ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Assam Assembly Budget Session : হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অন্তিমখন বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ

নিউজ ডেস্কঃ

News Desk by News Desk
February 17, 2026
Reading Time: 1 min read
A A
0
Assam Assembly Budget Session : হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অন্তিমখন বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

সোমবাৰৰ পৰা আৰম্ভ হোৱা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অন্তিমখন বাজেট অধিৱেশন (Final budget session)ৰ দ্বিতীয়দিনা বিত্তমন্ত্ৰী অজন্তা নেওগে (Finance Minister Ajanta Neog) দাখিল কৰে অন্তিম বাজেট। অৱশ্যে এইখন পূৰ্ণাংগ বাজেট নহয়। অসম চৰকাৰে (Assam Govt.) ২০২৬-২৭ বিত্তীয় বৰ্ষৰ চাৰি মাহৰ বাবে ৬২,২৯৪.৭৮ কোটি টকাৰ লেখানুদান দাখিল কৰে।

কি কি আছে এই বাজেটত :-

লেখানুদান দাখিল কৰি বিধানসভাৰ মজিয়াত বিত্তমন্ত্ৰী অজন্তা নেওগে তলৰ তথ্যসমূহ দাঙি ধৰে :

  • ২০২০-২১ বৰ্ষত ৰাজ্যত জনমূৰি আয় আছিল ৮৬,৯৪৭ টকা
  • ২০২৫-২৬ বৰ্ষত জনমূৰি আয় ১,৮৫,৪২৯ টকা
  • পাঁচ বছৰত জনমূৰি আয় বৃদ্ধি ১১৩ শতাংশ
  • ২০২৮ চনৰ ভিতৰত অসম ১০ লাখ কোটি টকাৰ অৰ্থনীতিত পৰিণত হ’ব
  • ২০১৫-১৬ বর্ষৰ পৰা মূলধনী ব্যয় ৮ গুণ বৃদ্ধি
  • ২০১৯-২০ বৰ্ষৰ পৰা ২০২৪-২৫ বৰ্ষলৈ জি এছ ডি পিত বৃদ্ধি ৪৫ শতাংশ
  • অসমৰ অৰ্থনৈতিক জৰীপত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে ১৬.৯৩ শতাংশ বিকাশৰ হাৰ প্ৰক্ষেপ
  • ৰাজ্যিক ঘৰুৱা উৎপাদন ৮,৭১,৪৫১ কোটিৰ পূৰ্বানুমান
budget | ASSAM TIMES POST
হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অন্তিমখন বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ
  • অসম মালাৰ অধীনত ৭৬৭ কিলোমিটাৰ পথ, ৩৫৬ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ
  • ধ্বজাবাহী আঁচনিৰ অধীনত ৪,১৭৬ কিলোমিটাৰ পথ সম্পূর্ণ, ৬,৯১৭ কিলোমিটাৰ নির্মীয়মাণ অৱস্থাত
  • ২০২১ চনৰ পৰা বৰ্তমানলৈ ২১,৭০০ কিলোমিটাৰ পথ, ১,৩৩৯ খন দলং নির্মাণ
  • ব্ৰহ্মপুত্ৰৰ ওপৰত ৮ খন দলং নির্মাণ সম্পূর্ণ, ৪ খন নিৰ্মীয়মাণ অৱস্থাত
  • অসম দর্শন আঁচনিত ১,১৩২.৯৩ কোটি টকা মুকলি
  • নিযুত বাবু আঁচনিত ১০০০-২০০০ টকা দিয়া হ’ব
  • প্ৰধানমন্ত্ৰীৰ সূৰ্য ঘৰ আঁচনিত ৪৫ হাজাৰ ৰাজসাহায্য
  • প্ৰধানমন্ত্রী আৱাস যোজনা আঁচনিত ৫ বছৰত ১৭,০৭,৯৮৭ গৃহ নিৰ্মাণ
  • লাখপতি বাইদেউলৈ দ্বিতীয় পৰ্যায়ত ২৫ হাজাৰ প্ৰদানৰ ঘোষণা
  • গুৱাহাটী, জাগীৰোড, পলাশবাৰীলৈ গঠন হ’ব দ্বৈত মহানগৰী
  • বিমানবন্দৰৰ পৰা জাগীৰোডলৈ এলিভেটেড কৰিড’ৰৰ পৰিকল্পনা
  • গুৱাহাটী-ডিব্ৰুগড়ৰ মাজত এক্সপ্ৰেছ কৰিড’ৰৰ পৰিকল্পনা
  • গুৰুদক্ষিণা আঁচনিৰ জৰিয়তে অপ্ৰাদেশীকৃত শিক্ষক আৰু টিউটৰলৈ এককালীন সাহায্য
  • শিক্ষকৰ চাকৰি প্ৰাদেশিকীকৰণৰ বাবে প’ৰ্টেল
  • মাৰ্চ মাহৰ পৰা চাহ বাগানৰ শ্ৰমিকক ভূমিপট্টা প্ৰদান
  • ৩.৫০ লাখ চাহ শ্ৰমিকৰ পৰিয়াললৈ ভূমিৰ অধিকাৰ
  • ৰাজ্যত ৫টা নতুন বিমানবন্দৰ স্থাপনৰ পৰিকল্পনা
  • নগাঁও, ডিফু, উমৰাংছ’, মাজুলী আৰু মানাহত হ’ব বিমানবন্দৰ
  • ২৫০ টকাৰ পৰা ৪০০ টকালৈ বৃদ্ধি বৃদ্ধ পেঞ্চন
  • ৩০০ টকাৰ পৰা ১২৫০ টকালৈ বৃদ্ধি বিধৱা পেঞ্চন
  • ১৫০০ টকাৰ পৰা ২০০০ টকালৈ ৰান্ধনিৰ দৰমহা বৃদ্ধি
  • ৬৫০০ টকাৰ পৰা ৮০০০ টকালৈ বৃদ্ধি অংগনবাড়ী কৰ্মীৰ দৰমহা
Tags: AssamAssemblyBudget
Share4Tweet3Send

Related Posts

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

by Staff Reporter
July 22, 2026
50
Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours
Assam

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

by Staff Reporter
July 21, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
Assam

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

by Staff Reporter
July 19, 2026
50
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

by News Desk
July 18, 2026
50
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

by News Desk
July 17, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
ADVERTISEMENT
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

July 22, 2026
50
Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ
National-International

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

July 21, 2026
50
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ
National-International

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

July 22, 2026
Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

July 21, 2026
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

July 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx