ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

AIUDF candidate list : এইবাৰ বিন্নাকান্দিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বদৰুদ্দিন আজমলে

নিউজ ডেস্কঃ

News Desk by News Desk
March 17, 2026
Reading Time: 1 min read
A A
0
AIUDF candidate list : এইবাৰ বিন্নাকান্দিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বদৰুদ্দিন আজমলে

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

আগন্তুক অসম বিধানসভা নিৰ্বাচন (Assam Election)ৰ বাবে এ আই ইউ ডি এফে ঘোষণা (Announcement at AIUDF) কৰিছে দ্বিতীয়খন প্ৰাৰ্থী তালিকা (Second candidate list)। ইয়াৰ পূৰ্বে বদৰুদ্দিন আজমল নেতৃত্বাধীন দলটোৱে প্ৰথমখন তালিকাত ৯ জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ পিছত আজি ১২ জন প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা এ আই ইউ ডি এফে প্ৰকাশ কৰে।

এ আই ইউ ডি এফৰ দ্বিতীয় প্ৰাৰ্থী তালিকা :

১. ৬২ নং বিন্নাকান্দি সমষ্টি : বদৰুদ্দিন আজমল
২. ১৪ নং পূব গোৱালপাৰা সমষ্টি : হাফিজ বছিৰ আহমেদ
৩. ৮ নং ধুবুৰী সমষ্টি : নজৰুল হক
৪. ৫১ নং দলগাঁও সমষ্টি : মজিবুৰ ৰহমান
৫. ২৩ নং চেঙা সমষ্টি : আশ্ৰাফুল হুছেইন
৬. ৫৮ নং চামগুৰি সমষ্টি : আব্দুল আজিজ
৭. ১২৪ নং দক্ষিণ কৰিমগঞ্জ সমষ্টি : ছিহাব উদ্দিন

aiduf1 | ASSAM TIMES POST
বিন্নাকান্দিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বদৰুদ্দিন আজমলে

৮. ২৭ নং ছমৰীয়া সমষ্টি : ইমদাদ হুছেইন
৯. ৬ নং গোলকগঞ্জ সমষ্টি : জমছেৰ তালুকদাৰ
১০. ২০ নং বিজনী সমষ্টি : মোসুখা বসুমতাৰী
১১. ৬১ নং ৰহা সমষ্টি : মুকুট দাস
১২. ১২৬ নং ৰামকৃষ্ণ নগৰ সমষ্টি : ডাঃ অনুপ কুমাৰ দাস

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ৯ মাৰ্চত ঘোষণা কৰা প্ৰথমখন প্ৰাৰ্থী তালিকা হৈছে :

১. ৰূপহীহাট সমষ্টিত : আমিনুল ইছলাম
২. মন্দিয়া সমষ্টিত : হাফিজ ৰফিকুল ইছলাম
৩. পাকাবেতবাৰী সমষ্টিত : মিনাক্ষী ৰহমান
৪. গৌৰীপুৰ সমষ্টিত : নিজানুৰ ৰহমান
৫. সৃজনগ্ৰাম সমষ্টিত : ৰেজাউল কৰিম সৰকাৰ
৬. ধিং সমষ্টিত : মতিউৰ ৰহমান
৭. বিলাসীপাৰা সমষ্টিত : সাভানা আখতাৰ
৮. লাহৰীঘাট সমষ্টিত : ছিদ্দিক আহমেদ

Tags: AIUDFcandidatelist
Share4Tweet3Send

Related Posts

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

by News Desk
June 4, 2026
50
Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assam

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

by Staff Reporter
June 3, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

by News Desk
June 2, 2026
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

by Staff Reporter
June 1, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

by News Desk
May 27, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

by News Desk
May 26, 2026
50
ADVERTISEMENT
Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ
National-International

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

June 4, 2026
50
Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু
National-International

Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

June 4, 2026
50
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

June 4, 2026
50
Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী
DIPHU

Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী

June 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

June 4, 2026
Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

June 4, 2026
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

June 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx