ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

One Nation One Vote । ‘এক দেশ, এক নিৰ্বাচন’ কাৰ্যকৰী হ’লে ৭ লাখ কোটি ৰাহি হ’ব, দাবী জেপিচিৰ মুৰব্বীৰ

Staff Reporter by Staff Reporter
May 21, 2026
Reading Time: 1 min read
A A
0
One Nation One Vote । ‘এক দেশ, এক নিৰ্বাচন’ কাৰ্যকৰী হ’লে ৭ লাখ কোটি ৰাহি হ’ব, দাবী জেপিচিৰ মুৰব্বীৰ

Oplus_131072

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Operation Octopus : ভুৱা ছীম ব্যৱহাৰ কৰি ১০১ কোটি লুণ্ঠন, ১৩ ৰাজ্যৰ পৰা ৬৬ জনক গ্ৰেপ্তাৰ

‎Maoists surrender : ৰাচীত ২৭ মাওবাদীৰ আত্মসমর্পণ

Drinking Water siren : পানী খোৱাৰ বাবে বাজে চাইৰেন, বিদ্যুতৰ বিল শূন্য; বিশ্বৰ বাবে নিদৰ্শন এখন ভাৰতীয় গাঁও

‘এক দেশ, এক নিৰ্বাচন’ (One nation, One Ration) নীতি ৰূপায়ণ হ’লে দেশে প্ৰায় ৭ লাখ কোটি টকা ৰাহি কৰিব পাৰিব। জিডিপি বৃদ্ধিৰ হাৰ ১.৬ শতাংশ বৃদ্ধি পাব পাৰে। এই কথা বুধবাৰে গুজৰাটৰ গান্ধীনগৰত ‘এক দেশ, এক নিৰ্বাচন’ বিষয়ক যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ আৰু লোকসভাৰ সাংসদ প্ৰেম প্ৰকাশ চৌধুৰীয়ে (পি পি নামেৰে পৰিচিত) দাবী কৰে।

One Nation One Vote ।
‘এক দেশ, এক নিৰ্বাচন’ কাৰ্যকৰী হ’লে ৭ লাখ কোটি ৰাহি হ’ব:

‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কখনে বিভিন্ন লোকসভা আৰু বিভিন্ন ৰাজ্যিক বিধানসভাৰ একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে।

কিন্তু তাৎপৰ্যপূৰ্ণভাৱে জেপিচিৰ অধ্যক্ষই ৭ লাখ কোটি টকা ৰাহি কৰাৰ লগতে জিডিপিৰ বৃদ্ধিৰ হাৰ ১.৬ শতাংশ বৃদ্ধিৰ পূৰ্বচৰ্ত হিচাপে কেৱল লোকসভা-বিধানসভাৰ নিৰ্বাচনেই নহয়, পঞ্চায়ত আৰু পৌৰসভা নিৰ্বাচনকো সংযোজন কৰিছে। তেওঁ কয়, “প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত গঠিত সমিতিৰ পৰামৰ্শ অনুসৰি লোকসভা আৰু বিধানসভা নিৰ্বাচন একেলগে অনুষ্ঠিত হ’ব। ইয়াৰ পিছত ১০০ দিনৰ ভিতৰত পঞ্চায়ত আৰু পৌৰসভাৰ নিৰ্বাচন আয়োজন কৰা হ’ব।”

২০২৪ চনৰ ডিচেম্বৰ মাহত লোকসভাত উত্থাপন হোৱা বিধেয়ক দুখনৰ খচৰা সন্দৰ্ভত আলোচনা কৰিবলৈ সংসদৰ এখন যুটীয়া সমিতি গঠন কৰা হৈছে, য’ত ১২৯ সংখ্যক সাংবিধানিক সংশোধনীৰ জৰিয়তে ‘এক দেশ, এক নিৰ্বাচন’ আইন প্ৰণয়নৰ প্ৰস্তাৱকে ধৰি কেইবাটাও বিষয়ত আলোচনা কৰা হৈছে। কংগ্ৰেছৰ প্ৰিয়ংকা গান্ধীৰ পৰা আৰম্ভ কৰি আপৰ সঞ্জয় সিং, আৰু তৃণমূলৰ কল্যাণ বেনাৰ্জী কমিটীৰ সদস্য। সংসদৰ দুয়োটা সদনৰ পৰা মুঠ ৩৯ জন সদস্য (লোকসভাৰ ২৭ আৰু ৰাজ্যসভাৰ ১২ জন) জেপিচিত আছে।

ৰাজস্থানৰ পালি লোকসভা সমষ্টিৰ বিজেপি সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰেম প্ৰকাশ চৌধাৰী জেপিচিৰ অধ্যক্ষ। প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ চৰকাৰে প্রাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অধীনত ‘এক দেশ, এক নিৰ্বাচন’ আইন প্রণয়নৰ বাবে গঠন কৰা আঠজনীয়া কমিটীৰ ১৮ হাজাৰ পৃষ্ঠাৰ প্রতিবেদন জেপিচিয়ে পর্যালোচনা কৰি আহিছে৷

Tags: দাবী জেপিচিৰ মুৰব্বীৰহ’লে ৭ লাখ কোটি ৰাহি হ’ব‘এক দেশ- এক নিৰ্বাচন’ কাৰ্যকৰী
Share4Tweet3Send

Related Posts

Operation Octopus : ভুৱা ছীম ব্যৱহাৰ কৰি ১০১ কোটি লুণ্ঠন, ১৩ ৰাজ্যৰ পৰা ৬৬ জনক গ্ৰেপ্তাৰ
National-International

Operation Octopus : ভুৱা ছীম ব্যৱহাৰ কৰি ১০১ কোটি লুণ্ঠন, ১৩ ৰাজ্যৰ পৰা ৬৬ জনক গ্ৰেপ্তাৰ

by News Desk
May 21, 2026
50
‎Maoists surrender : ৰাচীত ২৭ মাওবাদীৰ আত্মসমর্পণ
National-International

‎Maoists surrender : ৰাচীত ২৭ মাওবাদীৰ আত্মসমর্পণ

by News Desk
May 21, 2026
50
Drinking Water siren : পানী খোৱাৰ বাবে বাজে চাইৰেন, বিদ্যুতৰ বিল শূন্য; বিশ্বৰ বাবে নিদৰ্শন এখন ভাৰতীয় গাঁও
National-International

Drinking Water siren : পানী খোৱাৰ বাবে বাজে চাইৰেন, বিদ্যুতৰ বিল শূন্য; বিশ্বৰ বাবে নিদৰ্শন এখন ভাৰতীয় গাঁও

by News Desk
May 21, 2026
50
Modi Meloni meet : মোদী-মেল’নীৰ ‘মেলোডী’ ভিডিঅ’ই খলকনি তুলিছে বিশ্বত
National-International

Modi Itali visit I ইটালীত মোদীৰ চকলেট কূটনীতি আৰু মেল’নীৰ সৈতে বৈঠক; বাণিজ্য-প্ৰতিৰক্ষা সহযোগিতাত গুৰুত্ব

by Staff Reporter
May 21, 2026
50
Central Cabinet । আজি মোদী কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক, কামৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ লগতে ভৱিষ্যতৰ পৰিকল্পনা
National-International

Central Cabinet । আজি মোদী কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক, কামৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ লগতে ভৱিষ্যতৰ পৰিকল্পনা

by Staff Reporter
May 21, 2026
50
Weather ranking 2026 : বিশ্বৰ ১০০ উষ্ণ চহৰৰ আটাইকেইখনেই ভাৰতত
National-International

Weather ranking 2026 : বিশ্বৰ ১০০ উষ্ণ চহৰৰ আটাইকেইখনেই ভাৰতত

by News Desk
May 20, 2026
50
ADVERTISEMENT
Operation Octopus : ভুৱা ছীম ব্যৱহাৰ কৰি ১০১ কোটি লুণ্ঠন, ১৩ ৰাজ্যৰ পৰা ৬৬ জনক গ্ৰেপ্তাৰ
National-International

Operation Octopus : ভুৱা ছীম ব্যৱহাৰ কৰি ১০১ কোটি লুণ্ঠন, ১৩ ৰাজ্যৰ পৰা ৬৬ জনক গ্ৰেপ্তাৰ

May 21, 2026
50
Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ
Guwahati

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

May 21, 2026
50
Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ
Guwahati

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

May 21, 2026
50
‎Maoists surrender : ৰাচীত ২৭ মাওবাদীৰ আত্মসমর্পণ
National-International

‎Maoists surrender : ৰাচীত ২৭ মাওবাদীৰ আত্মসমর্পণ

May 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Operation Octopus : ভুৱা ছীম ব্যৱহাৰ কৰি ১০১ কোটি লুণ্ঠন, ১৩ ৰাজ্যৰ পৰা ৬৬ জনক গ্ৰেপ্তাৰ

Operation Octopus : ভুৱা ছীম ব্যৱহাৰ কৰি ১০১ কোটি লুণ্ঠন, ১৩ ৰাজ্যৰ পৰা ৬৬ জনক গ্ৰেপ্তাৰ

May 21, 2026
Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

May 21, 2026
Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

May 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx