ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

সামৰণিৰ দিশে “ৰঘুপতি” ৰ শ্বুটিংঃ

Staff Reporter by Staff Reporter
February 26, 2020
Reading Time: 1 min read
A A
0
সামৰণিৰ দিশে “ৰঘুপতি” ৰ শ্বুটিংঃ

RELATED POSTS

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

বহু প্ৰত্যাশিত ছবি “ৰঘুপতি” ৰ শ্বুটিং বৰ্তমান সামৰণি পথত। ইনষ্টাগ্ৰাম যোগে এক পোষ্ট কৰি এই কথা দৰ্শকক জনায় অভিনেতা ৰবি শৰ্মাই। বাণিজ্যিকভাৱে সফল হ’ব বুলি দাবী কৰা “ৰঘুপতি” ক লৈ এতিয়া উৎসাহিত ৰবি শৰ্মাৰ লগতে সমগ্ৰ অসমীয়া চলচিত্ৰ প্ৰেমী। জুবিন-যতীনৰ দুয়োখন ছবি ক্ৰমে “কাঞ্চনজংঘা” তথা “ৰত্নাকৰ” ৰ বহুল সফলতাৰ পিছত ৰবি শৰ্মাৰ এই ছবিখনে আকৌ এবাৰ অসমীয়া ছবি জগতলৈ সুখময় বাৰ্তা কঢ়িয়াব বুলি একাষাৰে ক’ব পৰা যায়।

View this post on Instagram

A post shared by 𝗥𝗔𝗩𝗜 𝗦𝗔𝗥𝗠𝗔 (@ravi_sarma_official)

WhatsApp Image 2020 02 19 at 16.39.41 1024x512 1 | ASSAM TIMES POST

সুব্ৰত কাকতিৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনৰ কাহিনী হৈছে ৰবি শৰ্মাৰ নিজৰ। ৰবি শৰ্মাৰ লগতে ছবিখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে অৰুন নাথ , ৰীনা বৰা ,মাধুৰিমা চৌধৰী ,সিদ্বাৰ্থ মুখাৰ্জী , প্ৰীতি কংকনা , সিদ্বাৰ্থ শৰ্মা , অৰুন হাজৰিকা , মনজিৎ শৰ্মা , প্ৰিয়ম পল্লবী , সীমা বৰা , ৰাজ শৰ্মা , অন্তৰীক্ষ চহৰীয়া , মৃদুল কাকতি , বনশ্ৰী কাকতি , জ্যেষ্ঠ অভিনেতা হৰিপ্ৰসাদ বৰঠাকুৰ আৰু পৰান বৰঠাকুৰকে ধৰি কেইবাগৰাকীও ন-পূৰণি শিল্পীয়ে। “ৰঘুপতি” ৰ প্ৰযোজনা কৰিছে সৰোজ শৰ্মাই।

SOURCE:https://rupaliparda.com/archives/10629

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Assamese ActorAssamese Cinemaassamese filmAssamese Upcoming cinemaRaghupatiRavi Sarma
Share5Tweet3Send

Related Posts

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ
Assam

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

by News Desk
August 25, 2026
50
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
Assam

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

by News Desk
August 25, 2026
50
Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba
Assam

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

by News Desk
August 24, 2026
51
Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ
Assam

Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ

by News Desk
August 24, 2026
52
Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case
Assam

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

by News Desk
August 17, 2026
50
Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ
Guwahati

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

by News Desk
August 15, 2026
50
ADVERTISEMENT
Sugar price hike : মূল্যবৃদ্ধি ৰোধৰ বাবে আমদানিকৃত চেনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুতৰ সিদ্ধান্ত
National-International

Sugar price hike : মূল্যবৃদ্ধি ৰোধৰ বাবে আমদানিকৃত চেনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুতৰ সিদ্ধান্ত

August 25, 2026
50
Drugs trafficking : ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত প্ৰাক্তন এয়াৰ হোষ্টেজ, গাড়ীত লুকুৱাই আনিছিল ৩০ লাখৰ ড্ৰাগছ
National-International

Drugs trafficking : ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত প্ৰাক্তন এয়াৰ হোষ্টেজ, গাড়ীত লুকুৱাই আনিছিল ৩০ লাখৰ ড্ৰাগছ

August 25, 2026
50
Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ
Assam

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

August 25, 2026
50
Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী
KARBI ANGLONG

Karbi Anglong Road Accident: Shocking, Sad Two Youths Dead 

August 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sugar price hike : মূল্যবৃদ্ধি ৰোধৰ বাবে আমদানিকৃত চেনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুতৰ সিদ্ধান্ত

Sugar price hike : মূল্যবৃদ্ধি ৰোধৰ বাবে আমদানিকৃত চেনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুতৰ সিদ্ধান্ত

August 25, 2026
Drugs trafficking : ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত প্ৰাক্তন এয়াৰ হোষ্টেজ, গাড়ীত লুকুৱাই আনিছিল ৩০ লাখৰ ড্ৰাগছ

Drugs trafficking : ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত প্ৰাক্তন এয়াৰ হোষ্টেজ, গাড়ীত লুকুৱাই আনিছিল ৩০ লাখৰ ড্ৰাগছ

August 25, 2026
Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

August 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d