজলাই তুলিব।”

লগতে লিখিছে, “চৰাইদেউত আহোম ৰাজবংশৰ স্মৃতি, শিৱসাগৰত তেওঁলোকৰ শাসনৰ গৌৰৱ- দুয়ো মিলি সমৃদ্ধ কৰি আহিছে অসমৰ আহোম ইতিহাসৰ মহাগাথা। অসমৰ ঐতিহ্যক বিশ্বৰ বুকুত সগৌৰৱে প্ৰতিষ্ঠা কৰাৰ এই ঐতিহাসিক প্ৰচেষ্টাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ অসমৰ জনসাধাৰণৰ হৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Rangpur-Sivasagar
Share4Tweet3Send

Related Posts

ASSAM POLICE RAID : ৰাজ্যজুৰি অসম আৰক্ষীৰ বৃহৎ অভিযান
Assam

ASSAM POLICE RAID : ৰাজ্যজুৰি অসম আৰক্ষীৰ বৃহৎ অভিযান

by News Desk
September 5, 2026
50
Devashis Sarma retirement : নগাঁও জিলা আয়ুক্তৰ স্বেচ্ছামূলক অৱসৰে ৰাজনৈতিক মহলত সৃষ্টি কৰিছে ধুমুহা, কংগ্ৰেছৰ গুৰুতৰ অভিযোগ
Assam

Devashis Sarma retirement : নগাঁও জিলা আয়ুক্তৰ স্বেচ্ছামূলক অৱসৰে ৰাজনৈতিক মহলত সৃষ্টি কৰিছে ধুমুহা, কংগ্ৰেছৰ গুৰুতৰ অভিযোগ

by News Desk
September 4, 2026
51
Raijor Dal-Congress : কংগ্ৰেছ–ৰাইজৰ দলৰ মিত্ৰতা ভংগ, পৰস্পৰক লৈ তীব্ৰ অভিযোগ
Assam

Raijor Dal-Congress : কংগ্ৰেছ–ৰাইজৰ দলৰ মিত্ৰতা ভংগ, পৰস্পৰক লৈ তীব্ৰ অভিযোগ

by News Desk
September 3, 2026
53
Raijor Dal : মিত্ৰতাৰ নীতি-নিয়ম উলংঘা কৰাৰ পৰিপ্ৰেক্ষিত “ৰাইজৰ দল”ৰ সৈতে মিত্ৰতা ভংগ কংগ্ৰেছৰ
Assam

Raijor Dal : মিত্ৰতাৰ নীতি-নিয়ম উলংঘা কৰাৰ পৰিপ্ৰেক্ষিত “ৰাইজৰ দল”ৰ সৈতে মিত্ৰতা ভংগ কংগ্ৰেছৰ

by News Desk
September 3, 2026
51
BIG BREAKING:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত চাঞ্চল্যকৰ গুলীচালনা,দুই আৰক্ষী জোৱান নিহত
Assam

BIG BREAKING:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত চাঞ্চল্যকৰ গুলীচালনা,দুই আৰক্ষী জোৱান নিহত

by ASSAM TIMES POST
September 3, 2026
60
BREAKING : শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ দিন ঘোষণা
Assam

BREAKING : শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ দিন ঘোষণা

by News Desk
September 2, 2026
51
ADVERTISEMENT
Nepal floods : নেপালত আৰু ৩ ভাৰতীয়ক উদ্ধাৰ, এতিয়ালৈকে ১৬৯ জনক উদ্ধাৰ
National-International

Nepal floods : নেপালত আৰু ৩ ভাৰতীয়ক উদ্ধাৰ, এতিয়ালৈকে ১৬৯ জনক উদ্ধাৰ

September 5, 2026
50
CJP protest : যন্তৰ-মন্তৰত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ আক্ৰমণক লৈ আশ্চৰ্য প্ৰকাশ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ
National-International

CJP protest : যন্তৰ-মন্তৰত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ আক্ৰমণক লৈ আশ্চৰ্য প্ৰকাশ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ

September 5, 2026
50
World Heritage site : বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশে ৰংপুৰ-শিৱসাগৰ
Assam

World Heritage site : বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশে ৰংপুৰ-শিৱসাগৰ

September 5, 2026
50
ASSAM POLICE RAID : ৰাজ্যজুৰি অসম আৰক্ষীৰ বৃহৎ অভিযান
Assam

ASSAM POLICE RAID : ৰাজ্যজুৰি অসম আৰক্ষীৰ বৃহৎ অভিযান

September 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Nepal floods : নেপালত আৰু ৩ ভাৰতীয়ক উদ্ধাৰ, এতিয়ালৈকে ১৬৯ জনক উদ্ধাৰ

Nepal floods : নেপালত আৰু ৩ ভাৰতীয়ক উদ্ধাৰ, এতিয়ালৈকে ১৬৯ জনক উদ্ধাৰ

September 5, 2026
CJP protest : যন্তৰ-মন্তৰত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ আক্ৰমণক লৈ আশ্চৰ্য প্ৰকাশ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ

CJP protest : যন্তৰ-মন্তৰত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ আক্ৰমণক লৈ আশ্চৰ্য প্ৰকাশ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ

September 5, 2026
World Heritage site : বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশে ৰংপুৰ-শিৱসাগৰ

World Heritage site : বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশে ৰংপুৰ-শিৱসাগৰ

September 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d