ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

Guwahati landslide : গুৱাহাটীত ভয়ানক ভূমিস্খলনত প্ৰাণ গ’ল চাৰিজনৰ

নিউজ ডেস্কঃ

News Desk by News Desk
September 1, 2026
Reading Time: 1 min read
A A
0
Guwahati landslide : গুৱাহাটীত ভয়ানক ভূমিস্খলনত প্ৰাণ গ’ল চাৰিজনৰ

RELATED POSTS

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

New Logo Smal 4 | ASSAM TIMES POST

মঙলবাৰে পুৱাৰে পৰা হোৱা ধাৰাসাৰ বৰষুণত জলমগ্ন হৈ পৰে গুৱাহাটী মহানগৰী (Guwahati landslide)। এই বৰষুণৰ ফলত মহানগৰৰ বিভিন্ন ঠাইত কৃত্ৰিম বানৰ (artificial floods) সৃষ্টি হোৱাৰ লগতে জনসাধাৰণে দুৰ্ভোগ ভুগিবলগা হয়। ইয়াৰ মাজতে সংঘটিত হয় দুটা ভয়ানক ভূমিস্খলনৰ ঘটনা। মহানগৰীৰৰ মঠঘৰীয়াত হোৱা ভূমিস্খলনত একেটা পৰিয়ালৰে তিনিজনকৈ লোকে দুখজনকভাৱে মৃত্যুক সাৱটি ল’বলগা হয়। পুৱা প্ৰায় ৮ বজাত মঠঘৰীয়াৰ লক্ষ্মী মন্দিৰ অঞ্চলত হোৱা ভূমিস্খলনত নগেন ৰাজবংশী, তেওঁৰ পত্নী মীনা ৰাজবংশী আৰু কন্য়া চুনু ৰাজবংশীৰ মৃত্য়ু হয়। আনহাতে, পৰিয়ালটোৰ একমাত্ৰ পুত্ৰ বিপ্লৱ ৰাজবংশী কথমপি ৰক্ষা পৰে। স্থানীয় ৰাইজে তেওঁক বোকামাটিৰ তলৰ পৰা উদ্ধাৰ কৰি জিএমচিএইচলৈ প্ৰেৰণ কৰে।

ghy | ASSAM TIMES POST
গুৱাহাটীত ভয়ানক ভূমিস্খলনত প্ৰাণ গ’ল চাৰিজনৰ

আনহাতে, সাতগাঁৱৰ তালতলাত সংঘটিত আন এক ভূমিস্খলনৰ ঘটনাত পাহাৰৰ পৰা প্ৰকাণ্ড শিল বাগৰি পি সুমিত্ৰা নামৰ এগৰাকী মহিলাৰ মৃত্যু হয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Guwahatilandslide
Share4Tweet3Send

Related Posts

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ
Guwahati

by News Desk
August 15, 2026
50
Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

by Staff Reporter
July 14, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

by Staff Reporter
July 13, 2026
50
Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings
Guwahati

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

by ASSAM TIMES POST
July 1, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

by News Desk
June 27, 2026
50
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

by News Desk
June 18, 2026
50
ADVERTISEMENT
India Russia relations : ৰাছিয়াৰ সেনাবাহিনীত কৰ্মৰত ৫১ ভাৰতীয়ৰ মৃত্যু, মোদী-পুটিনৰ বৈঠকৰ পিছত তথ্য প্ৰকাশ
National-International

India Russia relations : ৰাছিয়াৰ সেনাবাহিনীত কৰ্মৰত ৫১ ভাৰতীয়ৰ মৃত্যু, মোদী-পুটিনৰ বৈঠকৰ পিছত তথ্য প্ৰকাশ

September 1, 2026
50
PM Modi : বিশ্ব সংকটৰ মাজতো ভাৰতৰ দ্ৰুত বিকাশ, জিডিপি বৃদ্ধিৰ প্ৰতিবেদন প্ৰকাশৰ পিছত ৰাহুল গান্ধীক সমালোচনা মোদীৰ
Economy

PM Modi : বিশ্ব সংকটৰ মাজতো ভাৰতৰ দ্ৰুত বিকাশ, জিডিপি বৃদ্ধিৰ প্ৰতিবেদন প্ৰকাশৰ পিছত ৰাহুল গান্ধীক সমালোচনা মোদীৰ

September 1, 2026
50
Guwahati landslide : গুৱাহাটীত ভয়ানক ভূমিস্খলনত প্ৰাণ গ’ল চাৰিজনৰ
Guwahati

Guwahati landslide : গুৱাহাটীত ভয়ানক ভূমিস্খলনত প্ৰাণ গ’ল চাৰিজনৰ

September 1, 2026
50
Mohan Bhagawat : ভাৰত মহাশক্তিধৰ নহয়, বিশ্বৰ সেৱা কৰি আজি বিশ্ব গুৰু, কানাডাত আৰএছএছৰ মুৰব্বী মোহন ভাগৱত

Assam Times Post is an Online Assamese and English News Portal from Assam.

India Russia relations : ৰাছিয়াৰ সেনাবাহিনীত কৰ্মৰত ৫১ ভাৰতীয়ৰ মৃত্যু, মোদী-পুটিনৰ বৈঠকৰ পিছত তথ্য প্ৰকাশ

India Russia relations : ৰাছিয়াৰ সেনাবাহিনীত কৰ্মৰত ৫১ ভাৰতীয়ৰ মৃত্যু, মোদী-পুটিনৰ বৈঠকৰ পিছত তথ্য প্ৰকাশ

September 1, 2026
PM Modi : বিশ্ব সংকটৰ মাজতো ভাৰতৰ দ্ৰুত বিকাশ, জিডিপি বৃদ্ধিৰ প্ৰতিবেদন প্ৰকাশৰ পিছত ৰাহুল গান্ধীক সমালোচনা মোদীৰ

PM Modi : বিশ্ব সংকটৰ মাজতো ভাৰতৰ দ্ৰুত বিকাশ, জিডিপি বৃদ্ধিৰ প্ৰতিবেদন প্ৰকাশৰ পিছত ৰাহুল গান্ধীক সমালোচনা মোদীৰ

September 1, 2026
Guwahati landslide : গুৱাহাটীত ভয়ানক ভূমিস্খলনত প্ৰাণ গ’ল চাৰিজনৰ

Guwahati landslide : গুৱাহাটীত ভয়ানক ভূমিস্খলনত প্ৰাণ গ’ল চাৰিজনৰ

September 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d