ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

PM Modi I এইবাৰ অনলাইন শ্ৰেণী আৰম্ভ কৰাৰ বাবে বিদ্যালয়সমূহলৈ প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ বাৰ্তা

Staff Reporter by Staff Reporter
May 12, 2026
Reading Time: 1 min read
A A
0
PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Delhi Student harrased I দিল্লীত পুনৰ উত্তৰ-পূৰ্বাঞ্চলৰ দুগৰাকী যুৱতীক হাৰাশাস্তি

India fuel crisis I দেশত পৰ্যাপ্ত পৰিমাণৰ ইন্ধন মজুত আছে, মোদীৰ সংযমী হোৱাৰ বাৰ্তাৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা

Chandranath murder case I শুভেন্দুৰ সহায়ক চন্দ্ৰনাথৰ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্বত চিবিআই

সমগ্ৰ পশ্চিম এছিয়াত চলি থকা উত্তেজনাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Modi) পুনৰ দেশবাসীক শক্তিৰ ব্যয় হ্ৰাস কৰিবলৈ আহ্বান জনাইছে। সোমবাৰে তেওঁ নাগৰিকসকলৰ আগত কয় যে কোভিড মহামাৰীৰ সময়ত প্ৰৱৰ্তন কৰা অনলাইন ক্লাছ আৰু প্ৰয়োজন হ’লে ‘ৱৰ্ক ফ্ৰম হোম’ পুনৰ কৰিব পৰা যাব।

PM Modi I
এইবাৰ অনলাইন শ্ৰেণী আৰম্ভ কৰাৰ বাবে বিদ্যালয়সমূহলৈ প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ বাৰ্তা:

গুজৰাটৰ বদোদৰাত চৰ্দাৰ ধাম হোষ্টেল উদ্বোধন অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয়, “কিছুমান বিদ্যালয়ে হয়তো অনলাইন ক্লাছৰ ব্যৱস্থাৰ কথা ভাবিব পাৰে।” তেওঁৰ মতে, প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰিলে শক্তি ৰাহি কৰা সম্ভৱ হ’ব আৰু দেশৰ ওপৰত অতিৰিক্ত চাপ হ্ৰাস কৰা হ’ব।

কোভিড মহামাৰীৰ সময়ত লকডাউনৰ বাবে সমগ্ৰ দেশতে অনলাইন ক্লাছ হৈছিল। সেই অভিজ্ঞতাৰ কথা উল্লেখ কৰি মোদীয়ে কয় যে বৰ্তমানৰ আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিতো ভাৰ্চুৱেল পদ্ধতিৰ ব্যৱহাৰ বৃদ্ধি কৰাটো গুৰুত্বপূৰ্ণ। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে কৰ্মচাৰীসকলৰ বাবে ‘ঘৰৰ পৰা কাম কৰা’ৰ পৰামৰ্শ দিছিল। এইবাৰ চৰকাৰী আৰু ব্যক্তিগত খণ্ডত ভাৰ্চুৱেল মিটিং আৰু ঘৰৰ পৰাই কামত অধিক গুৰুত্ব দিবলৈ আহ্বান জনায়।

তেলেংগানাৰ পৰা দেশবাসীৰ ওচৰত প্ৰথমবাৰৰ বাবে আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ সম্পদৰ ওপৰত থকা চাপ কমাবলৈ সকলো নাগৰিকে দায়িত্ব ল’ব লাগিব। পিছত বদোদৰাত তেওঁ একেটা বাৰ্তা পুনৰাবৃত্তি কৰি কয়, “কোভিড-১৯ মহামাৰী, বিশ্ব অৰ্থনৈতিক অনিশ্চয়তা আৰু পশ্চিম এছিয়াৰ সংকটকে ধৰি এই অস্থিৰতাৰ সময়ত ভাৰত বিচ্ছিন্ন হৈ থাকিব নোৱাৰে।”

তেওঁ লগতে কয়, “বিদেশৰ পৰা বহু সামগ্ৰী আমদানি কৰিবলৈ ভাৰতে বিপুল পৰিমাণৰ বৈদেশিক মুদ্ৰা ব্যয় কৰিবলগীয়া হয়। ইয়াৰ সমান্তৰালকৈ আমদানিকৃত সামগ্ৰীৰ মূল্যও বৃদ্ধি পোৱাৰ লগতে সমগ্ৰ বিশ্বতে যোগান শৃংখলতো ব্যাঘাত জন্মিছে। গতিকে সৰু ডাঙৰ প্ৰতিটো প্ৰচেষ্টাই গুৰুত্বপূৰ্ণ।”

পশ্চিম এছিয়াৰ সংকটক বিগত দশকৰ অন্যতম ডাঙৰ প্ৰত্যাহ্বান বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে আশ্বাস দিয়ে, “আমি যিদৰে কোভিড মহামাৰীক জয় কৰিলো, আমি এই পৰিস্থিতিৰ সৈতেও মোকাবিলা কৰিবলৈ সক্ষম হ’ম।”

Tags: এইবাৰ অনলাইন শ্ৰেণী আৰম্ভ কৰাৰবাবে বিদ্যালয়সমূহলৈ প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ বাৰ্তা
Share4Tweet3Send

Related Posts

Minor Rape Case : পথৰ পৰা উঠাই নি নাবালিকাক দলবদ্ধ ধৰ্ষণ, ৮ অভিযুক্তৰ ৩ জনক গ্ৰেপ্তাৰ
National-International

Delhi Student harrased I দিল্লীত পুনৰ উত্তৰ-পূৰ্বাঞ্চলৰ দুগৰাকী যুৱতীক হাৰাশাস্তি

by Staff Reporter
May 12, 2026
50
Fuel price review : ১৫ দিনৰ মূৰে মূৰে পুনৰীক্ষণ হ’ব পেট্ৰ’ল-ডিজেলৰ মূল্য, ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ
National-International

India fuel crisis I দেশত পৰ্যাপ্ত পৰিমাণৰ ইন্ধন মজুত আছে, মোদীৰ সংযমী হোৱাৰ বাৰ্তাৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা

by Staff Reporter
May 12, 2026
50
Chandranath murder case I শুভেন্দুৰ সহায়ক চন্দ্ৰনাথৰ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্বত চিবিআই
National-International

Chandranath murder case I শুভেন্দুৰ সহায়ক চন্দ্ৰনাথৰ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্বত চিবিআই

by Staff Reporter
May 12, 2026
50
Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে
National-International

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

by News Desk
May 11, 2026
50
CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক
National-International

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

by News Desk
May 11, 2026
50
CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল
National-International

CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল

by News Desk
May 11, 2026
50
ADVERTISEMENT
HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ
Assam

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

May 12, 2026
50
Minor Rape Case : পথৰ পৰা উঠাই নি নাবালিকাক দলবদ্ধ ধৰ্ষণ, ৮ অভিযুক্তৰ ৩ জনক গ্ৰেপ্তাৰ
National-International

Delhi Student harrased I দিল্লীত পুনৰ উত্তৰ-পূৰ্বাঞ্চলৰ দুগৰাকী যুৱতীক হাৰাশাস্তি

May 12, 2026
50
PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ
National-International

PM Modi I এইবাৰ অনলাইন শ্ৰেণী আৰম্ভ কৰাৰ বাবে বিদ্যালয়সমূহলৈ প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ বাৰ্তা

May 12, 2026
50
Fuel price review : ১৫ দিনৰ মূৰে মূৰে পুনৰীক্ষণ হ’ব পেট্ৰ’ল-ডিজেলৰ মূল্য, ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ
National-International

India fuel crisis I দেশত পৰ্যাপ্ত পৰিমাণৰ ইন্ধন মজুত আছে, মোদীৰ সংযমী হোৱাৰ বাৰ্তাৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা

May 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

May 12, 2026
Minor Rape Case : পথৰ পৰা উঠাই নি নাবালিকাক দলবদ্ধ ধৰ্ষণ, ৮ অভিযুক্তৰ ৩ জনক গ্ৰেপ্তাৰ

Delhi Student harrased I দিল্লীত পুনৰ উত্তৰ-পূৰ্বাঞ্চলৰ দুগৰাকী যুৱতীক হাৰাশাস্তি

May 12, 2026
PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ

PM Modi I এইবাৰ অনলাইন শ্ৰেণী আৰম্ভ কৰাৰ বাবে বিদ্যালয়সমূহলৈ প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ বাৰ্তা

May 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx