ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Orunodoi Scheme : ৪০ লাখ অৰুণোদয় হিতাধিকাৰীয়ে পালে ৩৬০০ কোটি

নিউজ ডেস্কঃ

News Desk by News Desk
March 10, 2026
Reading Time: 1 min read
A A
0
Orunodoi Scheme : ৪০ লাখ অৰুণোদয় হিতাধিকাৰীয়ে পালে ৩৬০০ কোটি

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

পথাৰৰ হুমুনিয়াহ আৰু উদং ভঁৰালৰ বিহু

ULFA leader Arunodoi Asom : আত্মসমৰ্পণৰ পিছত দীৰ্ঘদিনীয়া আত্মগোপনৰ পিছত অৱশেষত নিজগৃহত উপস্থিত আলফা নেতা অৰুণোদয় অসম

Assam Assembly Election 2026 : অসমৰ নিৰ্বাচনী ইতিহাসত সৰ্বকালৰ ইতিহাস ভংগ; ৮৫.৯১ শতাংশ ভোটদান

ৰাজ্যৰ বিধানসভা নিৰ্বাচন সমাগত। ইতিমধ্যে সকলো ৰাজনৈতিক দলে নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে। কিন্তু এই নিৰ্বাচনৰ পূৰ্বে শাসনাধিষ্ঠিত বিজেপিয়ে ৰচিলে এক অভিলেখ। সেয়াও আকৌ হিতাধিকাৰীক ধন বিতৰণৰ ক্ষেত্ৰত। মঙলবাৰে একেটা দিনতে আৰু প্ৰায় একে সময়তে ৰাজ্যৰ ৪০ লাখ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমাল ৰাজকোষৰ ৩৬০০ কোটি টকা৷

oro1 | ASSAM TIMES POST
৪০ লাখ অৰুণোদয় হিতাধিকাৰীয়ে পালে ৩৬০০ কোটি

কিয়নো ৪০ লাখ অৰুণোদয় হিতাধিকাৰী (Orunodoi Beneficiary)য়ে মঙলবাৰে নিজৰ নিজৰ বেংক একাউণ্টৰ জৰিয়তে লাভ কৰে ৯ হাজাৰ টকাকৈ (9 thouand)৷ এই উদ্দেশ্যে মঙলবাৰে পুৱা ১০.৩০ বজাত প্ৰতিখন পঞ্চায়ত, কাৰ্বি আংলং আৰু ডিমা হাচাওৰ এম এ চি, বিটিচিৰ ভিচিডিচি অঞ্চলত আৰু নগৰসমূহৰ ৱাৰ্ডত ৰাজ্যজুৰি ৩৮০০ খন সভা অনুষ্ঠিত কৰি এই ধন বিতৰণ কৰা হয়৷ এই ক্ষেত্ৰতো এক অভিলেখ সৃষ্টি হয়৷ অৰুণোদয় হিতাধিকাৰীক ৯ হাজাৰ টকাকৈ প্ৰদানৰ কেন্দ্ৰীয় অনুষ্ঠান অনুষ্ঠিত হয় গুৱাহাটীৰ জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত। এই কাৰ্যসূচীত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে৷

Tags: OrunodoiScheme
Share4Tweet3Send

Related Posts

পথাৰৰ হুমুনিয়াহ আৰু উদং ভঁৰালৰ বিহু
Assam

পথাৰৰ হুমুনিয়াহ আৰু উদং ভঁৰালৰ বিহু

by Staff Reporter
April 12, 2026
50
ULFA leader Arunodoi Asom : আত্মসমৰ্পণৰ পিছত দীৰ্ঘদিনীয়া আত্মগোপনৰ পিছত অৱশেষত নিজগৃহত উপস্থিত আলফা নেতা অৰুণোদয় অসম
Assam

ULFA leader Arunodoi Asom : আত্মসমৰ্পণৰ পিছত দীৰ্ঘদিনীয়া আত্মগোপনৰ পিছত অৱশেষত নিজগৃহত উপস্থিত আলফা নেতা অৰুণোদয় অসম

by News Desk
April 11, 2026
50
Assam Assembly Election 2026 : অসমৰ নিৰ্বাচনী ইতিহাসত সৰ্বকালৰ ইতিহাস ভংগ; ৮৫.৯১ শতাংশ ভোটদান
Assam

Assam Assembly Election 2026 : অসমৰ নিৰ্বাচনী ইতিহাসত সৰ্বকালৰ ইতিহাস ভংগ; ৮৫.৯১ শতাংশ ভোটদান

by News Desk
April 10, 2026
50
Assam Elections 2026 : শান্তিপূৰ্ণ সম্পন্ন ভোটগ্ৰহণ, সন্ধিয়া ৫ বজালৈ ভোটদানৰ হাৰ ৮৪.৪২ শতাংশ
Assam

Assam Elections 2026 : শান্তিপূৰ্ণ সম্পন্ন ভোটগ্ৰহণ, সন্ধিয়া ৫ বজালৈ ভোটদানৰ হাৰ ৮৪.৪২ শতাংশ

by News Desk
April 9, 2026
50
মাজুলী উপ-নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনা চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয় বন্ধ ঘোষণা
Assam

Assam assembly elections 2026 । ৰাজ্যত সুকলমে চলি আছে ভোটদান পৰ্ব, বহু কেন্দ্ৰত পুৱা ৭ বজাৰে পৰা দীঘলীয়া শাৰী

by Staff Reporter
April 9, 2026
50
Assam Elections 2026 : এইবাৰ বিধানসভা নিৰ্বাচনৰ কেইটামান গুৰুত্বপূৰ্ণ তথ্য
Assam

Assam Elections 2026 : এইবাৰ বিধানসভা নিৰ্বাচনৰ কেইটামান গুৰুত্বপূৰ্ণ তথ্য

by News Desk
April 8, 2026
50
ADVERTISEMENT
BJP candidate list : বিজেপিৰ ৮৮ জনীয়া তালিকাত নাম নোসোমাল ১৯ বিধায়কৰ
National-International

মহিলা সংৰক্ষণ বিধেয়কলৈ বিশেষ অধিৱেশন, বিজেপিৰ হুইপ জাৰি

April 12, 2026
50
পোহৰৰ ভিতৰৰ ছিদ্ৰ বা আন্ধাৰ বিন্দু পোহৰৰ গতিতকৈ দ্ৰুতগতিত গতি কৰিব পাৰে
National-International

পোহৰৰ ভিতৰৰ ছিদ্ৰ বা আন্ধাৰ বিন্দু পোহৰৰ গতিতকৈ দ্ৰুতগতিত গতি কৰিব পাৰে

April 12, 2026
50
সকলো হতবাক I তিনিটা প্ৰতিদ্বন্দ্বী দলৰ হৈ এজন প্ৰাৰ্থীৰ একেখন আসনৰ বাবে মনোনয়ন পত্ৰ দাখিল
National-International

সকলো হতবাক I তিনিটা প্ৰতিদ্বন্দ্বী দলৰ হৈ এজন প্ৰাৰ্থীৰ একেখন আসনৰ বাবে মনোনয়ন পত্ৰ দাখিল

April 12, 2026
50
ছৌদি আৰৱলৈ যুঁজাৰু বিমান প্ৰেৰণ পাকিস্তানৰ
National-International

ছৌদি আৰৱলৈ যুঁজাৰু বিমান প্ৰেৰণ পাকিস্তানৰ

April 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BJP candidate list : বিজেপিৰ ৮৮ জনীয়া তালিকাত নাম নোসোমাল ১৯ বিধায়কৰ

মহিলা সংৰক্ষণ বিধেয়কলৈ বিশেষ অধিৱেশন, বিজেপিৰ হুইপ জাৰি

April 12, 2026
পোহৰৰ ভিতৰৰ ছিদ্ৰ বা আন্ধাৰ বিন্দু পোহৰৰ গতিতকৈ দ্ৰুতগতিত গতি কৰিব পাৰে

পোহৰৰ ভিতৰৰ ছিদ্ৰ বা আন্ধাৰ বিন্দু পোহৰৰ গতিতকৈ দ্ৰুতগতিত গতি কৰিব পাৰে

April 12, 2026
সকলো হতবাক I তিনিটা প্ৰতিদ্বন্দ্বী দলৰ হৈ এজন প্ৰাৰ্থীৰ একেখন আসনৰ বাবে মনোনয়ন পত্ৰ দাখিল

সকলো হতবাক I তিনিটা প্ৰতিদ্বন্দ্বী দলৰ হৈ এজন প্ৰাৰ্থীৰ একেখন আসনৰ বাবে মনোনয়ন পত্ৰ দাখিল

April 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx