ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Arvind Kejriwal : আবকাৰী গোচৰৰ পৰা মুক্ত হোৱাৰ পিছত হুকহুকাই কান্দিলে কেজৰিৱালে

News Desk by News Desk
February 27, 2026
Reading Time: 1 min read
A A
0
Arvind Kejriwal : আবকাৰী গোচৰৰ পৰা মুক্ত হোৱাৰ পিছত হুকহুকাই কান্দিলে কেজৰিৱালে

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

আবকাৰী দুৰ্নীতিৰ গোচৰ (Case of Excise Corruption)ত দিল্লী আদালতৰ ৰায় (Delhi court’s verdict) শুনাৰ পাছত কান্দি উঠে (Crying) দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী (Former Chief Minister of Delhi) অৰবিন্দ কেজৰিৱালে (Arvind Kejriwal)। আদালতে তেওঁক আৰু প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী (Dy. CM) মনীষ ছিছ’দিয়াক (Manish Sisodiya) এই গোচৰৰ পৰা মুক্ত (Free from case) কৰিছে। ইয়াৰ লগতে আম আদমী পাৰ্টিৰ আন ২১ জন নেতাকো দোষমুক্ত কৰা হৈছে। আদালতে কয় যে চিবিআয়ে দিয়া অভিযোগনামাত বহু ত্ৰুটি আছে। উপযুক্ত প্ৰমাণৰ অভাৱত কেজৰিৱালক মুকলি কৰি দিয়া হৈছে। আবকাৰী গোচৰত দীৰ্ঘদিন ধৰি জে’লত আছিল কেজৰিৱাল আৰু মনীষ।

ইফালে আদালতৰ ৰায় শুনি কেজৰিৱালে বিজেপিক আক্ৰমণ কৰি কয়, “আপোনালোকে চকীখন বিচাৰে, ভাল কাম কৰি উপাৰ্জন কৰক। দেশৰ সংবিধানৰ লগত এনেকৈ খেলা নকৰিব। মনীষ চিছ’দিয়া সৎ, আম আদমি পাৰীটি সৎ।” লগতে তেওঁ কয়, “বিজেপিয়ে ইটোৰ পিছত সিটো দোষ আমাৰ ওপৰত জাপি দিছিল, আদালতে সকলো খাৰিজ কৰিছে। সকলো অভিযুক্তক দোষমুক্ত কৰা হৈছে। মই আৰম্ভণিৰে পৰাই কৈছোঁ, সত্যৰ সদায় জয়। দেশৰ ন্যায়পালিকাৰ ওপৰত মোৰ বিশ্বাস আছিল। আমাক ন্যায় দিয়া ন্যায়াধীশজনক ধন্যবাদ।”

a | ASSAM TIMES POST
আবকাৰী গোচৰৰ পৰা মুক্ত হোৱাৰ পিছত হুকহুকাই কান্দিলে কেজৰিৱালে

আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ। তেওঁ দাবী কৰে যে আপৰ পাঁচজন ডাঙৰ নেতাক বিজেপিয়ে লক্ষ্য কৰি লৈছিল। কেজৰিৱালে কয়, “চিছ’দিয়াক দুবছৰ জে’লত ৰখা হৈছিল। সমগ্ৰ গোচৰটো ভুৱা আছিল। আমাৰ ওপৰত বহুত বোকা নিক্ষেপ কৰা হ’ল। ২৪ ঘণ্টীয়া টিভি চেনেলত প্ৰদৰ্শিত হৈছিল বাতৰি। কোৱা হৈছিল কেজৰিৱাল দুৰ্নীতিগ্ৰস্ত, দুৰ্নীতিগ্ৰস্ত।” ইয়াৰ পিছত হুকহুকাই কান্দি দিয়ে কেজৰিৱালে। তেওঁ কয় যে তেওঁক ঘৰৰ পৰা টানি আনি জে’ললৈ পঠিওৱা হৈছিল। ছমাহৰ বাবে তেওঁক বন্দী কৰি ৰখা হৈছিল। তেতিয়া তেওঁ কান্দিব পৰা নাছিল। আদালতৰ নিৰ্দেশ শুনি তেওঁ কান্দি উঠিল।

উল্লেখ্য যে ২০২৪ চনৰ জুন মাহত আবকাৰী গোচৰত কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল চিবিআয়ে। একেৰাহে তিনিদিন জেৰাৰ অন্তত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। পিছত ইডিয়েও গ্ৰেপ্তাৰ কৰে। কিন্তু কেজৰিৱালে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ নকৰে। ফলত তেওঁ কাৰ্যকালত কাৰাগাৰত বন্দী হোৱা দেশৰ প্ৰথমজন মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হয়। পিছত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত কেজৰিৱালক জে’লৰ পৰা মুকলি কৰি দিয়া হয়। অৱশ্যে তেওঁৰ বিৰুদ্ধে গোচৰ চলি আছিল। আদালতে তেওঁক চিবিআই গোচৰৰ পৰা মুকলি কৰি দিয়ে। এই বিতৰ্কৰ পিছত দিল্লীৰ নিৰ্বাচনত কেজৰিৱালৰ দল পৰাজিত হয়। ক্ষমতালৈ আহে বিজেপি।

Tags: ArvindKejriwal
Share4Tweet3Send

Related Posts

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে
National-International

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

by News Desk
July 25, 2026
50
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল
National-International

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

by News Desk
July 25, 2026
50
CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী
National-International

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

by News Desk
July 25, 2026
50
DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা
National-International

DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা

by News Desk
July 25, 2026
50
Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
National-International

Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

by Staff Reporter
July 25, 2026
50
PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ
National-International

PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ

by Staff Reporter
July 25, 2026
50
ADVERTISEMENT
Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ
KARBI ANGLONG

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

July 26, 2026
50
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ
KARBI ANGLONG

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

July 26, 2026
50
CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে
National-International

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

July 25, 2026
50
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল
National-International

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

July 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

July 26, 2026
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

July 26, 2026
CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

July 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx