ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

CM karbi Anglong visit : কাৰ্বি পাহাৰৰ মহিলালৈ মুখ্যমন্ত্ৰীৰ ভোগালী বিহুৰ উপহাৰ, মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ

ষ্টাফ ৰি'পৰ্টাৰঃ

ASSAM TIMES POST by ASSAM TIMES POST
January 12, 2026
Reading Time: 1 min read
A A
0
CM karbi Anglong visit : কাৰ্বি পাহাৰৰ মহিলালৈ মুখ্যমন্ত্ৰীৰ ভোগালী বিহুৰ উপহাৰ, মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ

RELATED POSTS

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !

New Logo Smal 2 | ASSAM TIMES POST

ভোগালী বিহুৰ উৰুকাৰ পূৰ্বে কাৰ্বি পাহাৰৰ মহিলাসকললৈ মুখ্যমন্ত্ৰীৰ উপহাৰ। সোমবাৰে কাৰ্বি আংলঙৰ হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত মহিলাসকলক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক আনুষ্ঠানিকভাৱে বিতৰণ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। এই উপলক্ষে ডকমকা উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত এক অনুষ্ঠানৰ আয়োজন কৰা হয়।

 কাৰ্বি পাহাৰৰ মহিলালৈ মুখ্যমন্ত্ৰীৰ ভোগালী বিহুৰ উপহাৰ, মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ
কাৰ্বি পাহাৰৰ মহিলালৈ মুখ্যমন্ত্ৰীৰ ভোগালী বিহুৰ উপহাৰ, মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ

এই অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে হিতাধিকাৰীসকলৰ মাজত চেকসমূহ বিতৰণ কৰে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত চেক বিতৰণৰ ৰাজহুৱা সভাত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে আঁচনিখনৰ ব্যাখ্যা কৰি কয় যে এই আঁচনিখনে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মহিলাসকলক একত্ৰিত কৰিছে।

615372116 1248346387106615 863654002311208466 n | ASSAM TIMES POSTউল্লেখ্য যে অনুষ্ঠানত হাওৰাঘাট বিধানসভা সমষ্টিৰ ৩৩,৮১১ গৰাকী মহিলাৰ মাজত আঁচনিৰ চেক বিতৰণৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীয়ে । মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত কয় যে আঁচনিখনৰ জৰিয়তে অসমৰ ১২৬ টা বিধানসভা সমষ্টিৰ ৩২ লাখ মহিলা উপকৃত হ’ব। ইয়াৰ জৰিয়তে চৰকাৰে মহিলাসকলক সন্মান দিয়া বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। লগতে তেওঁ চৰকাৰী আঁচনিৰ পৰা লাভ কৰা এই ধন আত্মসহায়ক গোটৰ জৰিয়তে আংশিক পৰিমাণে ঋণ প্ৰদান, নিজাববীয়াকৈ ব্যৱসায় অথবা পৰিয়ালৰ ব্যৱসায়ত বিনায়োগ কৰাৰ পৰামৰ্শ দিয়ে।

615165843 1427541405409621 9115385293427423180 n | ASSAM TIMES POSTইয়াৰ উপৰি দ্বিতীয় বৰ্ষত এই আঁচনিৰ জৰিয়তে ২৫ হাজাৰ টকা আৰু তৃতীয় বৰ্ষত ৫০ হাজাৰ টকালৈকে প্ৰদান‌ কৰা হʼব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। আনহাতে, অসমৰ ৮ লাখ মহিলা ইতিমধ্যে লাখপতি বাইদেউ হʼবলৈ সক্ষম হোৱাৰ লগতে হাওৰাঘাট বিধানসভা সমষ্টিত ২,১৬২ গৰাকী লাখপতি বাইদেউ থকা বুলি মন্তব্য কৰে। ইয়াৰ উপৰি হাওৰাঘাট সমষ্টিত নতুনকৈ ২৫০০ মহিলাক অৰুণোদয় আঁচনি প্ৰদান কৰা হʼব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে।

615288575 1248346497106604 4277992233383131830 n | ASSAM TIMES POSTআনহাতে, ২০ ফেব্ৰুৱাৰীত অৰুণোদয় হিতাধিকাৰীসকলৰ একাউণ্টত ৮ হাজাৰ টকাকৈ দিয়াৰ লগতে নিৰ্বাচনত বিজেপিক জয়যুক্ত কৰিলে চেনি, দাইল, নিমখ, তেল সকলো বিনামূলীয়াকৈ যোগান ধৰা হʼব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। ইয়াৰ উপৰি ১ ফেব্ৰুৱাৰীৰ পৰা বাবুসকলৰো পঢ়াৰ খৰচ চৰকাৰে দিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে হাওৰাঘাট বিধানসভা সমষ্টিত ৩২,০৯০ গৰাকী মহিলাই অৰুণোদয়, ১,২২২ গৰাকী ছাত্ৰীয়ে নিযুত মইনা আঁচনিৰ পৰা উপকৃত হৈছে। আনহাতে, ডকমকাৰ পৰা কাজিৰঙাৰ কুৰি সংযোগী ৪০ কিঃমিঃ পথ, ডিফু চহৰৰ উৰণ সেতুৰ নিৰ্মাণ চলি থকাৰ লগতে কাৰ্বি আংলঙত সৈনিক স্কুল আৰু চি আৰ পি এফৰ নিয়োগ কেন্দ্ৰ নিৰ্মাণৰো পৰিকল্পনা কৰা বুলি মুখ্যমন্ত্ৰীয়ে কয়।

সভাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ অমৰছিং তিছʼ, বিধায়ক দৰছিং ৰংহাঙৰ উপৰি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু তিছʼ, উপাধ্যক্ষ অভিজিত ক্ৰʼ, বিধায়ক বিদ্যাছিং ইংলেং, জিলা আয়ুক্ত আৰণ্যক শইকীয়া, পৰিষদৰ কেইবাগৰাকীও সদস্য, কাৰ্যবাহী সদস্যকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: কাৰ্বি পাহাৰৰ মহিলালৈ মুখ্যমন্ত্ৰীৰ ভোগালী বিহুৰ উপহাৰমহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ
Share5Tweet3Send

Related Posts

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

by News Desk
September 7, 2026
55
কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন
KARBI ANGLONG

কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন

by News Desk
September 7, 2026
57
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !

by News Desk
September 7, 2026
52
শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল
KARBI ANGLONG

শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল

by ASSAM TIMES POST
September 5, 2026
59
Drugs seized : কাৰ্বি আংলঙৰ খাকৰাজনাত যাত্ৰীবাহী বাছৰ পৰা ড্ৰাগছ জব্দ, আটক সৰবৰাহকাৰী
KARBI ANGLONG

Drugs seized : কাৰ্বি আংলঙৰ খাকৰাজনাত যাত্ৰীবাহী বাছৰ পৰা ড্ৰাগছ জব্দ, আটক সৰবৰাহকাৰী

by News Desk
September 4, 2026
61
West Karbi Anglong : খেৰণিৰ নবাইবিলত বোৱাৰীৰ ৰহস্যজনক হত্যাকাণ্ড, মৃতদেহ সৎকাৰ লৈ উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ আৰক্ষীৰ গুলীচালনা
KARBI ANGLONG

West Karbi Anglong : খেৰণিৰ নবাইবিলত বোৱাৰীৰ ৰহস্যজনক হত্যাকাণ্ড, মৃতদেহ সৎকাৰ লৈ উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ আৰক্ষীৰ গুলীচালনা

by News Desk
September 2, 2026
63
ADVERTISEMENT
PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

September 8, 2026
51
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি
Guwahati

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

September 8, 2026
52
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ
National-International

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

September 8, 2026
51
Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা
National-International

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

September 8, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

September 8, 2026
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

September 8, 2026
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

September 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d