ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Operation Octopus : ভুৱা ছীম ব্যৱহাৰ কৰি ১০১ কোটি লুণ্ঠন, ১৩ ৰাজ্যৰ পৰা ৬৬ জনক গ্ৰেপ্তাৰ

News Desk by News Desk
May 21, 2026
Reading Time: 1 min read
A A
0
Operation Octopus : ভুৱা ছীম ব্যৱহাৰ কৰি ১০১ কোটি লুণ্ঠন, ১৩ ৰাজ্যৰ পৰা ৬৬ জনক গ্ৰেপ্তাৰ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Prashant Kishore : ‎’বৈৰাগী’ হোৱাৰ সম্ভাৱনা নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰ

Pahalgam attack : পহেলগাম হত্যাকাণ্ডত নিয়াৰ চাৰ্জশ্বীটত মাষ্টাৰমাইণ্ডৰ নাম, আক্ৰমণৰদিনা পাকিস্তানৰ পৰা আহিছিল নিৰ্দেশনা

‎Maoists surrender : ৰাচীত ২৭ মাওবাদীৰ আত্মসমর্পণ

দেশৰ ১৩ খন ৰাজ্যৰ পৰা ‘ভুৱা ছীম কাৰ্ড’ ব্যৱহাৰ কৰি ১০১ কোটি টকা লুণ্ঠনৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে তেলেংগানাৰ হায়দৰাবাদ আৰক্ষীয়ে সেই চাইবাৰ অপৰাধীক (Cyber criminal) ধৰিবলৈ দেশজুৰি অপাৰেচন অক্টোপাছ (Operation Octopus) আৰম্ভ কৰিছে। এই অভিযানৰ সময়ত তেওঁলোকে ১৩ খন ৰাজ্যৰ ৬৬ জন লোকক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, পশ্চিমবংগ, কৰ্ণাটক, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, গুজৰাট, দিল্লী, হাৰিয়ানা, তামিলনাডু, ওড়িশা, তেলেংগানা, মধ্যপ্ৰদেশ আৰু দিল্লীৰ পৰা ৬৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

cri | ASSAM TIMES POST
ভুৱা ছীম ব্যৱহাৰ কৰি ১০১ কোটি লুণ্ঠন, ১৩ ৰাজ্যৰ পৰা ৬৬ জনক গ্ৰেপ্তাৰ

তদন্তকাৰীয়ে জনোৱা মতে, কেইবাটাও চাইবাৰ অপৰাধৰ গোচৰৰ তদন্তৰ অন্তত সমগ্ৰ দেশতে ভুৱা ছীম কাৰ্ডৰ যোগানকাৰীক ধৰিবলৈ এই অভিযান আৰম্ভ কৰা হৈছে। জানিব পৰা মতে, অপৰাধী চক্ৰটো চলাবলৈ ১,১৬৪ খন ছীম কাৰ্ড ব্যৱহাৰ কৰা হৈছিল।

হায়দৰাবাদ আৰক্ষী আয়ুক্ত ভি চি সজ্জনাৰে জানিবলৈ দিয়া মতে, অভিযানৰ সময়ত ৫৪৪ খন ছীম উদ্ধাৰ কৰা হৈছে। চাইবাৰ অপৰাধীলৈ প্ৰেৰণ কৰিবলৈ ৪৩২ খন ছীম কাৰ্ড প্ৰস্তুত কৰা হৈছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি, গ্ৰেপ্তাৰ হোৱা ৬৬ জন লোকৰ ভিতৰত ৪৪ জনেই নিজৰ নামত ভুৱা ছীম ক্ৰয় কৰিছিল। বিভিন্ন ছীম কাৰ্ড যোগান ধৰা চেণ্টাৰৰ পৰা ২০ জন লোকক আটক কৰা হৈছে। এই গোচৰত দুজন দালালকো গ্ৰেপ্তাৰ কৰা হৈছে। চাইবাৰ অপৰাধীয়ে পূৰ্বতে ডিজিটেলী বিশেষ জ্ঞান নথকা লোকক ইয়াৰ দ্বাৰা চিকাৰ কৰিছিল।

Tags: OperationOctopus
Share4Tweet3Send

Related Posts

Prashant Kishore : ‎’বৈৰাগী’ হোৱাৰ সম্ভাৱনা নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰ
National-International

by News Desk
May 21, 2026
50
Pahalgam attack : পহেলগাম হত্যাকাণ্ডত নিয়াৰ চাৰ্জশ্বীটত মাষ্টাৰমাইণ্ডৰ নাম, আক্ৰমণৰদিনা পাকিস্তানৰ পৰা আহিছিল নিৰ্দেশনা
National-International

Pahalgam attack : পহেলগাম হত্যাকাণ্ডত নিয়াৰ চাৰ্জশ্বীটত মাষ্টাৰমাইণ্ডৰ নাম, আক্ৰমণৰদিনা পাকিস্তানৰ পৰা আহিছিল নিৰ্দেশনা

by News Desk
May 21, 2026
50
‎Maoists surrender : ৰাচীত ২৭ মাওবাদীৰ আত্মসমর্পণ
National-International

‎Maoists surrender : ৰাচীত ২৭ মাওবাদীৰ আত্মসমর্পণ

by News Desk
May 21, 2026
50
Drinking Water siren : পানী খোৱাৰ বাবে বাজে চাইৰেন, বিদ্যুতৰ বিল শূন্য; বিশ্বৰ বাবে নিদৰ্শন এখন ভাৰতীয় গাঁও
National-International

Drinking Water siren : পানী খোৱাৰ বাবে বাজে চাইৰেন, বিদ্যুতৰ বিল শূন্য; বিশ্বৰ বাবে নিদৰ্শন এখন ভাৰতীয় গাঁও

by News Desk
May 21, 2026
50
One Nation One Vote । ‘এক দেশ, এক নিৰ্বাচন’ কাৰ্যকৰী হ’লে ৭ লাখ কোটি ৰাহি হ’ব, দাবী জেপিচিৰ মুৰব্বীৰ
National-International

One Nation One Vote । ‘এক দেশ, এক নিৰ্বাচন’ কাৰ্যকৰী হ’লে ৭ লাখ কোটি ৰাহি হ’ব, দাবী জেপিচিৰ মুৰব্বীৰ

by Staff Reporter
May 21, 2026
50
Modi Meloni meet : মোদী-মেল’নীৰ ‘মেলোডী’ ভিডিঅ’ই খলকনি তুলিছে বিশ্বত
National-International

Modi Itali visit I ইটালীত মোদীৰ চকলেট কূটনীতি আৰু মেল’নীৰ সৈতে বৈঠক; বাণিজ্য-প্ৰতিৰক্ষা সহযোগিতাত গুৰুত্ব

by Staff Reporter
May 21, 2026
50
ADVERTISEMENT
Prashant Kishore : ‎’বৈৰাগী’ হোৱাৰ সম্ভাৱনা নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰ
National-International

Prashant Kishore : ‎’বৈৰাগী’ হোৱাৰ সম্ভাৱনা নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰ

May 21, 2026
50
Pahalgam attack : পহেলগাম হত্যাকাণ্ডত নিয়াৰ চাৰ্জশ্বীটত মাষ্টাৰমাইণ্ডৰ নাম, আক্ৰমণৰদিনা পাকিস্তানৰ পৰা আহিছিল নিৰ্দেশনা
National-International

Pahalgam attack : পহেলগাম হত্যাকাণ্ডত নিয়াৰ চাৰ্জশ্বীটত মাষ্টাৰমাইণ্ডৰ নাম, আক্ৰমণৰদিনা পাকিস্তানৰ পৰা আহিছিল নিৰ্দেশনা

May 21, 2026
50
Operation Octopus : ভুৱা ছীম ব্যৱহাৰ কৰি ১০১ কোটি লুণ্ঠন, ১৩ ৰাজ্যৰ পৰা ৬৬ জনক গ্ৰেপ্তাৰ
National-International

Operation Octopus : ভুৱা ছীম ব্যৱহাৰ কৰি ১০১ কোটি লুণ্ঠন, ১৩ ৰাজ্যৰ পৰা ৬৬ জনক গ্ৰেপ্তাৰ

May 21, 2026
50
Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ
Guwahati

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

May 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Prashant Kishore : ‎’বৈৰাগী’ হোৱাৰ সম্ভাৱনা নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰ

Prashant Kishore : ‎’বৈৰাগী’ হোৱাৰ সম্ভাৱনা নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰ

May 21, 2026
Pahalgam attack : পহেলগাম হত্যাকাণ্ডত নিয়াৰ চাৰ্জশ্বীটত মাষ্টাৰমাইণ্ডৰ নাম, আক্ৰমণৰদিনা পাকিস্তানৰ পৰা আহিছিল নিৰ্দেশনা

Pahalgam attack : পহেলগাম হত্যাকাণ্ডত নিয়াৰ চাৰ্জশ্বীটত মাষ্টাৰমাইণ্ডৰ নাম, আক্ৰমণৰদিনা পাকিস্তানৰ পৰা আহিছিল নিৰ্দেশনা

May 21, 2026
Operation Octopus : ভুৱা ছীম ব্যৱহাৰ কৰি ১০১ কোটি লুণ্ঠন, ১৩ ৰাজ্যৰ পৰা ৬৬ জনক গ্ৰেপ্তাৰ

Operation Octopus : ভুৱা ছীম ব্যৱহাৰ কৰি ১০১ কোটি লুণ্ঠন, ১৩ ৰাজ্যৰ পৰা ৬৬ জনক গ্ৰেপ্তাৰ

May 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT