ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home EDUCATION

CBSE 12th result : চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা

News Desk by News Desk
May 13, 2026
Reading Time: 1 min read
A A
0
CBSE 12th result : চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Tezpur University Explores the Changing Paradigm in Higher Education

বুধবাৰে ঘোষণা (Announcement) হয় চিবিএছচি (CBSE)ৰ ২০২৫-২৬ শৈক্ষিক বৰ্ষৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল। অৱশ্যে এইবাৰ উত্তীৰ্ণৰ হাৰ যোৱাবাৰতকৈ কম। এইবাৰ উত্তীৰ্ণৰ হাৰ ৮৫.২০ শতাংশৰ বিপৰীতে যোৱা বছৰ আছিল ৮৮.৩৯ শতাংশ। ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ৰোল নম্বৰ, স্কুল নম্বৰ আৰু এডমিট কাৰ্ডৰ সবিশেষ ব্যৱহাৰ কৰি অফিচিয়েল ৱেবছাইট: results.cbse.nic.in, cbseresults.nic.in, cbse.gov.in আৰু DigiLocker-ৰ জৰিয়তে নিজৰ পৰীক্ষাৰ ফলাফল লাভ কৰিব পাৰে। এইবাৰৰ পৰীক্ষাত মুঠ ১৮,৫৭,৫১৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পঞ্জীয়ন কৰাৰ বিপৰীতে ১৭,৬৮,৯৬৮ গৰাকী পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

cb | ASSAM TIMES POST
চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা

ইয়াৰে ভিতৰত ১৫,০৭,১০৯ গৰাকী উত্তীৰ্ণ হয়। মুঠ ১২০টা বিষয়ৰ ওপৰত ৭৫৭৩টা কেন্দ্ৰত অনুষ্ঠিত এই পৰীক্ষা ১৭ ফেব্ৰুৱাৰীৰ পৰা ১০ এপ্ৰিললৈকে অনুষ্ঠিত হৈছিল। উত্তীৰ্ণৰ হাৰৰ ক্ষেত্ৰত এইবাৰো ছাত্ৰীৰ ফলাফল ভাল। মুঠ ৮৮.৮৬ শতাংশ ছাত্ৰী উত্তীৰ্ণ হোৱাৰ বিপৰীতে ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ হৈছে ৮২.১৩ শতাং। আনহাতে, তৃতীয় লিংগৰ উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ। এইবাৰৰ পৰীক্ষাত ৯৪,০০০তকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে ৯০ শতাংশৰ ওপৰত আৰু ১৭,০০০তকৈ অধিক পৰীক্ষাৰ্থীয়ে ৯৫ শতাংশৰ ওপৰত নম্বৰ লাভ কৰে। মণ্ডল হিচাপে উত্তীৰ্ণৰ সৰ্বাধিক হাৰ ত্ৰিবান্দ্ৰম (৯৫.৬২ শতাংশ)। দ্বিতীয় স্থানত চেন্নাই (৯৩.৮৪) আৰু তৃতীয় স্থানত বেংগালুৰু (৯৩.১৯) । উত্তীৰ্ণৰ সৰ্বনিম্ন হাৰ প্ৰয়াগৰাজত (৭২.৪৩)।

Tags: CBSE12thresult
Share4Tweet3Send

Related Posts

Tezpur University Explores the Changing Paradigm in Higher Education
EDUCATION

Tezpur University Explores the Changing Paradigm in Higher Education

by ASSAM TIMES POST
July 1, 2025
50
ADVERTISEMENT
CJP protest : ধৰ্মেন্দ্ৰৰ পদত্যাগৰ দাবীত অটল চিজেপি, শনিবাৰলৈ সময় বিচাৰিছে কেন্দ্ৰই
National-International

CJP protest : ধৰ্মেন্দ্ৰৰ পদত্যাগৰ দাবীত অটল চিজেপি, শনিবাৰলৈ সময় বিচাৰিছে কেন্দ্ৰই

July 24, 2026
50
SC on NEET paper leak : ধাৰাবাহিকভাৱে ভুল হৈ থাকিব নোৱাৰে, নীট কাণ্ডত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
National-International

SC on NEET paper leak : ধাৰাবাহিকভাৱে ভুল হৈ থাকিব নোৱাৰে, নীট কাণ্ডত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

July 24, 2026
50
Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ
National-International

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

July 23, 2026
50
Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি
National-International

Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

July 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CJP protest : ধৰ্মেন্দ্ৰৰ পদত্যাগৰ দাবীত অটল চিজেপি, শনিবাৰলৈ সময় বিচাৰিছে কেন্দ্ৰই

CJP protest : ধৰ্মেন্দ্ৰৰ পদত্যাগৰ দাবীত অটল চিজেপি, শনিবাৰলৈ সময় বিচাৰিছে কেন্দ্ৰই

July 24, 2026
SC on NEET paper leak : ধাৰাবাহিকভাৱে ভুল হৈ থাকিব নোৱাৰে, নীট কাণ্ডত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

SC on NEET paper leak : ধাৰাবাহিকভাৱে ভুল হৈ থাকিব নোৱাৰে, নীট কাণ্ডত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

July 24, 2026
Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

July 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx