ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Viral video : যান-জঁটৰ বাবে মন্ত্ৰীক জবাবদিহি মহিলাৰ, ভাইৰেল ভিডিঅ’

নিউজ ডেস্কঃ

News Desk by News Desk
April 22, 2026
Reading Time: 1 min read
A A
0
Viral video : যান-জঁটৰ বাবে মন্ত্ৰীক জবাবদিহি মহিলাৰ, ভাইৰেল ভিডিঅ’

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Gujarat blast : গুজৰাটৰ ৰাসায়নিক কাৰখানাত ভয়ানক বিস্ফোৰণ, অগ্নিদগ্ধ ১৫

Supreme Court of India : উচ্চতম ন্যায়ালয়ত ‘ৱাটছএপ ইউনিভাৰ্ছিটী’ৰ তথ্য গ্ৰহণযোগ্য নহ’ব, সবৰীমালা গোচৰৰ শুনানিত ন্যায়াধীশ

Economic war : গুলী-বোমাৰে নহয়, এইবাৰ ইৰাণক ভাতে মৰাৰ চক্ৰান্ত : ইৰাণৰ বিৰুদ্ধে ‘অর্থনৈতিক যুদ্ধ’ ট্ৰাম্পৰ

স্কুলত থকা শিশুটিক আনিবলৈ মাতৃয়ে গাড়ী লৈ স্কুললৈ গৈছিল। স্কুল ছুটী হ’বলৈও বেছি সময় নাই। কিন্তু যান-জঁট (Traffic jam)ৰ বাবে তেওঁ গাড়ীখন একেবাৰে লৰচৰ কৰিব পৰা নাছিল। বিজেপিৰ দ্বাৰা আয়োজিত সমদলৰ বাবে এঠাইতে থিয় হৈ ঘণ্টাৰ পিছত ঘণ্টা পাৰ হৈ গৈছিল। দীৰ্ঘসময় ধৰি যান-জঁটৰ মাজত আবদ্ধ হৈ থকা মহিলাগৰাকীয়ে ধৈৰ্য হেৰুৱাই পেলায়। অৱশেষত গাড়ীৰ পৰা নামি তেওঁ তাত উপস্থিত থকা মন্ত্ৰীগৰাকীৰ ফালে আগবাঢ়ি গৈ পোনপটীয়াকৈ কয়, “ইয়াৰ পৰা ওলাই যাওক।” এই ঘটনাৰ ভিডিঅ’ সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি, মহাৰাষ্ট্ৰৰ মুম্বাইত সংঘটিত হৈছে এই ঘটনা। বিজেপি নেতৃত্বাধীন মহাযুটি মিত্ৰজোঁটৰ অংশ মুম্বাইৰ ৱাৰ্লি অঞ্চলত (Mumbai’s Worli area) আয়োজন কৰা হৈছিল এই সমদল। এই সমদল কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলৰ অংশ হিচাপে থকা বিৰোধী মিত্ৰজোঁট মহা বিকাশ আঘাড়ী (এমভিএ) মিত্ৰজোঁটৰ বিৰুদ্ধে।

বিৰোধী দলসমূহে মহিলা সংৰক্ষণ বিধেয়ক সংসদত গৃহীত হ’বলৈ নিদিয়াৰ বাবেই বিজেপিৰ উদ্যোগ (BJP’s initiative)ত এই প্ৰতিবাদী (Protest) সমদল উলিওৱা হয়। সন্ধিয়া ৫ বজাৰ পৰা সমদল আৰম্ভ হোৱাৰ কথা আছিল। সমদলৰ পথ আছিল ৱাৰ্লিৰ জম্ভোৰী ময়দানৰ পৰা ডোম অঞ্চললৈ। এই অঞ্চলত জনবসতি ঘন। তাৰ উপৰি যান-জঁটৰ সৃষ্টি হয়। সমদল আৰম্ভ কৰাত পলম হোৱাৰ বাবে পথত যান-জঁট বাঢ়ি যায়। জনসংখ্যাৰ অধিক ঘনত্ব আৰু অত্যধিক যান-জঁটৰ বাবে এই সমদল বহু সময় ৰাস্তাত আবদ্ধ হৈ আছিল। সমদলৰ বাবে নিজৰ বাহনতে আবদ্ধ হৈ পৰে মহিলাগৰাকী। এটা সময়ত তেওঁৰ খং উঠে । কাৰণ তেওঁৰ সন্তানক স্কুলৰ পৰা আনিবলৈ পলম হৈছিল। গাড়ীৰ পৰা নামি তেওঁ পোনে পোনে সমদলত প্ৰৱেশ কৰে।

mumbai1 | ASSAM TIMES POST
মুম্বাইৰ ৱাৰ্লি অঞ্চলত যান-জঁটৰ বাবে মন্ত্ৰীক জবাবদিহি মহিলাৰ, ভাইৰেল ভিডিঅ’

কিছু মুহূৰ্তৰ ভিতৰতে সমদলৰ সময়ত মহাৰাষ্ট্ৰৰ জলসম্পদ উন্নয়ন মন্ত্ৰী গিৰীশ মহাজনৰ (Girish Mahajan) সৈতে তীব্ৰ কাজিয়াত লিপ্ত হয়। এটা সময়ত এই সমদল আয়োজনৰ প্ৰতিবাদত তেওঁ তীব্ৰ স্বৰত কয়, “এইদৰে ৰাস্তা বন্ধ কৰি সমদল কৰা উচিত নহয়।” তেওঁ ইয়াতেই থমকি ন’ৰৈ চিঞৰি কয়, “ইয়াৰ পৰা ওলাই যাওক।” যিটো পথেৰে সমদলৰ আয়োজন কৰা হৈছিল তাৰ কাষতে এখন ডাঙৰ পথাৰ। সেই কথা মন্ত্ৰীগৰাকীক সোঁৱৰাই দি তেওঁ কয়, “তাৰ কাষতে ইমান ডাঙৰ পথাৰ আছে, তাতেই সমদল কৰিব পৰা গ’লহেঁতেন। কিন্তু নাই, এনেকৈয়ে হাজাৰ হাজাৰ সাধাৰণ মানুহক ৰাস্তাৰ মাজত থিয় কৰাই সমদল কৰিব লাগিব।”

আনকি মুম্বাই আৰক্ষীৰ বিৰুদ্ধেও তেওঁ ক্ষোভ প্ৰকাশ কৰে। আৰক্ষীয়ে বাধা দিবলৈ যাওঁতে আৰক্ষীৰ লগতো কাজিয়াত লিপ্ত হয়। এই ঘটনাৰ পিছত আৰক্ষীয়ে তেওঁক সমদলৰ পৰা উলিয়াই নিয়ে। তেওঁৰ সমস্যাবোৰ শুনি তাৰ পিছত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰে।

Tags: MumbaiViralvideo
Share4Tweet3Send

Related Posts

Gujarat blast : গুজৰাটৰ ৰাসায়নিক কাৰখানাত ভয়ানক বিস্ফোৰণ, অগ্নিদগ্ধ ১৫
National-International

Gujarat blast : গুজৰাটৰ ৰাসায়নিক কাৰখানাত ভয়ানক বিস্ফোৰণ, অগ্নিদগ্ধ ১৫

by News Desk
April 23, 2026
50
Supreme Court of India : উচ্চতম ন্যায়ালয়ত ‘ৱাটছএপ ইউনিভাৰ্ছিটী’ৰ তথ্য গ্ৰহণযোগ্য নহ’ব, সবৰীমালা গোচৰৰ শুনানিত ন্যায়াধীশ
National-International

Supreme Court of India : উচ্চতম ন্যায়ালয়ত ‘ৱাটছএপ ইউনিভাৰ্ছিটী’ৰ তথ্য গ্ৰহণযোগ্য নহ’ব, সবৰীমালা গোচৰৰ শুনানিত ন্যায়াধীশ

by News Desk
April 23, 2026
50
Economic war : গুলী-বোমাৰে নহয়, এইবাৰ ইৰাণক ভাতে মৰাৰ চক্ৰান্ত : ইৰাণৰ বিৰুদ্ধে ‘অর্থনৈতিক যুদ্ধ’ ট্ৰাম্পৰ
National-International

Economic war : গুলী-বোমাৰে নহয়, এইবাৰ ইৰাণক ভাতে মৰাৰ চক্ৰান্ত : ইৰাণৰ বিৰুদ্ধে ‘অর্থনৈতিক যুদ্ধ’ ট্ৰাম্পৰ

by News Desk
April 23, 2026
50
Tamil Nadu Elections 2026 : বিয়া পাতিয়েই ভোট দিবলৈ দৌৰিল নৱদম্পতী
National-International

Tamil Nadu Elections 2026 : বিয়া পাতিয়েই ভোট দিবলৈ দৌৰিল নৱদম্পতী

by News Desk
April 23, 2026
50
West Bengal election : প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰৰ দিনা কোচবিহাৰ ৰক্তাক্ত : বিজেপি কৰ্মীক ছুৰিকাঘাত
National-International

West Bengal election : প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰৰ দিনা কোচবিহাৰ ৰক্তাক্ত : বিজেপি কৰ্মীক ছুৰিকাঘাত

by News Desk
April 23, 2026
50
Tehran’s Missile power : যুদ্ধবিৰতিৰ মাজতে তেহৰাণত ইৰাণৰ ক্ষেপণাস্ত্ৰ শক্তি প্ৰদৰ্শন : সমৰ্থনত ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক
National-International

Tehran’s Missile power : যুদ্ধবিৰতিৰ মাজতে তেহৰাণত ইৰাণৰ ক্ষেপণাস্ত্ৰ শক্তি প্ৰদৰ্শন : সমৰ্থনত ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক

by News Desk
April 23, 2026
50
ADVERTISEMENT
Gujarat blast : গুজৰাটৰ ৰাসায়নিক কাৰখানাত ভয়ানক বিস্ফোৰণ, অগ্নিদগ্ধ ১৫
National-International

Gujarat blast : গুজৰাটৰ ৰাসায়নিক কাৰখানাত ভয়ানক বিস্ফোৰণ, অগ্নিদগ্ধ ১৫

April 23, 2026
50
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

April 23, 2026
50
Supreme Court of India : উচ্চতম ন্যায়ালয়ত ‘ৱাটছএপ ইউনিভাৰ্ছিটী’ৰ তথ্য গ্ৰহণযোগ্য নহ’ব, সবৰীমালা গোচৰৰ শুনানিত ন্যায়াধীশ
National-International

Supreme Court of India : উচ্চতম ন্যায়ালয়ত ‘ৱাটছএপ ইউনিভাৰ্ছিটী’ৰ তথ্য গ্ৰহণযোগ্য নহ’ব, সবৰীমালা গোচৰৰ শুনানিত ন্যায়াধীশ

April 23, 2026
50
Economic war : গুলী-বোমাৰে নহয়, এইবাৰ ইৰাণক ভাতে মৰাৰ চক্ৰান্ত : ইৰাণৰ বিৰুদ্ধে ‘অর্থনৈতিক যুদ্ধ’ ট্ৰাম্পৰ
National-International

Economic war : গুলী-বোমাৰে নহয়, এইবাৰ ইৰাণক ভাতে মৰাৰ চক্ৰান্ত : ইৰাণৰ বিৰুদ্ধে ‘অর্থনৈতিক যুদ্ধ’ ট্ৰাম্পৰ

April 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Gujarat blast : গুজৰাটৰ ৰাসায়নিক কাৰখানাত ভয়ানক বিস্ফোৰণ, অগ্নিদগ্ধ ১৫

Gujarat blast : গুজৰাটৰ ৰাসায়নিক কাৰখানাত ভয়ানক বিস্ফোৰণ, অগ্নিদগ্ধ ১৫

April 23, 2026
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

April 23, 2026
Supreme Court of India : উচ্চতম ন্যায়ালয়ত ‘ৱাটছএপ ইউনিভাৰ্ছিটী’ৰ তথ্য গ্ৰহণযোগ্য নহ’ব, সবৰীমালা গোচৰৰ শুনানিত ন্যায়াধীশ

Supreme Court of India : উচ্চতম ন্যায়ালয়ত ‘ৱাটছএপ ইউনিভাৰ্ছিটী’ৰ তথ্য গ্ৰহণযোগ্য নহ’ব, সবৰীমালা গোচৰৰ শুনানিত ন্যায়াধীশ

April 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx