ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

Staff Reporter by Staff Reporter
July 25, 2026
Reading Time: 1 min read
A A
0
Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

Oplus_131072

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

অৱশেষত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ (Dharmendra Pradhan Resigns)। ককৰোচ জনতা পাৰ্টীৰ ধাৰবাহিক প্ৰতিবাদত নতি স্বীকাৰ কেন্দ্ৰীয় চৰকাৰৰ। শনিবাৰে পদত্যাগ কৰে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে৷

Dharmendra Pradhan resigns I
পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ:

সামাজিক মাধ্যমৰ জৰিয়তে পদত্যাগ পত্ৰ প্ৰকাশ কৰি ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে চাৰি দশকৰো অধিক সময় ধৰি তেওঁ ছাত্ৰ-ছাত্ৰী, শিক্ষক তথা শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে নিজকে উছৰ্গা কৰি আহিহে।

তেওঁ শক্তিশালী, সৰ্বাংগীণ আৰু দূৰদৰ্শী শিক্ষা ব্যৱস্থা এটা শক্তিশালী জাতিৰ মূল শিলাস্তম্ভ বুলি বিশ্বাস কৰি অহা বুলি উল্লেখ কৰি কয়, “দেশৰ যুৱক-যুৱতীসকলৰ আকাংক্ষা, আৱেগক মই সন্মান কৰোঁ। ভাৰতৰ যুৱ-প্ৰজন্মৰ সপোন বাস্তৱায়িত কৰাটো আমাৰ সকলোৰে ৰাজনৈতিক আৰু সামাজিক জীৱনত এক নৈতিক প্ৰতিশ্ৰুতি ।”

তেওঁ লগতে প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বত দেশ সেৱা কৰাৰ সুযোগ লাভ কৰাৰ বাবে কৃতজ্ঞতা জনায়। লগতে ২০ লক্ষাধিক ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা সূচাৰুৰূপে পৰিচালিত হোৱাটো প্ৰথম অগ্ৰাধিকাৰ আছিল বুলি উল্লেখ কৰি ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ সহযোগত ২১ জুনত নীট পুনৰ পৰীক্ষা সফলতাৰে সমাপ্ত হোৱা বুলি কয়।

আনহাতে, ১৬ জুলাইত ঘোষিত নীট ইউজিৰ ফলাফল সন্তোষজনক আছিল বুলি উল্লেখ কৰি কয় যে এই সময়ছোৱাতো কিন্তু দায়িত্বশীল পদবীত থকা ব্যক্তিসকলে বহু ছাত্ৰ-ছাত্ৰীক বিপথে পৰিচালিত কৰিবলৈ বাধা প্ৰদানৰ চেষ্টা চলাইছিল৷ যাৰ বাবে তেওঁ অন্তৰত দুখ পোৱা বুলি উল্লেখ কৰে।

পোষ্টটোৰ শেষত প্ৰতিবাদী শিক্ষাৰ্থীসকললৈ সন্মান জনাই তেওঁ উল্লেখ কৰিছে যে যন্তৰ-মন্তৰত তথা সমগ্ৰ দেশত সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে যাতে এজনো ভাৰতীয় ছাত্ৰৰ ভৱিষ্যত আইনী জটিলতাত সোমাই নপৰে বা ল’ৰা-ছোৱালীসকলে পঢ়া-শুনাত নিয়োজিত হৈ নিজৰ কেৰিয়াৰ গঢ়াত মনোনিবেশ কৰিব পাৰে সেই লক্ষ্যৰেই তেওঁ প্ৰধানমন্ত্ৰীৰ ওচৰত পদত্যাগ-পত্ৰ দাখিল কৰে। লগতে প্ৰধানমন্ত্ৰীৰ দিহা-পৰামৰ্শ, বিশ্বাস আৰু নিৰন্তৰ সহায়ৰ বাবে তেওঁক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে ।

Tags: ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগনতি স্বীকাৰপঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ
Share4Tweet3Send

Related Posts

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে
National-International

by News Desk
July 25, 2026
50
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল
National-International

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

by News Desk
July 25, 2026
50
CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী
National-International

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

by News Desk
July 25, 2026
50
DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা

PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ

by Staff Reporter
July 25, 2026
50
Sonam Wangshuk I অনশন ভংগ কৰাৰ আঁৰত কিবা ৰহস্য আছে নেকি? চৰকাৰৰ সৈতে আপোচৰ অভিযোগত মুখ খুলিলে ৱাংচুকে

ADVERTISEMENT
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ
KARBI ANGLONG

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

July 26, 2026
50
CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে
National-International

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

July 25, 2026
50
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল
National-International

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

July 25, 2026
50
CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী
National-International

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

July 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

July 26, 2026
CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

July 25, 2026
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

July 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT