ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Kokrajhar violence : কোকৰাঝাৰত সংঘটিত হিংসাত্মক ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ বিপিএফ প্ৰধান হাগ্ৰামাৰ

নিউজ ডেস্কঃ

News Desk by News Desk
January 20, 2026
Reading Time: 1 min read
A A
0
Kokrajhar violence : কোকৰাঝাৰত সংঘটিত হিংসাত্মক ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ বিপিএফ প্ৰধান হাগ্ৰামাৰ

New Logo Very Smal 1 | ASSAM TIMES POST

RELATED POSTS

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

সোমবাৰে কোকৰাঝাৰত সংঘটিত হিংসাত্মক (Kokrajhar violence) ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰি বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী (Hagrama Mahilari)য়ে ইয়াক এক দুৰ্ভাগ্যজনক ঘটনা বুলি উল্লেখ কৰে। লগতে বৰ্তমান পৰিস্থিতিত সমাজৰ সকলো স্তৰৰ লোককে শান্তি-শৃংখলা অটুট ৰাখি সংযম ৰক্ষা কৰিবলৈ আহ্বান জনায়।

সোমবাৰৰ ঘটনাৰ পিছত মঙলবাৰে সৃষ্টি হোৱা হিংসাত্মক ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে এই অশান্তি মূলতঃ এক ভুল-বুজাবুজিৰ পৰা সৃষ্টি হৈছে। লগতে কোনো বহিৰাগত শক্তিয়ে পৰিস্থিতি অধিক উত্তপ্ত কৰাৰ সুযোগ গ্ৰহণৰ চেষ্টা কৰি আছে বুলি স্পষ্টকৈ উল্লেখ কৰি কয় যে এনে বিভ্রান্তিমূলক প্ৰয়াস কোনো কাৰণতেই সহ্য কৰা নহ’ব। আনহাতে, পৰিস্থিতি যাতে অধিক জটিল নহয় তাৰবাবে সমাজৰ সকলো শ্ৰেণীৰ লোককে সমন্বিতভাৱে দায়িত্ব লোৱাটো অতি প্ৰয়োজনীয় বুলি মন্তব্য কৰে।

bpf | ASSAM TIMES POST
কোকৰাঝাৰত সংঘটিত হিংসাত্মক ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ বিপিএফ প্ৰধান হাগ্ৰামাৰ

লগতে আইন-শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে শান্তি ভংগকাৰী যিকোনো ব্যক্তিৰ বিৰুদ্ধে কঠোৰ আৰু দমনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ প্রশাসনক জনোৱা হৈছে। লগতে তেওঁ হিংসাত্মক আচৰণ আৰু উৰাবাতৰিৰ পৰা আঁতৰি থাকিবলৈও জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। আনহাতে, অঞ্চলটোত স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ জনসাধাৰণক আৰক্ষী-প্ৰশাসনৰ সৈতে সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায়। উল্লেখ্য যে বৰ্তমানলৈকে কাৰিগাঁৱত সংঘটিত এখন গণপ্ৰহাৰৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত কোকৰাঝাৰ আৰক্ষীয়ে এতিয়ালৈকে ১৮ জন লোকক আটক কৰিছে।

আটক কৰা ব্যক্তিকেইজন হৈছে সাত্যানাথ টুডু (৪৭), গুদ্ৰৈ কিস্কু (৩০), গুনি মৰ্দি (২৮), পৱন হেমব্ৰোম (২২), মঙ্গল মূৰ্মু (২০), ৰাজু বাস্কী (২৬), সোনিৰাম মূৰ্মু (৩০), ৰবিন হেমব্ৰোম (৪৫), সোবান মৰ্দি (৩৫), ৰবিন চোৰেন (২৫), ৰবি হাছদা (৩৮), বাছিলে’ছ চোৰেন (২৩),্চিমুৰ মূৰ্মু (৬০), নিক’লাছ চোৰেন (৩৫), সোমে হেমব্ৰোম (১৮), ছেবাছ হেমব্ৰোম (৪৪), সুনিল টুডু (৩৫), আৰু মুন্টু মূৰ্মু (২৫)।

Tags: Kokrajharviolence
Share4Tweet3Send

Related Posts

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

by Staff Reporter
July 22, 2026
50
Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours
Assam

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

by Staff Reporter
July 21, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
Assam

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

by Staff Reporter
July 19, 2026
50
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

by News Desk
July 18, 2026
50
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

by News Desk
July 17, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
ADVERTISEMENT
Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত
National-International

Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত

July 22, 2026
50
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ
National-International

Delhi protest I ছাত্ৰ-ছাত্ৰীক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে, ধৰ্মেন্দ্ৰ প্ৰধানৰ লক্ষ্যত ৰাহুল গান্ধী

July 22, 2026
50
Sikkim canel tragedy I ছিকিম সুৰংগ দুৰ্যোগত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি, এতিয়াও ভিতৰত আবদ্ধ বহু লোক
National-International

Sikkim canal tragedy I ছিকিমৰ সুৰংগ দুৰ্যোগ, মৃত্যুৰ সংখ্যা ২০ জনলৈ বৃদ্ধি

July 22, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

July 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত

Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত

July 22, 2026
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

Delhi protest I ছাত্ৰ-ছাত্ৰীক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে, ধৰ্মেন্দ্ৰ প্ৰধানৰ লক্ষ্যত ৰাহুল গান্ধী

July 22, 2026
Sikkim canel tragedy I ছিকিম সুৰংগ দুৰ্যোগত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি, এতিয়াও ভিতৰত আবদ্ধ বহু লোক

Sikkim canal tragedy I ছিকিমৰ সুৰংগ দুৰ্যোগ, মৃত্যুৰ সংখ্যা ২০ জনলৈ বৃদ্ধি

July 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx