ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Indian Army : পোখৰাণত নিজৰ শক্তি প্ৰদৰ্শন কৰিব ভাৰতীয় যুদ্ধ বিমানে

নিউজ ডেস্কঃ

News Desk by News Desk
February 11, 2026
Reading Time: 1 min read
A A
0
Indian Army : পোখৰাণত নিজৰ শক্তি প্ৰদৰ্শন কৰিব ভাৰতীয় যুদ্ধ বিমানে

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Delhi Student harrased I দিল্লীত পুনৰ উত্তৰ-পূৰ্বাঞ্চলৰ দুগৰাকী যুৱতীক হাৰাশাস্তি

PM Modi I এইবাৰ অনলাইন শ্ৰেণী আৰম্ভ কৰাৰ বাবে বিদ্যালয়সমূহলৈ প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ বাৰ্তা

India fuel crisis I দেশত পৰ্যাপ্ত পৰিমাণৰ ইন্ধন মজুত আছে, মোদীৰ সংযমী হোৱাৰ বাৰ্তাৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা

অপাৰেচন সিন্দুৰত ভাৰতৰ সফলতাৰ ওপৰত আলোকপাত কৰা হ’ব বায়ুসেনাৰ অনুশীলনত। অহা ২৭ ফেব্ৰুৱাৰীত ৰাজস্থানৰ পোখৰাণ (Pokhran, Rajasthan)ত আয়োজন কৰা হ’ব ‘এক্সাৰচাইজ বায়ুশক্তি’।এই অনুশীলনত বায়ুসেনাৰ ৰাফেল, সুখয়-৩০, মিগ-২৯, তেজছৰ দৰে যুদ্ধ বিমান জড়িত থাকিব।

যোৱা বছৰ অপাৰেচন সিন্দুৰৰ সময়ত ভাৰতীয় বায়ুসেনা (Indian Air Force)ৰ ভূমিকা আছিল অনবদ্য। চাৰিদিনীয়া সংঘাতৰ অন্তত ভাৰতীয় বায়ুসেনাই আকাশৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰে। উক্ত হেঁচাতে পাকিস্তানে যুদ্ধবিৰতিৰ প্ৰস্তাৱ আগবঢ়াইছিল। শেহতীয়াকৈ ছুইজাৰলেণ্ডৰ এটা সামৰিক গৱেষণা প্ৰতিষ্ঠানে এই কথা দাবী কৰিছে। এইবাৰ ভাৰতীয় বায়ুসেনাই এই অনুশীলনত দেখুৱাব যে কেনেদৰে অপাৰেচন সিন্দুৰৰ সময়ত ভাৰতীয় যুদ্ধ বিমানে সফলতা অৰ্জন কৰিছিল।

p1 | ASSAM TIMES POST
পোখৰাণত নিজৰ শক্তি প্ৰদৰ্শন কৰিব ভাৰতীয় যুদ্ধ বিমানে

এইবাৰৰ গণৰাজ্য দিৱসত দিল্লীৰ পেৰেডৰ সময়ত ‘সিন্দুৰ’ অভিযানৰ দৰে পৰ্যায়ৰ প্ৰভাৱ দেখা গৈছিল। সিন্দুৰ অভিযানত যিদৰে যুদ্ধ বিমান ব্যৱহাৰ কৰা হৈছিল, ঠিক সেইদৰে যুদ্ধৰ সামগ্ৰীৰে সজাই তোলা হৈছিল। গণৰাজ্য দিৱসত ৰাফেল আৰু মিগকে ধৰি মুঠ সাতখন যুদ্ধ বিমান সজাই তোলা হৈছিল। কৰ্তব্য পথত পেৰেডৰ সময়ত দুখন ৰাফেল, দুখন মিগ-২৯, দুখন চুখই-৩০ আৰু এখন জাগুৱাৰ যুঁজাৰু বিমানে আকাশেৰে উৰি যায়।

বিগত বৰ্ষৰ এপ্ৰিল মাহত জম্মু-কাশ্মীৰৰ পহেলগামত সন্ত্ৰাসবাদীয়ে হত্যাকাণ্ড সংঘটিত কৰিছিল। উক্ত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত নিৰ্দিষ্ট কিছুমান সন্ত্ৰাসবাদী শিবিৰৰ বিৰুদ্ধে প্ৰতিশোধ লয়। বিগত বৰ্ষৰ ৭ মে’ৰ পুৱা ভাৰতীয় বায়ুসেনাই পাকিস্তানী সন্ত্ৰাসবাদী দুটা সংগঠন জয়ছ-ই-মহম্মদ আৰু লস্কৰ-ই-তৈবাৰ কেইবাটাও ঘাটিত আক্ৰমণ চলাইছিল। ভাৰতে বাহাৱালপুৰ আৰু মুৰিদকেত দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰৰে অব্যৰ্থ আক্ৰমণ চলায়। চাৰিদিনীয়া সামৰিক সংঘৰ্ষৰ অন্তত পাকিস্তানে যুদ্ধবিৰতিৰ প্ৰস্তাৱ আগবঢ়ায়।

Tags: Pokhran
Share4Tweet3Send

Related Posts

Minor Rape Case : পথৰ পৰা উঠাই নি নাবালিকাক দলবদ্ধ ধৰ্ষণ, ৮ অভিযুক্তৰ ৩ জনক গ্ৰেপ্তাৰ
National-International

Delhi Student harrased I দিল্লীত পুনৰ উত্তৰ-পূৰ্বাঞ্চলৰ দুগৰাকী যুৱতীক হাৰাশাস্তি

by Staff Reporter
May 12, 2026
50
PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ
National-International

PM Modi I এইবাৰ অনলাইন শ্ৰেণী আৰম্ভ কৰাৰ বাবে বিদ্যালয়সমূহলৈ প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ বাৰ্তা

by Staff Reporter
May 12, 2026
50
Fuel price review : ১৫ দিনৰ মূৰে মূৰে পুনৰীক্ষণ হ’ব পেট্ৰ’ল-ডিজেলৰ মূল্য, ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ
National-International

India fuel crisis I দেশত পৰ্যাপ্ত পৰিমাণৰ ইন্ধন মজুত আছে, মোদীৰ সংযমী হোৱাৰ বাৰ্তাৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা

by Staff Reporter
May 12, 2026
50
Chandranath murder case I শুভেন্দুৰ সহায়ক চন্দ্ৰনাথৰ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্বত চিবিআই
National-International

Chandranath murder case I শুভেন্দুৰ সহায়ক চন্দ্ৰনাথৰ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্বত চিবিআই

by Staff Reporter
May 12, 2026
50
Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে
National-International

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

by News Desk
May 11, 2026
50
CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক
National-International

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

by News Desk
May 11, 2026
50
ADVERTISEMENT
HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ
Assam

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

May 12, 2026
50
Minor Rape Case : পথৰ পৰা উঠাই নি নাবালিকাক দলবদ্ধ ধৰ্ষণ, ৮ অভিযুক্তৰ ৩ জনক গ্ৰেপ্তাৰ
National-International

Delhi Student harrased I দিল্লীত পুনৰ উত্তৰ-পূৰ্বাঞ্চলৰ দুগৰাকী যুৱতীক হাৰাশাস্তি

May 12, 2026
50
PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ
National-International

PM Modi I এইবাৰ অনলাইন শ্ৰেণী আৰম্ভ কৰাৰ বাবে বিদ্যালয়সমূহলৈ প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ বাৰ্তা

May 12, 2026
50
Fuel price review : ১৫ দিনৰ মূৰে মূৰে পুনৰীক্ষণ হ’ব পেট্ৰ’ল-ডিজেলৰ মূল্য, ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ
National-International

India fuel crisis I দেশত পৰ্যাপ্ত পৰিমাণৰ ইন্ধন মজুত আছে, মোদীৰ সংযমী হোৱাৰ বাৰ্তাৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা

May 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

May 12, 2026
Minor Rape Case : পথৰ পৰা উঠাই নি নাবালিকাক দলবদ্ধ ধৰ্ষণ, ৮ অভিযুক্তৰ ৩ জনক গ্ৰেপ্তাৰ

Delhi Student harrased I দিল্লীত পুনৰ উত্তৰ-পূৰ্বাঞ্চলৰ দুগৰাকী যুৱতীক হাৰাশাস্তি

May 12, 2026
PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ

PM Modi I এইবাৰ অনলাইন শ্ৰেণী আৰম্ভ কৰাৰ বাবে বিদ্যালয়সমূহলৈ প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ বাৰ্তা

May 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx