ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

ADR Report : ২০২৪-২৫ বৰ্ষত বিজেপিয়ে লাভ কৰিছে প্ৰায় ৭ হাজাৰ কোটি অনুদান, বাকী দলবোৰে কিমান পালে

নিউজ ডেস্কঃ

News Desk by News Desk
March 6, 2026
Reading Time: 1 min read
A A
0
ADR Report : ২০২৪-২৫ বৰ্ষত বিজেপিয়ে লাভ কৰিছে প্ৰায় ৭ হাজাৰ কোটি অনুদান, বাকী দলবোৰে কিমান পালে

RELATED POSTS

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

New Logo Smal | ASSAM TIMES POST

অনুদানৰ জৰিয়তে উপাৰ্জন (Earnings through grants)ৰ হিচাপত অন্য ৰাজনৈতিক দল (Political parties)বোৰতকৈ শীৰ্ষত আছে বিজেপি (BJP at the top)। ৰাজনৈতিক দলবোৰৰ ওপৰত সমীক্ষা সংস্থা ‘এচোচিয়েচন ফৰ ডেমোক্ৰেটিক্স ৰিফৰ্মছ’ চমুকৈ এ ডি আৰ (ADR)ৰ সাম্প্রতিক ৰিপোর্টত প্ৰকাশ পাইছে যে ২০২৪-২৫ বিত্তীয় বৰ্ষত, অর্থাৎ নৰেন্দ্র মোদীৰ নেতৃত্বত বিজেপিয়ে উপর্যুপৰি তৃতীয়বাৰৰ বাবে লোকসভা নিৰ্বাচনত বিজয় সাব্যস্ত কৰা বছটোত ৬৭৬৯ কোটি ১৪ লাখ টকা উপাৰ্জন (6769 crore 14 lakh rupees earned) কৰিছে।

নির্বাচন আয়োগৰ ওচৰত ৰাজনৈতিক দলবোৰে দাখিল কৰা আয়ৰ খতিয়ান বিশ্লেষণ কৰি বিজেপিসহ মুঠ ছটা ৰাষ্ট্ৰীয় দলৰ ২০২৪-২৫ বিত্তীয় বর্ষৰ উপাৰ্জনৰ খতিয়ান এ ডি আৰ ৰিপোর্ট দাঙি ধৰা হৈছে। সেই অনুসৰি, লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱা বছৰটোত দ্বিতীয় স্থানত থকা কংগ্রেছ (Congress)ৰ মুঠ আয় ৯১৮ কোটি ২৮ লাখ টকা (918 crore 28 lakh taka)।

adr | ASSAM TIMES POST
২০২৪-২৫ বৰ্ষত বিজেপিয়ে লাভ কৰিছে প্ৰায় ৭ হাজাৰ কোটি অনুদান,

আনহাতে, চিপিএম, আম আদমি পার্টি (আপ), বহুজন সমাজ পার্টি আৰু মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাৰ দল নেচনেল পিপ’লছ পার্টি অব ইণ্ডিয়াও আছে এই তালিকাত। এ ডি আৰ ৰিপোর্ট অনুসৰি, ২০২৪-২৫ বিত্তীয় বৰ্ষত ছটা ৰাষ্ট্ৰীয় দলে সৰ্বমুঠ ৭,৯৬০ কোটি ৯ লক্ষ টকা আয়ৰ ঘোষণা কৰিছে। ইয়াৰে ভিতৰত মোট আয়ৰ ৮৫.০৩ শতাংশয়ে বিজেপিৰ জোলোঙালৈ গৈছে।

আনহাতে, বিগত লোকসভা নিৰ্বাচনত বিজেপিয়ে ব্যয় কৰিছে ৩,৭৭৪ কোটি ৫৮ লাখ টকা, যিটো মুঠ উপাৰ্জনৰ ৫৫ শতাংশৰ অলপ বেছি। ইফালে কংগ্রেছৰ ব্যয় হৈছে ১১১১ কোটি ৯৪ লাখ টকা, যিটো উপার্জনতকৈ ২১ শতাংশ (১৯৩.৬৬ কোটি টকা) বেছি। একেদৰে, ২০২৪-২৫ বিত্তীয় বর্ষত চিপিএমৰ আয় ১৭২ কোটি ৬০ লাখ টকাৰ বিপৰীতে খৰচ ১৭৩ কোটি ৮৬ লাখ, বিএছপিৰ আয় ৫৮ কোটি ৫৮ লাখ টকাৰ বিপৰীতে খৰচ ১০৬ কোটি ৩০ লাখ টকা, আপৰ আয় ৩৯ কোটি ২৮ লাখ টকাৰ বিপৰীতে খৰচ ৩৬ কোটি ৪৬ লাখ টকা।

উল্লেখযোগ্য যে ২০২৩-২৪ বৰ্ষৰ পৰা ২০২৪-২৫ বৰ্ষ পর্যন্ত বিজেপিৰ আয় ৫৫.৯৫ শতাংশ (২,৪২৮ কোটি ৬৭ লাখ টকা) বৃদ্ধি পাইছে। ইয়াৰ বিপৰীতে কংগ্রেছৰ আয় ২৫.০৫ শতাংশ (৩০৬ কোটি ৮৩ লাখ টকা) হ্রাস পাইছে। আনহাতে, আপৰ আয় বৃদ্ধি হৈছে ৭৩.২০ শতাংশ (১৬ কোটি ৬০ লাখ টকা)। চিপিএমৰ আয় বৃদ্ধি পাইছে ২.৯৬ শতাংশ (৪ কোটি ৯৬ লাখ টকা), মায়াৱতীৰ দলৰ আয় ৯.৫৬ শতাংশ (৬ কোটি ১৯ লাখ টকা) হ্ৰাস পাইছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ADRReport
Share4Tweet3Send

Related Posts

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ
National-International

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

by News Desk
September 22, 2026
51
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই
National-International

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

by News Desk
September 22, 2026
51
Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত
National-International

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

by News Desk
September 22, 2026
51
Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ
National-International

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

by News Desk
September 22, 2026
52
Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য
National-International

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

by News Desk
September 22, 2026
51
Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া
National-International

Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া

by News Desk
September 22, 2026
52
ADVERTISEMENT
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ
Assam

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026
51
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ
National-International

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

September 22, 2026
51
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই
National-International

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

September 22, 2026
51
CM Himanta Biswa Sarma : চামগুৰিৰ নিৰ্বাচনী হিংসা প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
DIPHU

CM Himanta Biswa Sarma : চামগুৰিৰ নিৰ্বাচনী হিংসা প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026
53
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

September 22, 2026
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

September 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d