ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Assembly elections 2026 I অসমত এগজিট প’ল অনুসৰি প্ৰাৰম্ভিক প্ৰৱণতা, বংগত পট পৰিৱৰ্তনৰ সম্ভাৱনা

Staff Reporter by Staff Reporter
May 4, 2026
Reading Time: 1 min read
A A
0
Assembly elections 2026 I অসমত এগজিট প’ল অনুসৰি প্ৰাৰম্ভিক প্ৰৱণতা, বংগত পট পৰিৱৰ্তনৰ সম্ভাৱনা

Oplus_131072

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Assam Election 2026 । গৌৰৱ গগৈ পৰাস্ত, ১০০ অতিক্ৰম কৰাৰ দিশে বিজেপি

Assam Election Exit Poll : অসমত পুনৰ আহিব নেকি বিজেপি চৰকাৰ, এগজিট প’লে কি কয়

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক

অসমকে ধৰি পাঁচখন ৰাজ্যৰ (Assam Election 2026) বিধানসভা নিৰ্বাচনৰ ভোট গণনা চলি আছে। অসমৰ বাহিৰে আন চাৰিখন ৰাজ্য হৈছে পশ্চিমবঙ্গ, কেৰালা, তামিলনাডু আৰু পুডুচেৰী।

Assembly elections 2026 I
অসমত এগজিট প’ল অনুসৰি প্ৰাৰম্ভিক প্ৰৱণতা, বংগত পট পৰিৱৰ্তনৰ সম্ভাৱনা:

ভোট গণনাৰ প্ৰাৰম্ভিক প্ৰৱণতা ইতিমধ্যে আগবঢ়োৱা এগজিট প’ল অনুসৰিয়ে আগবঢ়া পৰিলক্ষিত হৈছে। কিন্তু পশ্চিমবঙ্গত পট পৰিৱৰ্তন হোৱাৰ ইংগিত দেখা গৈছে।

পুৱা ১০.৩০ বজালৈকে পোৱা তথ্য অনুসৰি, অসমত বিজেপি নেতৃত্বাধীন এন ডি এ আগবাঢ়ি আছে। এন ডি এয়ে ৯৮খন আসনত, কংগ্ৰেছে ২৫ খনত আৰু এ আই ইউ ডি এফে ৩খন আসনত অগ্ৰগতি লাভ কৰিছে।

গুৰুত্বপূৰ্ণ সমষ্টিৰ ভিতৰত জালুকবাৰীকে ধৰি গুৱাহাটীৰ পাঁচটা সমষ্টিতে বিজেপিৰ প্ৰাৰ্থী আগবাঢ়ি আছে। আনহাতে, শিৱসাগৰ, যোৰহাট, খোৱাং সমষ্টিত ক্ৰমে অখিল গগৈ, গৌৰৱ গগৈ আৰু লুৰীণজ্যোতি গগৈ প্ৰাৰম্ভিক প্ৰৱণতাত পিছ পৰি আছে।

একেদৰে এইবাৰ বিশেষভাৱে চৰ্চিত মধ্য গুৱাহাটীৰ প্ৰাৰ্থী অসম জাতীয় পৰিষদৰ কুনকি চৌধুৰী, মৰিয়নিত ৰাইজৰ দলৰ জ্ঞানশ্ৰী বৰা আৰু দিছপুৰ সমষ্টিত কংগ্ৰেছৰ মীৰা বৰঠাকুৰ পিছ পৰি আছে।

আনহাতে, পশ্চিমবঙ্গত এইবাৰ প্ৰথমবাৰৰ বাবে বিজেপিয়ে দৃঢ় স্থিতি লাভ কৰিবলৈ সক্ষম হৈছে। এতিয়ালৈকে লাভ কৰা অগ্ৰগতিৰ তথ্য অনুসৰি, বিজেপিয়ে ১৫৮ খন আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে তৃণমূল কংগ্ৰেছে ১২৬ খনত অগ্ৰগতি লাভ কৰিছে।

আনহাতে, কংগ্ৰেছে ৩ খন আসনত আগবাঢ়ি আছে। যদি এই প্ৰৱণতা শেষলৈকে থাকে তেন্তে মমতাৰ চাৰিটা কাৰ্যকাল ৰূপায়ণৰ সপোন ভাঙিব আৰু প্ৰথমবাৰৰ বাবে বংগ ভূমি গেৰুৱা হৈ পৰিব।

ইফালে তামিলনাডুতো এক চমৎকাৰ সৃষ্টি হৈছে। অভিনেতাৰ পৰা ৰাজনীতিলৈ আহি নতুন দল গঠন কৰিয়ে তীব্ৰ উত্থান ঘটিছে বিজয়ৰ দল টি ভি কেৰ। টি ভি কেয়ে এতিয়ালৈকে ৯৫ খন আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে বৰ্তমানৰ মুখ্যমন্ত্ৰী ষ্টেলিনৰ দল ডি এম কেয়ে ৬২ আৰু এ আই এ ডি এম কেয়ে ৭৪খন আসনত অগ্ৰগতি লাভ কৰিছে।

আনহাতে, কেৰালাত ইউ ডি এফ ৯৪, এল ডি এফ ৪৪ আৰু এন ডি এ দুখন আসনত আগবাঢ়ি আছে। পুডুচেৰীত এ এন আৰ চি ১৮, কংগ্ৰেছ ৯ আৰু অন্যান্য ৩খন আসনত আগবাঢ়ি আছে।

Tags: অনুসৰি প্ৰাৰম্ভিক প্ৰৱণতাঅসমত এগজিট প'লবংগত পট পৰিৱৰ্তনৰ সম্ভাৱনা
Share4Tweet3Send

Related Posts

Congress MP Gaurav Gogoi’s Emotional Plea to Honor Language Martyrs by Renaming Silchar Railway Station
Assam

Assam Election 2026 । গৌৰৱ গগৈ পৰাস্ত, ১০০ অতিক্ৰম কৰাৰ দিশে বিজেপি

by Staff Reporter
May 4, 2026
50
Assam Election Exit Poll : অসমত পুনৰ আহিব নেকি বিজেপি চৰকাৰ, এগজিট প’লে কি কয়
Assam

Assam Election Exit Poll : অসমত পুনৰ আহিব নেকি বিজেপি চৰকাৰ, এগজিট প’লে কি কয়

by News Desk
April 29, 2026
50
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক

by Staff Reporter
April 28, 2026
50
কাৰ্বি আংলং জিলাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ২০২৫ বৰ্ষৰ ফলাফল: এক বিশ্লেষণ
Assam

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, সামগ্ৰিক উত্তীৰ্ণৰ হাৰ ৮১.৫৪ শতাংশ

by Staff Reporter
April 28, 2026
50
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

by News Desk
April 23, 2026
50
Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ
Assam

Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ

by News Desk
April 22, 2026
50
ADVERTISEMENT
Congress MP Gaurav Gogoi’s Emotional Plea to Honor Language Martyrs by Renaming Silchar Railway Station
Assam

Assam Election 2026 । গৌৰৱ গগৈ পৰাস্ত, ১০০ অতিক্ৰম কৰাৰ দিশে বিজেপি

May 4, 2026
50
Assembly elections 2026 I অসমত এগজিট প’ল অনুসৰি প্ৰাৰম্ভিক প্ৰৱণতা, বংগত পট পৰিৱৰ্তনৰ সম্ভাৱনা
Assam

Assembly elections 2026 I অসমত এগজিট প’ল অনুসৰি প্ৰাৰম্ভিক প্ৰৱণতা, বংগত পট পৰিৱৰ্তনৰ সম্ভাৱনা

May 4, 2026
50
‎পূব এছিয়াত ইৰাণৰ জাহাজ হিউজ I বিলিয়ন ডলাৰ মূল্যৰ তেল লৈ দক্ষিণ চীন সাগৰ দ্বীপত উপস্থিত
National-International

‎পূব এছিয়াত ইৰাণৰ জাহাজ হিউজ I বিলিয়ন ডলাৰ মূল্যৰ তেল লৈ দক্ষিণ চীন সাগৰ দ্বীপত উপস্থিত

May 3, 2026
50
Indore water poison : পৌৰসভাৰ পানী খাই বিষক্ৰিয়াত ৭ জনৰ মৃত্যু, গুৰুতৰভাৱে অসুস্থ শতাধিক
National-International

‎নিৰ্বাচনত পৰাজিত প্ৰাৰ্থীৰ প্ৰতিশোধ I মোডী-শ্বাহৰ ৰাজ্যৰ বাসিন্দা একেৰাহে চাৰি দিন ধৰি খোৱা পানীৰ পৰা বঞ্চিত

May 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Congress MP Gaurav Gogoi’s Emotional Plea to Honor Language Martyrs by Renaming Silchar Railway Station

Assam Election 2026 । গৌৰৱ গগৈ পৰাস্ত, ১০০ অতিক্ৰম কৰাৰ দিশে বিজেপি

May 4, 2026
Assembly elections 2026 I অসমত এগজিট প’ল অনুসৰি প্ৰাৰম্ভিক প্ৰৱণতা, বংগত পট পৰিৱৰ্তনৰ সম্ভাৱনা

Assembly elections 2026 I অসমত এগজিট প’ল অনুসৰি প্ৰাৰম্ভিক প্ৰৱণতা, বংগত পট পৰিৱৰ্তনৰ সম্ভাৱনা

May 4, 2026
‎পূব এছিয়াত ইৰাণৰ জাহাজ হিউজ I বিলিয়ন ডলাৰ মূল্যৰ তেল লৈ দক্ষিণ চীন সাগৰ দ্বীপত উপস্থিত

‎পূব এছিয়াত ইৰাণৰ জাহাজ হিউজ I বিলিয়ন ডলাৰ মূল্যৰ তেল লৈ দক্ষিণ চীন সাগৰ দ্বীপত উপস্থিত

May 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx