ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

PM Modi Assam visit : প্ৰতিকূল বতৰৰ বাবে বাতিল কোকৰাঝাৰ ভ্ৰমণ, গুৱাহাটীৰ পৰায়ে একাধিক প্ৰকল্প উদ্বোধন-শিলান্যাস প্ৰধানমন্ত্ৰীৰ

নিউজ ডেস্কঃ

News Desk by News Desk
March 13, 2026
Reading Time: 1 min read
A A
0
PM Modi Assam visit : প্ৰতিকূল বতৰৰ বাবে বাতিল কোকৰাঝাৰ ভ্ৰমণ, গুৱাহাটীৰ পৰায়ে একাধিক প্ৰকল্প উদ্বোধন-শিলান্যাস প্ৰধানমন্ত্ৰীৰ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

পথাৰৰ হুমুনিয়াহ আৰু উদং ভঁৰালৰ বিহু

ULFA leader Arunodoi Asom : আত্মসমৰ্পণৰ পিছত দীৰ্ঘদিনীয়া আত্মগোপনৰ পিছত অৱশেষত নিজগৃহত উপস্থিত আলফা নেতা অৰুণোদয় অসম

Assam Assembly Election 2026 : অসমৰ নিৰ্বাচনী ইতিহাসত সৰ্বকালৰ ইতিহাস ভংগ; ৮৫.৯১ শতাংশ ভোটদান

দুদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে গুৱাহাটীত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Modi Assam visit)। দুপৰীয়া বিমানবন্দৰত প্ৰধানমন্ত্ৰীক আদৰণি জনায় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ কুমাৰ শইকীয়াই। বিমানবন্দৰৰ পৰা প্ৰধানমন্ত্ৰী পোনে পোনে কোকৰাঝাৰলৈ যোৱা কথা আছিল যদিও প্ৰতিকূল বতৰৰ বাবে তেওঁৰ সেই কাৰ্যসূচী বাতিল কৰা হয়। উল্লেখযোগ্য যে কোকৰাঝাৰ (Kokrajhar)ত আয়োজিত বিশাল জনসভাত প্ৰধানমন্ত্ৰীয়ে কেইবাটাও প্ৰকল্প উদ্বোধন (Project inauguration) তথা শিলান্যাস কৰিবলগা আছিল। কিন্তু কোকৰাঝাৰৰ কাৰ্যসূচী বাতিল হোৱাত খানাপাৰাৰ জ্যোতি-বিষ্ণু কলাকেন্দ্ৰৰ পৰায়ে উক্ত কাৰ্যসূচীসমূহ ভাৰ্ছুৱেলি সমাপন কৰে।

pm | ASSAM TIMES POST

ইফালে প্ৰধানমন্ত্ৰীৰ আগমন উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্ব আৰু অসমৰ প্ৰতি থকা বিশেষ আদৰৰ ফলতেই আজি আমাৰ ৰাজ্যই উন্নয়ন, শান্তি আৰু বিকাশৰ এক নতুন অধ্যায় লিখিবলৈ সক্ষম হৈছে। নতুন ভাৰতৰ খনিকৰগৰাকীৰ অকুণ্ঠ সমৰ্থন আৰু দিক-নির্দেশনাত ৰাজ্যখনে বিগত কিছু বছৰত দ্ৰুতগতিৰে অগ্ৰগতিৰ পথত আগবাঢ়িছে। বিশেষকৈ বিটিআৰ অঞ্চলত আৰু সমগ্ৰ অসমত শান্তি, প্ৰগতি আৰু উন্নয়নৰ এক নতুন পৰিৱেশ গঢ় লৈ উঠিছে, যিয়ে উন্নয়নৰ বাবে এক শক্তিশালী বুনিয়াদ নিৰ্মাণ কৰিছে।”

pm2 | ASSAM TIMES POST
প্ৰতিকূল বতৰৰ বাবে বাতিল কোকৰাঝাৰ ভ্ৰমণ, গুৱাহাটীৰ পৰায়ে একাধিক প্ৰকল্প উদ্বোধন-শিলান্যাস প্ৰধানমন্ত্ৰীৰ

উল্লেখযোগ্য যে শুকুৰবাৰে প্ৰধানমন্ত্ৰীয়ে ৪,৫৭০ কোটিৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি তথা শিলান্যাস কৰে।

এই প্ৰকল্পসমূহৰ ভিতৰত আছে :

  •  তিনিখনকৈ নতুন ৰে’লৰ ফ্লেগ অফ
    ১. কামাখ্যা-চৰলাপল্লী অমৃত ভাৰত এক্সপ্ৰেছ
    ২. গুৱাহাটী-নিউ জলপাইগুৰি এক্সপ্ৰেছ
    ৩. নাৰেংগী-আগৰতলা এক্সপ্ৰেছ
  •  কোকৰাঝাৰ জিলাৰ বাশবাৰীত প্ৰধানমন্ত্ৰী মোদীয়ে পিৰিয়ডিক অভাৰহ’লিং ৱৰ্কশ্বপৰ (পি অ’ এইচ) আধাৰশিলা
  •  ৩,২০০ কোটিৰো অধিক ব্যয়সাপেক্ষে অসমমালা ৩.০ৰ পথ আন্তঃগাঁথনি প্ৰকল্পৰ ভাৰ্চুৱেলী ভূমি পূজন। সমগ্ৰ অসমতে ৯০০ কিলোমিটাৰৰো অধিক পথ নিৰ্মাণ কৰা হ’ব ।
  •  বি টি চি এলেকাত প্ৰায় ১১০০ কোটি টকা বিনিয়োগেৰে নিৰ্মাণ কৰা চাৰিখন উৰণ সেতু আৰু দুখন দলঙকে ধৰি ছটা পথ আন্তঃগাঁথনি প্ৰকল্পৰ ভূমি পূজন
  •  চাহ শ্ৰমিকক ভূমিপট্টা প্ৰদানৰ আনুষ্ঠানিক আৰম্ভণি
  •  পি এম কিষাণ নিধিৰ ২২ নং কিস্তিৰ ধন প্ৰদানৰ আনুষ্ঠানিক আৰম্ভণি

pm3 | ASSAM TIMES POST

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “আজি গুৱাহাটীত এক ঐতিহাসিক সন্ধিয়া! এক নতুন ইতিহাসৰ সূচনা কৰি আজি দুই শতিকাজোৰা প্রতাৰণাৰ অৱসান ঘটাই মাননীয় প্রধানমন্ত্রী নৰেন্দ্র মোদী ডাঙৰীয়াই আমাৰ চাহ শ্রমিক ভাই-ভনীসকললৈ ভূমিপট্টা বিতৰণৰ শুভাৰম্ভ কৰে। এই সময়তে মাননীয় মোদী ডাঙৰীয়াই আজি বিভিন্ন খণ্ডৰ ১৯,৫৭৭.৫৮ কোটি টকা ব্যয়ৰ ১৩টাকৈ প্ৰকল্পৰ উৎসৰ্গা আৰু শুভাৰম্ভণি কৰে।”

বিভিন্ন প্ৰকল্পৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “হাইড্ৰ’কাৰ্বন, বিদ্যুৎ, জল পৰিবহণ, ৰে’লৱে আদি খণ্ডত ব্যাপ্ত এই প্ৰকল্পসমূহে অঞ্চলটোত উন্নয়নৰ এক নতুন প্ৰভাতৰ আৰম্ভণি কৰিব আৰু আমাৰ বিকাশৰ উচ্চাকাংক্ষাক সমৰ্থন যোগাই ‘বিকশিত অসম’ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব।”

Tags: ModiAssamvisit
Share4Tweet3Send

Related Posts

পথাৰৰ হুমুনিয়াহ আৰু উদং ভঁৰালৰ বিহু
Assam

পথাৰৰ হুমুনিয়াহ আৰু উদং ভঁৰালৰ বিহু

by Staff Reporter
April 12, 2026
50
ULFA leader Arunodoi Asom : আত্মসমৰ্পণৰ পিছত দীৰ্ঘদিনীয়া আত্মগোপনৰ পিছত অৱশেষত নিজগৃহত উপস্থিত আলফা নেতা অৰুণোদয় অসম
Assam

ULFA leader Arunodoi Asom : আত্মসমৰ্পণৰ পিছত দীৰ্ঘদিনীয়া আত্মগোপনৰ পিছত অৱশেষত নিজগৃহত উপস্থিত আলফা নেতা অৰুণোদয় অসম

by News Desk
April 11, 2026
50
Assam Assembly Election 2026 : অসমৰ নিৰ্বাচনী ইতিহাসত সৰ্বকালৰ ইতিহাস ভংগ; ৮৫.৯১ শতাংশ ভোটদান
Assam

Assam Assembly Election 2026 : অসমৰ নিৰ্বাচনী ইতিহাসত সৰ্বকালৰ ইতিহাস ভংগ; ৮৫.৯১ শতাংশ ভোটদান

by News Desk
April 10, 2026
50
Assam Elections 2026 : শান্তিপূৰ্ণ সম্পন্ন ভোটগ্ৰহণ, সন্ধিয়া ৫ বজালৈ ভোটদানৰ হাৰ ৮৪.৪২ শতাংশ
Assam

Assam Elections 2026 : শান্তিপূৰ্ণ সম্পন্ন ভোটগ্ৰহণ, সন্ধিয়া ৫ বজালৈ ভোটদানৰ হাৰ ৮৪.৪২ শতাংশ

by News Desk
April 9, 2026
50
মাজুলী উপ-নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনা চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয় বন্ধ ঘোষণা
Assam

Assam assembly elections 2026 । ৰাজ্যত সুকলমে চলি আছে ভোটদান পৰ্ব, বহু কেন্দ্ৰত পুৱা ৭ বজাৰে পৰা দীঘলীয়া শাৰী

by Staff Reporter
April 9, 2026
50
Assam Elections 2026 : এইবাৰ বিধানসভা নিৰ্বাচনৰ কেইটামান গুৰুত্বপূৰ্ণ তথ্য
Assam

Assam Elections 2026 : এইবাৰ বিধানসভা নিৰ্বাচনৰ কেইটামান গুৰুত্বপূৰ্ণ তথ্য

by News Desk
April 8, 2026
50
ADVERTISEMENT
সকলো হতবাক I তিনিটা প্ৰতিদ্বন্দ্বী দলৰ হৈ এজন প্ৰাৰ্থীৰ একেখন আসনৰ বাবে মনোনয়ন পত্ৰ দাখিল
National-International

সকলো হতবাক I তিনিটা প্ৰতিদ্বন্দ্বী দলৰ হৈ এজন প্ৰাৰ্থীৰ একেখন আসনৰ বাবে মনোনয়ন পত্ৰ দাখিল

April 12, 2026
50
ছৌদি আৰৱলৈ যুঁজাৰু বিমান প্ৰেৰণ পাকিস্তানৰ
National-International

ছৌদি আৰৱলৈ যুঁজাৰু বিমান প্ৰেৰণ পাকিস্তানৰ

April 12, 2026
50
বিহাৰত আস্থা ভোটত জয়ী নীতিশ কুমাৰ:
National-International

মুখ্যমন্ত্ৰী পদৰ পৰা নীতিশৰ ইস্তফাৰ দিন চূড়ান্ত I উত্তৰসুৰীৰ সিদ্ধান্ত মঙলবাৰে

April 12, 2026
50
পথাৰৰ হুমুনিয়াহ আৰু উদং ভঁৰালৰ বিহু
Assam

পথাৰৰ হুমুনিয়াহ আৰু উদং ভঁৰালৰ বিহু

April 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

সকলো হতবাক I তিনিটা প্ৰতিদ্বন্দ্বী দলৰ হৈ এজন প্ৰাৰ্থীৰ একেখন আসনৰ বাবে মনোনয়ন পত্ৰ দাখিল

সকলো হতবাক I তিনিটা প্ৰতিদ্বন্দ্বী দলৰ হৈ এজন প্ৰাৰ্থীৰ একেখন আসনৰ বাবে মনোনয়ন পত্ৰ দাখিল

April 12, 2026
ছৌদি আৰৱলৈ যুঁজাৰু বিমান প্ৰেৰণ পাকিস্তানৰ

ছৌদি আৰৱলৈ যুঁজাৰু বিমান প্ৰেৰণ পাকিস্তানৰ

April 12, 2026
বিহাৰত আস্থা ভোটত জয়ী নীতিশ কুমাৰ:

মুখ্যমন্ত্ৰী পদৰ পৰা নীতিশৰ ইস্তফাৰ দিন চূড়ান্ত I উত্তৰসুৰীৰ সিদ্ধান্ত মঙলবাৰে

April 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx