ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

France India deals : ভাৰতক মহাকাশ প্ৰযুক্তি বিক্ৰী কৰিব ফ্ৰান্সে, মোদী-মেক্ৰনৰ বৈঠকৰ প্ৰাকক্ষণত ঘোষণা

নিউজ ডেস্কঃ

News Desk by News Desk
February 17, 2026
Reading Time: 1 min read
A A
0
France India deals : ভাৰতক মহাকাশ প্ৰযুক্তি বিক্ৰী কৰিব ফ্ৰান্সে, মোদী-মেক্ৰনৰ বৈঠকৰ প্ৰাকক্ষণত ঘোষণা

RELATED POSTS

Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ

ISRO : ইছৰোৰ ব্যক্তিগতকৰণ নহয়, কৰ্মচাৰীৰ উদ্বেগ আৰু বিতৰ্কৰ মাজতে স্পষ্ট কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই

Kashmir encounter : কাশ্মীৰত নিৰাপত্তা বাহিনীৰ অভিযানত নিহত লস্কৰ কমাণ্ডাৰ কমান্ডাৰ ইয়াচিৰ

New Logo Smal 1 | ASSAM TIMES POST

ফ্ৰান্সে (France) ভাৰতক মহাকাশ প্ৰযুক্তি বিক্ৰী (Selling space technology to India) কৰিব। ভাৰতীয় তিনিটা কোম্পানীৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে ফ্ৰান্সৰ কোম্পানীটোৱে। এই কথা প্ৰকাশ কৰিছে সংবাদ সংস্থা ৰয়টাৰে। মঙলবাৰে বিয়লি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ পূৰ্বে এই চুক্তিৰ খবৰটোপোহৰলৈ আহে। ফ্ৰান্সৰ কোম্পানী এক্স’ট্ৰেইলে ভাৰতীয় তিনিটা কোম্পানী ধ্ৰুৱ স্পেচ, পিক্সেল আৰু এক্সডিলিংকছ লেবছৰ সৈতে চুক্তিবদ্ধ হৈছে। মঙলবাৰে বিয়লি এক্স’ট্ৰেইলে এই চুক্তিৰ কথা ঘোষণা কৰে।

এক্স’ট্ৰেইলে মূলতঃ বিভিন্ন মহাকাশ প্ৰযুক্তি বিকশিত কৰে। জানিব পৰা মতে, তেওঁলোকে তিনিটা ভাৰতীয় কোম্পানীক ‘প্ৰপালচন ছিষ্টেম’ বিক্ৰী কৰিব। প্ৰযুক্তি ক্ৰয়ৰ বাবে যি ধনৰ বাবে এই চুক্তি কৰা হৈছে, সেই ধন বৰ্তমান ৰাজহুৱা কৰা হোৱা নাই। এক্স’ট্ৰেইলে (Exotrail) চুক্তি স্বাক্ষৰ কৰা ভাৰতীয় তিনিওটা কোম্পানী মহাকাশ প্ৰযুক্তিৰ সৈতে জড়িত। ধ্ৰুৱ মহাকাশে কৃত্ৰিম উপগ্ৰহ নিৰ্মাণ কৰে। পিক্সেলে মহাকাশ প্ৰযুক্তিৰ বাবে বিভিন্ন আন্তঃগাঁথনি নিৰ্মাণ কৰে। এক্সডিলিংকছ লেবে সৰু উপগ্ৰহৰ ডিজাইনো কৰে।

fr | ASSAM TIMES POST
ভাৰতক মহাকাশ প্ৰযুক্তি বিক্ৰী কৰিব ফ্ৰান্সে, মোদী-মেক্ৰনৰ বৈঠকৰ প্ৰাকক্ষণত ঘোষণা

ইতিমধ্যে ভাৰতে ফ্ৰান্সৰ সৈতে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত বাণিজ্যিক সম্পৰ্ক স্থাপন কৰিছে। ফ্ৰান্সৰ পৰা ক্ৰয় কৰা হৈছে ৰাফেল যুদ্ধ বিমান। নতুন দিল্লীয়ে দেশখনৰ পৰা আৰু অধিক ৰাফেল ক্ৰয় কৰিবলৈ আগ্ৰহী। যোৱা সপ্তাহত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনস্থ এখন বিশেষ সমিতিয়ে এই সন্দৰ্ভত চুক্তিৰ সেউজ সংকেত দিছিল। মেক্ৰনৰ ভাৰত ভ্ৰমণৰ সময়ত ৰাফেল চুক্তিত আৰু অধিক অগ্ৰগতি হ’ব নেকি সেই লৈ কৌতুহলৰ সৃষ্টি হৈছে। ইয়াৰ মাজতে ভাৰতীয় আৰু ফ্ৰান্সৰ কোম্পানীসমূহেও মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত চুক্তিত উপনীত হৈছে।

এই সন্দৰ্ভত ইতিমধ্যে বাংগালুৰুস্থিত মহাকাশ প্ৰযুক্তি কোম্পানী পিক্সেলে এক বিবৃতি প্ৰকাশ কৰিছে। তেওঁলোকে কয় যে এই চুক্তিৰ অধীনত এক্স’ট্ৰেইলৰ প্ৰপালচন ছিষ্টেম পিক্সেলৰ কৃত্ৰিম উপগ্ৰহত ব্যৱহাৰ কৰা হ’ব। ২০২৭ চনৰ ভিতৰত পিক্সেলে এইবোৰ লাভ কৰাৰ সম্ভাৱনা আছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: FranceIndiadeals
Share4Tweet3Send

Related Posts

Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ
National-International

by News Desk
September 7, 2026
50
ISRO : ইছৰোৰ ব্যক্তিগতকৰণ নহয়, কৰ্মচাৰীৰ উদ্বেগ আৰু বিতৰ্কৰ মাজতে স্পষ্ট কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই
National-International

ISRO : ইছৰোৰ ব্যক্তিগতকৰণ নহয়, কৰ্মচাৰীৰ উদ্বেগ আৰু বিতৰ্কৰ মাজতে স্পষ্ট কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই

by News Desk
September 7, 2026
50
Kashmir encounter : কাশ্মীৰত নিৰাপত্তা বাহিনীৰ অভিযানত নিহত লস্কৰ কমাণ্ডাৰ কমান্ডাৰ ইয়াচিৰ
National-International

Kashmir encounter : কাশ্মীৰত নিৰাপত্তা বাহিনীৰ অভিযানত নিহত লস্কৰ কমাণ্ডাৰ কমান্ডাৰ ইয়াচিৰ

by News Desk
September 5, 2026
51
Keralam tragic accident : মৰ্মান্তিক! পথ দুৰ্ঘটনাত মৃত্যু ৮ অভিযান্ত্ৰিকৰ ছাত্ৰৰ
National-International

Keralam tragic accident : মৰ্মান্তিক! পথ দুৰ্ঘটনাত মৃত্যু ৮ অভিযান্ত্ৰিকৰ ছাত্ৰৰ

by News Desk
September 5, 2026
51
Nepal flood : নেপালত পুনৰ বানৰ আশংকা, এইবাৰ ভূমিস্খলনৰ ফলত প্ৰায় বন্ধ চাউলানী নদীৰ গতিপথ
National-International

Nepal flood : নেপালত পুনৰ বানৰ আশংকা, এইবাৰ ভূমিস্খলনৰ ফলত প্ৰায় বন্ধ চাউলানী নদীৰ গতিপথ

by News Desk
September 5, 2026
54
Nepal floods : নেপালত আৰু ৩ ভাৰতীয়ক উদ্ধাৰ, এতিয়ালৈকে ১৬৯ জনক উদ্ধাৰ
National-International

Nepal floods : নেপালত আৰু ৩ ভাৰতীয়ক উদ্ধাৰ, এতিয়ালৈকে ১৬৯ জনক উদ্ধাৰ

by News Desk
September 5, 2026
54
ADVERTISEMENT
বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ভয়ংকৰ ঘটনা  : মাতৃৰ চিকিৎসা কৰাবলৈ আহি চিকিৎসালয়তে প্ৰাণ হেৰুৱালে পুত্ৰই
Guwahati

বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ভয়ংকৰ ঘটনা : মাতৃৰ চিকিৎসা কৰাবলৈ আহি চিকিৎসালয়তে প্ৰাণ হেৰুৱালে পুত্ৰই

September 7, 2026
50
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি
Guwahati

বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি

September 7, 2026
50
Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ
National-International

Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ

September 7, 2026
50
ISRO : ইছৰোৰ ব্যক্তিগতকৰণ নহয়, কৰ্মচাৰীৰ উদ্বেগ আৰু বিতৰ্কৰ মাজতে স্পষ্ট কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই
National-International

ISRO : ইছৰোৰ ব্যক্তিগতকৰণ নহয়, কৰ্মচাৰীৰ উদ্বেগ আৰু বিতৰ্কৰ মাজতে স্পষ্ট কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই

September 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ভয়ংকৰ ঘটনা  : মাতৃৰ চিকিৎসা কৰাবলৈ আহি চিকিৎসালয়তে প্ৰাণ হেৰুৱালে পুত্ৰই

বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ভয়ংকৰ ঘটনা : মাতৃৰ চিকিৎসা কৰাবলৈ আহি চিকিৎসালয়তে প্ৰাণ হেৰুৱালে পুত্ৰই

September 7, 2026
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি

বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি

September 7, 2026
Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ

Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ

September 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d