ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কমাৰগাঁও মহাবিদ্যালয়ত কেৰিয়াৰ কাউন্সেলিঙৰ অনুষ্ঠানঃ

Staff Reporter by Staff Reporter
February 18, 2020
Reading Time: 1 min read
A A
0
কমাৰগাঁও মহাবিদ্যালয়ত কেৰিয়াৰ কাউন্সেলিঙৰ অনুষ্ঠানঃ

0 1 e1574345654996 2 | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Asssam Election Result : বোকাখাত ১০৫ নং বিধানসভা সমষ্টিৰ পৰা ৬০,৫৩৭ ভোটৰ ব্যৱধানত তৃতীয় বাৰৰ বাবে নিৰ্বাচিত অতুল বৰা

Himanta Biswa Sarma : একেৰাহে ষষ্ঠবাৰ জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ, দিছপুৰত জয়ী হ’ল প্ৰদ্যুৎ বৰদলৈ

Assam Election 2026 : এতিয়ালৈকে জয়লাভ কৰা প্ৰাৰ্থীসকল

অজন্তা তালুকদাৰ, বোকাখাত, ১৮ ফেব্ৰুৱাৰীঃ বোকাখাতৰ কমাৰগাঁও মহাবিদ্যালয়ৰ কেৰিয়াৰ পৰামৰ্শ আৰু তত্ববধায়ক কোষৰ উদ্যোগত আৰু মহাবিদ্যালয়ৰ আভ্যন্তৰিণ মান নিশ্চিতকৰণ কোষ (IQAC ) ৰ সহযোগত আজি স্নাতক পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্ৰী সকলৰ কেৰিয়াৰ তথা ভৱিষ্যতৰ জীৱিকা আৰ্জনৰ উপায় শীৰ্ষক এক কৰ্মশালা অনুষ্ঠিত হয় ৷ অসমৰ প্ৰতিষ্ঠিত “কেৰিয়াৰ গুৰু“ তথা তেজপুৰস্থ জি.আই.এম.টি. ৰ অধ্যক্ষ ড০ বুলজিৎ বুঢ়াগোঁহাইয়ে সমল ব্যক্তি হিচাবে উপস্থত থাকে ৷ কমাৰগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিজুলী বৰচেতীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত কেৰিয়াৰ সজাগতা অনুষ্ঠানটোত মহাবিদ্যালয়ৰ আই.কিউ.এ.চি. চেলৰ অন্যতম সদস্য তথা ক্ষেত্ৰ পৰীক্ষণ কেন্দ্ৰৰ মহকুমা কৃষি বিষয়া অলকানন্দ কাকতিয়েও অংশ গ্ৰহণ কৰে ৷

4a3094c6 7651 4d8c becd 357c0bfc142a | ASSAM TIMES POST

অনুষ্ঠানত আই.কিউ.এ.চি. চেলৰ সমন্বয়ক তথা ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক অঞ্জন শইকীয়াই ড০ বুলিজিৎ বুঢ়াগোহাইৰ ব্যক্তিগত পৰিচয় আৰু কাৰ্যাৱলীৰ বিষয়ে এখনি প্ৰতিবেদন আগ বঢ়ায় ৷ সহকাৰী অধ্যাপক নিতুল কুমাৰ বৰাই অনুষ্ঠানৰ আৰম্ভনী কৰে ৷এই অনুষ্ঠানত কেৰিয়াৰ গুৰু ড০ বুলজিৎ বৰগোহাইয়ে ছাত্ৰ ছাত্ৰীসকলে কিদৰে কৰ্মসংস্থান লাভৰ বাবে আগবাঢ়িব লাগিব, এ.পি.এচ.ছি., ইউ.পি.এচ.ছি. ষ্টাফ চিলেকচনৰ পৰীক্ষা দিব, ইয়াৰ বাবে প্ৰয়োজনীয় অৰ্হতা কি ইত্যাদিৰ ওপৰত আলোকপাত কৰে ৷ কেৰিয়াৰ গুৰুজনে চৰকাৰী, বেচৰকাৰী খণ্ড তথা স্বনিয়োজনৰ বিভিন্ন উপায়ৰ ওপৰত ছাত্ৰ ছাত্ৰীৰ প্ৰশ্নৰ উত্তৰ দিয়ে ৷

49833155 8515 42ee a498 9d69355e05d5 | ASSAM TIMES POST

2e5113eb 861c 4e74 957c d2f5e9de7833 | ASSAM TIMES POST

ড০ বুলজিৎ বুঢ়াগোহাইয়ে লগতে জনায় যে প্ৰতি শনিবাৰে সন্ধিয়া ৬ বজাৰ পৰা ৯ বজাৰ ভিতৰত ফোনযোগেও কেৰিয়াৰ পৰামৰ্শ লব পাৰিব ৷ এগৰাকী ছাত্ৰীৰ কৃষিৰ প্ৰতি আগ্ৰহ আৰু সেইসম্পৰ্কীয় এটা প্ৰশ্নৰ উত্তৰ দিয়ে মহকুমা কৃষি বিষয়া অলকানন্দ কাকতিয়ে ৷ অনুষ্ঠানটোত কেৰিয়াৰ কাউন্সেলিং কোষৰ সমন্বয়ক তথা ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ৰবীন হাজৰিকাই সক্ৰিয় সহযোগ আৰু অংশগ্ৰহণ কৰে ৷ মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ শিক্ষক তথা মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক আৰু কৰ্মচাৰী সকলে অংশগ্ৰহণ কৰা অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক ড০ গায়ত্ৰী বৰাই ৷

Tags: assamBokakhatKamargaon College
Share76Tweet3Send

Related Posts

Asssam Election Result : বোকাখাত ১০৫ নং বিধানসভা সমষ্টিৰ পৰা ৬০,৫৩৭ ভোটৰ ব্যৱধানত তৃতীয় বাৰৰ বাবে নিৰ্বাচিত অতুল বৰা
Assam

Asssam Election Result : বোকাখাত ১০৫ নং বিধানসভা সমষ্টিৰ পৰা ৬০,৫৩৭ ভোটৰ ব্যৱধানত তৃতীয় বাৰৰ বাবে নিৰ্বাচিত অতুল বৰা

by News Desk
May 4, 2026
50
Himanta Biswa Sarma : একেৰাহে ষষ্ঠবাৰ জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ, দিছপুৰত জয়ী হ’ল প্ৰদ্যুৎ বৰদলৈ
Assam

Himanta Biswa Sarma : একেৰাহে ষষ্ঠবাৰ জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ, দিছপুৰত জয়ী হ’ল প্ৰদ্যুৎ বৰদলৈ

by News Desk
May 4, 2026
50
Assam Election 2026 : এতিয়ালৈকে জয়লাভ কৰা প্ৰাৰ্থীসকল
Assam

Assam Election 2026 : এতিয়ালৈকে জয়লাভ কৰা প্ৰাৰ্থীসকল

by News Desk
May 4, 2026
50
Congress MP Gaurav Gogoi’s Emotional Plea to Honor Language Martyrs by Renaming Silchar Railway Station
Assam

Assam Election 2026 । গৌৰৱ গগৈ পৰাস্ত, ১০০ অতিক্ৰম কৰাৰ দিশে বিজেপি

by Staff Reporter
May 4, 2026
50
Assembly elections 2026 I অসমত এগজিট প’ল অনুসৰি প্ৰাৰম্ভিক প্ৰৱণতা, বংগত পট পৰিৱৰ্তনৰ সম্ভাৱনা
Assam

Assembly elections 2026 I অসমত এগজিট প’ল অনুসৰি প্ৰাৰম্ভিক প্ৰৱণতা, বংগত পট পৰিৱৰ্তনৰ সম্ভাৱনা

by Staff Reporter
May 4, 2026
50
Assam Election Exit Poll : অসমত পুনৰ আহিব নেকি বিজেপি চৰকাৰ, এগজিট প’লে কি কয়
Assam

Assam Election Exit Poll : অসমত পুনৰ আহিব নেকি বিজেপি চৰকাৰ, এগজিট প’লে কি কয়

by News Desk
April 29, 2026
50
ADVERTISEMENT
‎TVK win : তামিলনাডুত অটো চালকে হেৰুৱালে দুই প্ৰভাৱশালী ব্যক্তিক
National-International

‎TVK win : তামিলনাডুত অটো চালকে হেৰুৱালে দুই প্ৰভাৱশালী ব্যক্তিক

May 4, 2026
50
Asssam Election Result : বোকাখাত ১০৫ নং বিধানসভা সমষ্টিৰ পৰা ৬০,৫৩৭ ভোটৰ ব্যৱধানত তৃতীয় বাৰৰ বাবে নিৰ্বাচিত অতুল বৰা
Assam

Asssam Election Result : বোকাখাত ১০৫ নং বিধানসভা সমষ্টিৰ পৰা ৬০,৫৩৭ ভোটৰ ব্যৱধানত তৃতীয় বাৰৰ বাবে নিৰ্বাচিত অতুল বৰা

May 4, 2026
50
Himanta Biswa Sarma : একেৰাহে ষষ্ঠবাৰ জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ, দিছপুৰত জয়ী হ’ল প্ৰদ্যুৎ বৰদলৈ
Assam

Himanta Biswa Sarma : একেৰাহে ষষ্ঠবাৰ জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ, দিছপুৰত জয়ী হ’ল প্ৰদ্যুৎ বৰদলৈ

May 4, 2026
50
Assam Election 2026 : এতিয়ালৈকে জয়লাভ কৰা প্ৰাৰ্থীসকল
Assam

Assam Election 2026 : এতিয়ালৈকে জয়লাভ কৰা প্ৰাৰ্থীসকল

May 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎TVK win : তামিলনাডুত অটো চালকে হেৰুৱালে দুই প্ৰভাৱশালী ব্যক্তিক

‎TVK win : তামিলনাডুত অটো চালকে হেৰুৱালে দুই প্ৰভাৱশালী ব্যক্তিক

May 4, 2026
Asssam Election Result : বোকাখাত ১০৫ নং বিধানসভা সমষ্টিৰ পৰা ৬০,৫৩৭ ভোটৰ ব্যৱধানত তৃতীয় বাৰৰ বাবে নিৰ্বাচিত অতুল বৰা

Asssam Election Result : বোকাখাত ১০৫ নং বিধানসভা সমষ্টিৰ পৰা ৬০,৫৩৭ ভোটৰ ব্যৱধানত তৃতীয় বাৰৰ বাবে নিৰ্বাচিত অতুল বৰা

May 4, 2026
Himanta Biswa Sarma : একেৰাহে ষষ্ঠবাৰ জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ, দিছপুৰত জয়ী হ’ল প্ৰদ্যুৎ বৰদলৈ

Himanta Biswa Sarma : একেৰাহে ষষ্ঠবাৰ জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ, দিছপুৰত জয়ী হ’ল প্ৰদ্যুৎ বৰদলৈ

May 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx