ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

PM Modi : মোদীৰ শাসনত ভাৰতত এতিয়ালৈকে ২৮ জন সাংবাদিক নিহত হৈছে, চাঞ্চল্যকৰ প্ৰতিবেদন

নিউজ ডেস্কঃ

News Desk by News Desk
April 2, 2026
Reading Time: 1 min read
A A
0
PM Modi : মোদীৰ শাসনত ভাৰতত এতিয়ালৈকে ২৮ জন সাংবাদিক নিহত হৈছে, চাঞ্চল্যকৰ প্ৰতিবেদন

New Logo Smal 4 | ASSAM TIMES POST

RELATED POSTS

TN CM Vijay : মিত্ৰ দলৰ আপত্তিত জয়ৰ ভৱিষ্যদ্বাণী কৰা জ্যোতিষীক অ’এছডিৰ পৰা অপসাৰণ তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ

Gold custom duty hike : সোণ-ৰূপৰ বজাৰত লাগিব জুই, সোণ-ৰূপৰ আমদানি শুল্ক আঢ়ৈগুণ বৃদ্ধি কেন্দ্ৰৰ

CM Vijay : আস্থা ভোটত বৃহৎ জয় বিজয়ৰ, ২৫ এডিএমকে বিধায়কৰো সমৰ্থন টিভিকে চৰকাৰক

২০১৪ চনত নৰেন্দ্ৰ মোদীয়ে (Modi) ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰ পৰা বিগত এটা দশকত (In a decade) কমেও ২৮ জন সাংবাদিকে প্ৰাণ হেৰুৱাইছে (28 journalists have lost their lives)। এই পৰিসংখ্যাৰ আঁৰত এটা আচৰিত তথ্য নিহিত হৈ আছে । সেইটো হৈছে নিহত হোৱা সাংবাদিকসকলৰ প্ৰায় আধাসংখ্যকে পৰিৱেশজনিত অপৰাধৰ বাতৰি দিবলৈ যাওঁতে মৃত্যুবৰণ কৰে। এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে শেহতীয়াকৈ ৰিপ’ৰ্টাৰ্ছ উইদাউট ব’ৰ্ডাৰছৰ (আৰ এছ এফ) (RSF) এক প্ৰতিবেদনত। সংগঠনটোৱে দাবী কৰিছে যে দেশত চলি থকা লোকসভা অধিবেশনত সাংবাদিকৰ সুৰক্ষা আৰু তেওঁলোকৰ বিৰুদ্ধে হোৱা হিংসাৰ বাবে শাস্তিহীনতাৰ সংস্কৃতিৰ অন্ত পেলোৱাটো এটা মূল এজেণ্ডা হ’ব লাগে।

তথ্য অনুসৰি, এই সাংবাদিকসকলৰ ভিতৰত কমেও ১৩ জন সাংবাদিক উদ্যোগীকৰণৰ নামত ভূমি দখল আৰু অবৈধ খনন আদি স্পৰ্শকাতৰ বিষয়ত কাম কৰি আছিল। ইয়াৰে বৃহৎসংখ্যকক পোনপটীয়াকৈ লক্ষ্য কৰি লৈছিল ভাৰতৰ কুখ্যাত ‘বালি মাফিয়া’ই। এই সংগঠিত অপৰাধ গোটটোৱে দেশৰ নিৰ্মাণ উদ্যোগৰ ক্ৰমবৰ্ধমান চাহিদাৰ মূলধন হিচাপে লৈ নিৰ্বিচাৰে বালি খনন কৰে। এই মাফিয়া গোটসমূহৰ প্ৰভাৱশালী স্থানীয় ৰাজনীতিবিদৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন হৈছে, যাৰ ফলত তেওঁলোকে এক প্ৰকাৰৰ প্ৰশাসনিক নিৰাপত্তাৰ অধীনত কাম কৰে।

jurnalist | ASSAM TIMES POST
মোদীৰ শাসনত ভাৰতত এতিয়ালৈকে ২৮ জন সাংবাদিক নিহত হৈছে

যেতিয়াই কোনো সাংবাদিকে এই গোটসমূহৰ আৰ্থিক স্বাৰ্থক আঘাত দিবলৈ চেষ্টা কৰিছে বা তেওঁলোকৰ কাৰ্যকলাপ জনসাধাৰণৰ মাজলৈ আনিবলৈ চেষ্টা কৰিছে, তেতিয়াই তেওঁলোকক নিৰ্মমভাৱে নীৰৱ কৰি দিয়া হৈছে। আটাইতকৈ ভয়ংকৰ কথাটো হ’ল, এই হত্যাকাণ্ডবোৰৰ ন্যায়ৰ হাৰ প্ৰায় শূন্য। পৰিস্থিতিৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি আৰ এছ এফে আগন্তুক নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলক কেইবাটাও পৰামৰ্শ আগবঢ়াইছে। সাংবাদিকসকলৰ শাৰীৰিক আৰু ডিজিটেল সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে শীঘ্ৰে এক ফলপ্ৰসূ ব্যৱস্থা স্থাপন কৰিবলৈ দাবী জনায়। বিশেষকৈ পৰিৱেশ দুৰ্যোগ বা খনন মাফিয়াৰ ওপৰত কাম কৰাসকলক বিশেষ সুৰক্ষা ব্যৱস্থাৰ প্ৰয়োজন। সংগঠনটোৰ মতে, দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি থকা সাংবাদিকসকলে এনেদৰে প্ৰাণ হেৰুৱাইছে আৰু অপৰাধীয়ে ৰাজনৈতিক প্ৰভাৱ ব্যৱহাৰ কৰি তাৰ পৰা হাত সাৰিবলৈ লৈছে।

ভাৰতৰ সাংবাদিকতাৰ ভৱিষ্যতৰ বাবে এই নিৰ্বাচনসমূহ অতি গুৰুত্বপূৰ্ণ বুলি স্পষ্ট কৰি দিছে ৰিপ’ৰ্টাৰ্ছ উইদাউট ব’ৰ্ডাৰছে। এই সময়ত একেলগে থিয় হৈ তেওঁলোকে সকলো ৰাজনৈতিক দলকে ক্ষমতালৈ আহিলে এই শাস্তিহীনতাৰ সংস্কৃতিৰ অন্ত পেলোৱাৰ প্ৰতিশ্ৰুতি দিবলৈ আহ্বান জনায়। এতিয়া প্রয়োজন হৈছে পৰিবেশ ৰক্ষা কৰি দুর্নীতি উদঙাই দিবলৈ গৈ তেজ বোৱাই দিয়া সাংবাদিকৰ পৰিয়ালে ন্যায় পোৱা আৰু ভৱিষ্যতে সাংবাদিকসকলে নিৰ্ভয়ে কাম কৰিব পৰা পৰিবেশৰ। ভাৰতৰ দৰে গণতান্ত্ৰিক দেশত সংবাদ স্বাধীনতা হ্ৰাস পোৱা আৰু সাংবাদিকৰ নিৰাপত্তাহীনতাই আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনত দেশৰ ভাবমূৰ্তি কলংকিত কৰা বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

Tags: journalistsDeath
Share4Tweet3Send

Related Posts

TN CM Vijay : মিত্ৰ দলৰ আপত্তিত জয়ৰ ভৱিষ্যদ্বাণী কৰা জ্যোতিষীক অ’এছডিৰ পৰা অপসাৰণ তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ
National-International

TN CM Vijay : মিত্ৰ দলৰ আপত্তিত জয়ৰ ভৱিষ্যদ্বাণী কৰা জ্যোতিষীক অ’এছডিৰ পৰা অপসাৰণ তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ

by News Desk
May 13, 2026
50
Gold custom duty hike : সোণ-ৰূপৰ বজাৰত লাগিব জুই, সোণ-ৰূপৰ আমদানি শুল্ক আঢ়ৈগুণ বৃদ্ধি কেন্দ্ৰৰ
National-International

Gold custom duty hike : সোণ-ৰূপৰ বজাৰত লাগিব জুই, সোণ-ৰূপৰ আমদানি শুল্ক আঢ়ৈগুণ বৃদ্ধি কেন্দ্ৰৰ

by News Desk
May 13, 2026
50
CM Vijay : আস্থা ভোটত বৃহৎ জয় বিজয়ৰ, ২৫ এডিএমকে বিধায়কৰো সমৰ্থন টিভিকে চৰকাৰক
National-International

CM Vijay : আস্থা ভোটত বৃহৎ জয় বিজয়ৰ, ২৫ এডিএমকে বিধায়কৰো সমৰ্থন টিভিকে চৰকাৰক

by News Desk
May 13, 2026
50
Corruption Exposed: Bajali Assistant Commissioner Arrested in Bribery Sting
National-International

‎ভুৱা নথি দেখুৱাই মিজোৰামৰ কাৰাগাৰৰ পৰা পলায়ন ১৭ কয়দীৰ ‎

by Staff Reporter
May 13, 2026
50
Sonia Gandhi Elected to Rajya Sabha : ৰাজ্যসভালৈ নিৰ্বাচিত ছোনিয়া গান্ধী
National-International

‎অসুস্থ ছোনীয়া গান্ধী I কেৰালাম ভ্ৰমণ বাতিল কৰি দিল্লীলৈ আহিল ৰাহুল

by Staff Reporter
May 13, 2026
50
‎ইৰাণ যুদ্ধৰ মাজতে চীনৰ শৰণাপন্ন ট্ৰাম্প I বেইজিঙলৈ ৰাওনা মাৰ্কিন ৰাষ্ট্ৰপতি
National-International

‎ইৰাণ যুদ্ধৰ মাজতে চীনৰ শৰণাপন্ন ট্ৰাম্প I বেইজিঙলৈ ৰাওনা মাৰ্কিন ৰাষ্ট্ৰপতি

by Staff Reporter
May 13, 2026
50
ADVERTISEMENT
HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল
Assam

HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

May 13, 2026
50
TN CM Vijay : মিত্ৰ দলৰ আপত্তিত জয়ৰ ভৱিষ্যদ্বাণী কৰা জ্যোতিষীক অ’এছডিৰ পৰা অপসাৰণ তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ
National-International

TN CM Vijay : মিত্ৰ দলৰ আপত্তিত জয়ৰ ভৱিষ্যদ্বাণী কৰা জ্যোতিষীক অ’এছডিৰ পৰা অপসাৰণ তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ

May 13, 2026
50
Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা
Guwahati

Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা

May 13, 2026
50
CBSE 12th result : চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা
EDUCATION

CBSE 12th result : চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা

May 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

May 13, 2026
TN CM Vijay : মিত্ৰ দলৰ আপত্তিত জয়ৰ ভৱিষ্যদ্বাণী কৰা জ্যোতিষীক অ’এছডিৰ পৰা অপসাৰণ তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ

TN CM Vijay : মিত্ৰ দলৰ আপত্তিত জয়ৰ ভৱিষ্যদ্বাণী কৰা জ্যোতিষীক অ’এছডিৰ পৰা অপসাৰণ তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ

May 13, 2026
Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা

Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা

May 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx