ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Bangladesh Election 2026 । বাংলাদেশত সুকলমে চলি আছে সাধাৰণ নিৰ্বাচন, পুৱাৰে পৰা ভোটকেন্দ্ৰৰ বাহিৰত ভোটাৰৰ শাৰী

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
February 12, 2026
Reading Time: 1 min read
A A
0
Bangladesh Election 2026 । বাংলাদেশত সুকলমে চলি আছে সাধাৰণ নিৰ্বাচন, পুৱাৰে পৰা ভোটকেন্দ্ৰৰ বাহিৰত ভোটাৰৰ শাৰী

Oplus_131072

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Delhi Student harrased I দিল্লীত পুনৰ উত্তৰ-পূৰ্বাঞ্চলৰ দুগৰাকী যুৱতীক হাৰাশাস্তি

PM Modi I এইবাৰ অনলাইন শ্ৰেণী আৰম্ভ কৰাৰ বাবে বিদ্যালয়সমূহলৈ প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ বাৰ্তা

India fuel crisis I দেশত পৰ্যাপ্ত পৰিমাণৰ ইন্ধন মজুত আছে, মোদীৰ সংযমী হোৱাৰ বাৰ্তাৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা

বাংলাদেশত বৃহস্পতিবাৰে পুৱা ৭.৩০ বজাৰ পৰা (বাংলাদেশৰ স্থানীয় সময় অনুসৰি) আৰম্ভ হৈছে দেশখনৰ সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ (Bangladesh Election) । সন্ধিয়া ৪.৩০ বজালৈকে চলিব ভোটগ্ৰহণ। বৰ্তমানলৈকে সাধাৰণ নিৰ্বাচনক লৈ কোনো বিশেষ অশান্তিকৰ পৰিস্থিতিৰ খবৰ পোৱা হোৱা নাই।

Bangladesh Election 2026 ।
বাংলাদেশত সুকলমে চলি আছে সাধাৰণ নিৰ্বাচন:

অৱশ্যে ছিৰাজগঞ্জৰ ৰায়গঞ্জ উপজিলাত নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ বাবে চাৰিজন লোকক ৫০ হাজাৰ টকাকৈ জৰিমনা বিহা হৈছে বুলি বাংলাদেশৰ সংবাদপত্ৰ প্ৰথম আলোৱে প্ৰকাশ কৰিছে। তাত থকা এটা ভোটকেন্দ্ৰৰ প্ৰিজাইডিং অফিচাৰকো আঁতৰাই দিয়া হৈছে।

পুৱাৰে পৰা বাংলাদেশৰ বিভিন্ন ভোটকেন্দ্ৰৰ বাহিৰত ভোটাৰৰ দীঘলীয়া শাৰী দেখা গৈছে। ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ নেতাই ভোটদান কৰিছে। নেচনেল চিটিজেনছ পাৰ্টীৰ আহ্বায়ক নাহিদ ইছলামে ঢাকাৰ বেৰাইদ অঞ্চলৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰে। তেওঁ ঢাকা-১১ সমষ্টিৰ প্ৰাৰ্থী।

ঠাকুৰগাঁৱৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰে বিএনপিৰ সচিব প্ৰধান মিৰ্জা ফখৰুল ইছলাম আলমগীৰে। তেওঁ ঠাকুৰগাঁও-১ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। বাংলাদেশ জামাত-ই-ইছলামী (বাংলাদেশত ‘জামাত’ নামেৰে পৰিচিত)ৰ মুৰব্বী ছফিকুৰ ৰহমানেও ঢাকাৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰে।

বাংলাদেশৰ ৰাষ্ট্ৰীয় সংসদৰ ৩০০ খন আসনৰ ভিতৰত ২৯৯ খন আসনত ভোটগ্ৰহণ চলি আছে। এজন প্ৰাৰ্থীৰ মৃত্যুৰ বাবে শ্বেৰপুৰ-৩ত ভোটগ্ৰহণ স্থগিত ৰখা হৈছে। একে সময়তে বাংলাদেশত জুলাই চনদ সন্দৰ্ভত গণভোট অনুষ্ঠিত হৈছে।

যোৱা নৱেম্বৰ মাহত মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰে জাৰি কৰা এক অধ্যাদেশ অনুসৰি চাৰিটা বিষয়ৰ ওপৰত এটা প্ৰশ্নৰ ভিত্তিত গণভোট অনুষ্ঠিত কৰা হৈছে। গণভোটৰ বেলট ৰাষ্ট্ৰীয় নিৰ্বাচনৰ বেলটৰ পৰা ৰং পৃথক কৰা হৈছে।

জুলাই চনদ কাৰ্যকৰী কৰাত ভোটাৰে সমৰ্থন কৰে নেকি সেই প্ৰশ্নত ভোটাৰে ‘হয়’ বা ‘নহয়’ ভোট দিব। উল্লেখ্য যে আৱামী লীগৰ নেত্ৰী শ্বেখ হাছিনাৰ বিদায় আৰু বি এন পি নেত্ৰী বেগম খালেদা জিয়াৰ মৃত্যুৰ পিছত বাংলাদেশত এয়া প্ৰথম নিৰ্বাচন।

বাংলাদেশৰ মুঠ ৫০টা পঞ্জীয়নভুক্ত আৰু স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। প্ৰাৰ্থীৰ সংখ্যা হৈছে ২০২৮ গৰাকী। ইয়াৰে ৮৩ গৰাকী মহিলা। দলীয় টিকট অবিহনে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ২০ গৰাকী মহিলাই।

হাছিনাৰ দল আৱামী লীগ ‘নিষিদ্ধ’ আৰু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিয়া হোৱা নাই। ৰাষ্ট্ৰীয় নিৰ্বাচনৰ দৰেই গণভোটে প্ৰবাসী আৰু জ্যেষ্ঠ নাগৰিককে ধৰি চাৰিটা শ্ৰেণীৰ নাগৰিকৰ বাবেও ডাক বেলটৰ জৰিয়তে ভোটদানৰ সুযোগ প্ৰদান কৰে।

Tags: পুৱাৰে পৰা ভোটকেন্দ্ৰৰ বাহিৰত ভোটাৰৰ শাৰীবাংলাদেশত সুকলমে চলি আছেসাধাৰণ নিৰ্বাচন
Share4Tweet3Send

Related Posts

Minor Rape Case : পথৰ পৰা উঠাই নি নাবালিকাক দলবদ্ধ ধৰ্ষণ, ৮ অভিযুক্তৰ ৩ জনক গ্ৰেপ্তাৰ
National-International

Delhi Student harrased I দিল্লীত পুনৰ উত্তৰ-পূৰ্বাঞ্চলৰ দুগৰাকী যুৱতীক হাৰাশাস্তি

by Staff Reporter
May 12, 2026
50
PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ
National-International

PM Modi I এইবাৰ অনলাইন শ্ৰেণী আৰম্ভ কৰাৰ বাবে বিদ্যালয়সমূহলৈ প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ বাৰ্তা

by Staff Reporter
May 12, 2026
50
Fuel price review : ১৫ দিনৰ মূৰে মূৰে পুনৰীক্ষণ হ’ব পেট্ৰ’ল-ডিজেলৰ মূল্য, ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ
National-International

India fuel crisis I দেশত পৰ্যাপ্ত পৰিমাণৰ ইন্ধন মজুত আছে, মোদীৰ সংযমী হোৱাৰ বাৰ্তাৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা

by Staff Reporter
May 12, 2026
50
Chandranath murder case I শুভেন্দুৰ সহায়ক চন্দ্ৰনাথৰ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্বত চিবিআই
National-International

Chandranath murder case I শুভেন্দুৰ সহায়ক চন্দ্ৰনাথৰ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্বত চিবিআই

by Staff Reporter
May 12, 2026
50
Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে
National-International

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

by News Desk
May 11, 2026
50
CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক
National-International

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

by News Desk
May 11, 2026
50
ADVERTISEMENT
HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ
Assam

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

May 12, 2026
50
Minor Rape Case : পথৰ পৰা উঠাই নি নাবালিকাক দলবদ্ধ ধৰ্ষণ, ৮ অভিযুক্তৰ ৩ জনক গ্ৰেপ্তাৰ
National-International

Delhi Student harrased I দিল্লীত পুনৰ উত্তৰ-পূৰ্বাঞ্চলৰ দুগৰাকী যুৱতীক হাৰাশাস্তি

May 12, 2026
50
PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ
National-International

PM Modi I এইবাৰ অনলাইন শ্ৰেণী আৰম্ভ কৰাৰ বাবে বিদ্যালয়সমূহলৈ প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ বাৰ্তা

May 12, 2026
50
Fuel price review : ১৫ দিনৰ মূৰে মূৰে পুনৰীক্ষণ হ’ব পেট্ৰ’ল-ডিজেলৰ মূল্য, ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ
National-International

India fuel crisis I দেশত পৰ্যাপ্ত পৰিমাণৰ ইন্ধন মজুত আছে, মোদীৰ সংযমী হোৱাৰ বাৰ্তাৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা

May 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

May 12, 2026
Minor Rape Case : পথৰ পৰা উঠাই নি নাবালিকাক দলবদ্ধ ধৰ্ষণ, ৮ অভিযুক্তৰ ৩ জনক গ্ৰেপ্তাৰ

Delhi Student harrased I দিল্লীত পুনৰ উত্তৰ-পূৰ্বাঞ্চলৰ দুগৰাকী যুৱতীক হাৰাশাস্তি

May 12, 2026
PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ

PM Modi I এইবাৰ অনলাইন শ্ৰেণী আৰম্ভ কৰাৰ বাবে বিদ্যালয়সমূহলৈ প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ বাৰ্তা

May 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx